February 16, 2025 12:23 PM
19
মহিলাৰ প্ৰীমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে ডেলহী কেপিটেলছে
ডেলহী কেপিটেলছে যোৱা নিশা বডোদৰাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ প্ৰীমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰি ১৯ অভাৰ আৰু ১ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৪ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ হৈ নেট স্কীভাৰ ব্...