February 28, 2025 1:02 PM
32
আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত আজি আফগানিস্তান অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ
আফগানিস্তান আজি লাহৰোৰ গাড্ডাফি ষ্টেডিয়ামত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। ইপিনে, পাকিস্তান আৰু বাংলাদেশৰ মাজৰ কালিৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়।