November 14, 2025 10:02 PM November 14, 2025 10:02 PM
14
বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ তিনিটা সোণৰ পদক লাভ
বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ ২০২৫ প্রতিযোগিতাত আজি ভাৰতে তিনিটা সোণৰ পদক লাভ কৰি এছিয়ান আৰ্চাৰীত উদীয়মান শক্তি কেন্দ্ৰ হিচাপে নিজৰ স্থিতি অধিক সুদৃঢ় কৰিছে। ভাৰতে আজি প্ৰতিযোগিতাৰ ৰেকৰ্ভ শাখাত দুটা ব্যক্তিগত সোণৰ পদক লাভ কৰাৰ লগতে দলীয় শাখাত এটা সোণৰ পদক লাভ কৰিছে। দেশৰ ...