খেল

March 11, 2025 12:26 PM

views 14

৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত উত্তৰ-পূৱ সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা ফাইনেলত প্ৰৱেশ

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ তথা জিলা ক্রীড়া সন্থাৰ সহযোগত গুৱাহাটী ক্রীড়া সন্থাই আয়োজন কৰা ৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত কালি জজ ফিল্ডত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত উত্তৰ-পূৱ সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাই – গ্লোৱেল ফুটবল ক্লাৱক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰ...

March 10, 2025 1:09 PM

views 26

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ ক্ৰিকেট দললৈ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

 ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ ক্ৰিকেট দললৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমতী মুৰ্মুৱে কয়, যে বিশ্বৰ একমাত্ৰ দলৰূপে ভাৰতে তৃতীয়বাৰলৈ চেম্পিয়নছ ট্ৰফীত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিব...

March 10, 2025 1:08 PM

views 16

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰি ৰোহিত শর্মা দেশৰ দ্বিতীয় সফল অধিনায়কত পৰিগণিত

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰি ভাৰতৰ অধিনায়ক ৰোহিত শর্মা দেশৰ দ্বিতীয় সফল অধিনায়কত পৰিগণিত হৈছে। ৰোহিতৰ নেতৃত্বতেই ৯ মাহ পূৰ্বে ভাৰতে ২০২৪ বৰ্ষৰ টি-২০ বিশ্বকাপ জয় কৰিছিল। কালিৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখন দুবছৰৰো কম সময়ৰ ভিতৰত ভাৰতৰ ক্রমাগত চতুর্থ আই চি চি টুর্ণামেণ্টৰ চূড়ান্ত খ...

March 10, 2025 12:34 PM

views 36

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন ভাৰতৰ

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰি ভাৰতে নতুন অভিলেখ ৰচিছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এই খিতাপ অৰ্জন কৰে। ইয়াৰ পূৰ্বে ২০০২ চনত শ্ৰীলংকাৰ সৈতে যুটীয়াভাৱে চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতে ২০১...

March 9, 2025 9:27 PM

views 13

আই চি চি টেম্পিয়নছ ট্ৰফী ২০২৫ প্রতিযোগিতাত নিউজিলেণ্ডৰ ভাৰতৰ সম্মুখত ২৫২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

ডুবাইত অনুষ্ঠিত আই চি চি টেম্পিয়নছ ট্ৰফী ২০২৫ প্রতিযোগিতাত নিউজিলেণ্ডে ভাৰতৰ সন্মুখত ২৫২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিউজিলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৫১ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ মাইকেল ব্রেছৱেলে ৪০টা বলত অপৰাজিত হৈ থাকি ৫৩ ৰাণ সংগ্ৰহ কৰে...

March 9, 2025 7:15 PM

views 28

ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে সদৌ অসম প্রাইজমানি মিডিয়া বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত

ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে আয়োজিত সদৌ অসম প্রাইজমানি মিডিয়া বেডমিণ্টন প্রতিযোগিতাৰ একক শাখাত বিকিৰণ সোণোৱালে বিজয়ীৰ সন্মান লাভ কৰে। নাহৰকটিয়া প্ৰেছ ক্লাৱৰ বিকিৰণ সোণোৱালে ডিব্ৰুগড়ৰ স্বপ্নশ্ৰী গোস্বামীক ১৫-৯, ১৫-০৮ পইণ্টৰ পোনপটীয়া ছেটত পৰাজিত কৰি জয়লাভ কৰে। দ্বৈত শাখাত ...

March 9, 2025 11:40 AM

views 16

মহিলা প্রিমিয়াৰ লীগ ক্ৰিকেটত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক ১২ ৰানত পৰাস্ত কৰে ইউ পি ৱাৰিয়জে

মহিলা প্রিমিয়াৰ লীগ (ডব্লিউ পি এল) ক্ৰিকেটত যোৱা নিশা লক্ষ্ণৌৰ একনা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইউ পি ৱাৰিয়জে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ক ১২ ৰানত পৰাস্ত কৰে। এই পৰাজয়ৰ লগে লগে ডিফেণ্ডিং চেম্পিয়ন আৰ চি বি প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয়। বর্তমান...

March 9, 2025 11:38 AM

views 14

আই এছ এল ফুটবল প্রতিযোগিতাত আজি চেন্নায়িন ফুটবল ক্লাব জামছেদপুৰ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

নর্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবে যোৱা নিশা শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত ইষ্ট বেংগলক ৪-০ গলত পৰাস্ত কৰে। একেদৰে মোহনবাগান ছুপাৰ জায়েণ্টে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগণত অনুষ্ঠিত প্রতিযোগিতাৰ আন এখন খেলৰ গোৱা ফুটবল ক্লাবক ২-০ গলত পৰাভূত...

March 9, 2025 11:15 AM

views 18

ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্ৰতিযোগিতাৰ ফাইনেল

ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্ৰতিযোগিতাৰ ফাইনেলক লৈ অভূতপূৰ্ব উৎসাহ পৰিলক্ষিত হৈছে। খেলখন দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। দেশ দুখনৰ মাজত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেসমূহে ফাইনেল খেলখন অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। ভাৰতে যোৱা মঙলবাৰে অনুষ্ঠিত গ্রুপ ...

March 8, 2025 7:56 PM

views 17

পঞ্চমবাৰৰ বাবে ভাৰতীয় মহিলা কাবাডীৰ দলৰ এছিয়ান মহিলা কাবাডী প্রতিযোগিতাৰ খিতাপ অর্জন

ভাৰতীয় মহিলা কাবাডীৰ দলে পঞ্চমবাৰৰ বাবে এছিয়ান মহিলা কাবাডী প্রতিযোগিতাৰ খিতাপ অর্জন কৰিছে। যোৱা বাৰৰ ছেম্পিয়ন ভাৰতে আজি বিয়লি টেহেৰানত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত আয়োজক দেশ ইৰাণক ৩২-২৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।