খেল

April 14, 2025 2:53 PM

views 33

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি  লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছ

আই পি এল টি টুৱেন্টি ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া লক্ষ্ণৌৰ ইকানা ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিজৰ ছয়খন খেলৰ চাৰিখনত জয়লাভ কৰি পইণ্ট তালিকাৰ চতুৰ্থ স্থ...

April 14, 2025 10:57 AM

views 14

আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ পুৰুষৰ ৰিকাৰ্ভ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অর্জন

ভাৰতে আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ পুৰুষৰ ৰিকাৰ্ভ দলীয় শাখাত ৰূপৰ পদক অর্জন কৰিছে। কানি আমেৰিকাত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ ধীৰাজ বোম্মাদেৱাবা, তবশদীপ ৰায় আৰু অতনু দাস চীনৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ১-৫ৰ ব্যৱধানত পৰাস্ত হয়। প্রতিযোগিতাখনত এয়া ভাৰতৰ তৃতীয়টো পদক আৰু আজি বিয়লি অনুষ্ঠিত হ'ব...

April 13, 2025 12:21 PM

views 12

মোহন বাগান ছুপাৰ জায়েণ্টৰ আই এছ এল ফুটবল প্রতিযোগিতাৰ খিতাপ দখল

মোহন বাগান ছুপাৰ জায়েণ্টে আই এছ এল ফুটবল প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। দলটোৱে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত বেংগালুৰু ফুটবল ক্লাবক ২-১ গলত পৰাস্ত কৰে। মোহন বাগানে এইবাৰ দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে ইয়াৰ পূর্বে ২০২২-২৩ বৰ্ষত প্রতিযোগিতাৰ ...

April 13, 2025 11:46 AM

views 12

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম আৰু ঋষভ যাদৱৰ আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ত কম্পাউণ্ড শাখাৰ মিক্সড দলীয় শিতানত সোণৰ পদক অৰ্জন

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম আৰু ঋষভ যাদৱে আমেৰিকাৰ ফ্ল'ৰিডাত চলি থকা আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ত কম্পাউণ্ড শাখাৰ মিক্সড দলীয় শিতানত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতীয় যুটীটোৱে যোৱা নিশা ৰোমাঞ্চকৰ ফাইনেলত চীনা টাইপেইৰ হুৱাং জাউ আৰু চেন চীহ লুনৰ যুটীটোক ১৫৩-১৫১ পইণ্টত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। কম্প...

April 13, 2025 11:41 AM

views 24

আই পি এলঃ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত পাঞ্জাব কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰে। হায়দৰাবাদৰ হৈ অভিষেক শর্মাই ৫৫ টা বলত ১৪টা বাউণ্ডেৰী আৰু ১০টা ছিক্সাৰৰ সহায়ত ১৪১ ৰান কৰে। এই প্ৰদৰ্শনৰ সুবাদতে অভিষেক আই পি এল ক...

April 12, 2025 1:18 PM

views 17

আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপত ভাৰতৰ দ্বিতীয় স্থান দখল

আৰ্জেণ্টিনাৰ বিউন'জ এয়াজত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপত ভাৰতে দ্বিতীয় স্থান দখল কৰিছে। ভাৰতে চাৰিটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ মুঠ ৮টা পদক লাভ কৰে।

April 12, 2025 1:00 PM

views 24

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালি নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক আজিংক্য ৰাহানেই টছত জিকি চেন্নাইৰ দলটোক প্রথমে বেট ধৰাৰ বাবে আমন্ত্রণ জনায়। মহেন্দ্র সিং ধোনী নেতৃত্বা...

April 11, 2025 7:01 PM

views 25

আই পি এলত সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইৰ এম. এ. চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে আই. পি. এলৰ এইবাৰৰ সংস্কৰণৰ বাকী খেল কেইখনত পূর্ণকালীন অধিনায়ক ৰুতু...

April 11, 2025 6:56 PM

views 38

ভাৰতীয় মহিলা হকী দল ২৬ এপ্ৰিলৰ পৰা ৪ মে’লৈ হ’বলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে' মাহৰ ১, ৩ আৰু ৪ তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পার্থ হকী ষ্টেডিয...

April 11, 2025 10:08 AM

views 27

ভাৰতীয় মহিলা হকী দলটো ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে' মাহৰ ১, ৩ আৰু ৪ তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পার্থ হকী ষ্টেডিয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।