খেল

April 18, 2025 10:34 AM

views 14

এছিয়ান য়ুথ চেম্পিয়নশ্বিপৰ ১০০ মিটাৰ হাৰ্ডলছত ভাৰতৰ সৌৰ্যা আম্বুৰেৰ ব্ৰঞ্জৰ পদক অৰ্জন

চৌদি আৰবৰ ডাম্মামত অনুষ্ঠিত এছিয়ান য়ুথ চেম্পিয়নশ্বিপৰ ১৮ বছৰ অনুৰ্ধৰ মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত ভাৰতৰ সৌৰ্যা আম্বুৰেই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ১৫ বছৰীয়া খেলুৱৈগৰাকীয়ে ১৩ দশমিক ৮-০ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি তৃতীয় স্থান দখল কৰে। এই শাখাত চীনৰ বাও য়িনয়িন আৰু হে য়িহুই ক্ৰমে সোণ আৰু ৰূপৰ পদক অৰ্জন ...

April 17, 2025 10:32 AM

views 26

আই পি এলত কালি ডেহলি কেপিটেলছৰ হাতত ৰাজস্থান ৰয়েলছ ছুপাৰ অভাৰত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমান্সকৰ খেলত ডেহলি কেপিটেলছে ৰাজস্থান ৰয়েলছক ছুপাৰ অভাৰত পৰাস্ত কৰে। ডেলহি কেপিটলছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি অভিষেক পোৰেলৰ ৪৯ আৰু কে এল ৰাহুলৰ ৩৮ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৮ ৰান কৰে...

April 17, 2025 10:29 AM

views 18

ISSF বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানৰ মিক্সড শাখাত ভাৰতৰ সোণৰ পদক অৰ্জন

ভাৰতৰ ইন্দৰ সিং ছুৰুচি আৰু সৌৰভ চৌধুৰীয়ে পেৰুৰ লিমাত অনুষ্ঠিত ISSF বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানৰ মিক্সড শাখাত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতীয় যুটীটোৱে কালি ফাইনেলত চীনৰ কিয়ানক্সন য়াঅ' আৰু কাই হু যুটীটোক ১৭-৯ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে অলিম্পিকত পদক বিজেতা ...

April 16, 2025 1:56 PM

views 27

আই পি এল ক্রিকেটঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ডেলহি কেপিটেলছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি নতুন দিল্লীত হবলগীয়া এখন খেলত ডেলহি কেপিটেলছ, ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ঃ৩০ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাত কালি পঞ্জাব কিংছে কলকাতা নাইট ৰাইডাৰ্ছক ১৬ ৰানত পৰাস্ত কৰে। খেলখনত কলকাতাই ১১২ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৫ অভাৰ আৰু এটা বল...

April 16, 2025 1:09 PM

views 11

ভাৰতৰ শ্ৰেয়াছ আয়াৰ আই চি চিৰ মাৰ্চ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ ৰূপে নিৰ্বাচিত

২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ সুবাদত ভাৰতৰ শ্ৰেয়াছ আয়াৰক আই চি চিৰ মাৰ্চ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ ৰূপে নিৰ্বাচিত কৰা হৈছে। মহিলা শাখাত অষ্ট্ৰেলিয়াৰ জর্জিয়া ব'ললৈ এই সন্মান আগবঢ়োৱা হৈছে। শেহতীয়া চেম্পিয়নছ ট্ৰফীত ভাৰতৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শ্ৰেয়াছে অন্...

April 16, 2025 1:00 PM

views 17

২০২৮ বৰ্ষৰ লছ এঞ্জলেছ অলিম্পিকৰ ক্ৰিকেট খেলসমূহ পমনাৰ মেলাথলীত খেলপথাৰত অনুষ্ঠিত হব

২০২৮ বৰ্ষৰ লছ এঞ্জলেছ অলিম্পিকৰ ক্ৰিকেট খেলসমূহ পমনাৰ মেলাথলীত নির্মিত অস্থায়ী খেলপথাৰত খেলোৱা হ'ব। অলিম্পিক আয়োজক সমিতিয়ে কালি এই কথা প্ৰকাশ কৰে। দক্ষিণ কেলিফর্ণিয়াত অৱস্থিত পমনাৰ পৰা লছ এঞ্জেলছৰ দূৰত্ব প্রায় ৫০ কিলোমিটাৰ। ক্রিকেট প্রতিযোগিতা টি-২০ আৰ্হিত আৰু পুৰুষ তথা মহিলাৰ উভয় শাখাৰ ছটা দল...

April 15, 2025 12:50 PM

views 23

পঞ্চদশ হকী ইণ্ডিয়া ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৫ৰ চূড়ান্ত খেলত মধ্যপ্রদেশ পাঞ্জাবৰ বিৰুদ্ধে অৱতীৰ্ণ

পঞ্চদশ হকী ইণ্ডিয়া ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৫ৰ চূড়ান্ত খেলখনত আজি মধ্যপ্রদেশ পাঞ্জাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন উত্তৰ প্ৰদেশৰ ঝাঁচিত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইপিনে বিয়লি ৫ বজাত চেম্পিয়নশ্বিপৰ তৃতীয় আৰু চতুর্থ স্থান নিৰ্ধাৰণকাৰী খেলখনত আয়োজক উত্তৰ প্ৰদেশ মণিপুৰৰ সন্মুখীন হ...

April 15, 2025 12:33 PM

views 25

আই পি এল ক্রিকেট প্রতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ৫ উইকেটত জয়ী চেন্নাই ছুপাৰ কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাত চেন্নাই ছুপাৰ কিংছৰ পৰাজয়ৰ ধাৰাবাহিকতাৰ অৱশেষত অন্ত পৰিছে। ক্রমাগত ৫ খন খেলত পৰাজিত হোৱা দলটো কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ৫ উইকেটত জয়ী হয়। লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত লক্ষ্ণৌৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৬৭ ৰ...

April 14, 2025 8:12 PM

views 21

খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহ ২০২৫ৰ শুভংকৰ আৰু প্ৰতীকপট মুকলি

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহ ২০২৫ৰ শুভংকৰ আৰু প্ৰতীকপট মুকলি কৰে। এই উপলক্ষে আজি পাটনাৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা ৪ৰ পৰা ১৫ মেলৈ বিহাৰৰ ভিন ভিন চহৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া স...

April 14, 2025 8:07 PM

views 29

অষ্ট্ৰেলিয়াৰ পাৰ্থত ২৬ এপ্ৰিলৰ পৰা ৪ মে’লৈ হ’বলগীয়া হকী শৃংখলাৰ বাবে ২৬ জনীয়া ভাৰতীয় হকী দল ঘোষণা

অষ্ট্ৰেলিয়াৰ পাৰ্থত ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হ'বলগীয়া হকী শৃংখলাৰ বাবে ২৬ জনীয়া ভাৰতীয় হকী দলটো আজি হকী ইণ্ডিয়াই ঘোষণা কৰে। ৫ খন খেলৰ শৃংখলাটোত ভাৰতে প্ৰথম দুখন খেলত অস্ট্রেলিয়া- Aৰ বিৰুদ্ধে খেলিব। তাৰ পাছতে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় দলটোৰ বিৰুদ্ধে তিনিখন খেলত অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটোক চালিমা টে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।