May 13, 2025 12:32 PM
25
চলিত মাহৰ ১৭ তাৰিখৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ পুনৰ আৰম্ভ
ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে এসপ্তাহজোৰা বিৰতিৰ পাছত চলিত মাহৰ ১৭ তাৰিখৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ পুনৰ আৰম্ভ হ'ব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে ঘোষণা কৰিছে । উল্লেখযোগ্য যে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পাছত ৯ মে ’ত আই পি এলৰ সকলো মেচ স্থগিত ৰখা হৈছিল। ১৭ ম...