খেল

June 21, 2025 8:27 PM

views 18

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম ইনিংছত ভাৰতৰ ৪৭১ ৰান সংগ্ৰহ

ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে লিডছৰ হেডিংলিত অনুষ্ঠিত এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম ইনিংছত ৪৭১ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে তিনিটা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা ৩৫৯ ৰান পৰা আজি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰি ৪৭১ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। প্রথমে বেট ধৰিবলৈ ...

June 21, 2025 1:09 PM

views 9

ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগত ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাৰ জয়

ফ্ৰান্সৰ ষ্টেড ছেবাষ্টিয়েন চাৰ্লটিত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগত ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই জয়লাভ কৰিছে। দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা নীৰজ চোপ্ৰাই প্ৰথমবাৰতে ৮৮ দশমিক ১-৬ মিটাৰলৈ জেভলিন দলিয়াই এই সফলতা লাভ কৰিবলৈ সমৰ্থ হয়। প্রতিযোগিতাত জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৮৭ দশমিক ৮-৮ মিটাৰেৰে ...

June 21, 2025 1:08 PM

views 13

ভাৰত-ইংলেণ্ডৰ এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টৰ প্ৰথম দিনা ভাৰতৰ ৩ উইকেটত ৩৫৯ ৰান সংগ্ৰহ

ভাৰত আৰু ইংলেণ্ডৰ মাজত হেডিংলিত অনুষ্ঠিত এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফীৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট মেচৰ আৰম্ভণিৰ দিনা কালি ভাৰতে তিনিটা উইকেটৰ বিনিময়ত ৩৫৯ ৰান সংগ্ৰহ কৰে। অধিনায়ক শুভমন গীল আৰু সহ-অধিনায়ক ঋষভ পণ্টে আজি আবেলি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিব ৷ ভাৰতে কালি প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ ...

June 20, 2025 8:38 PM

views 17

ফেডাৰেচন বেংক এ টি পি এ শ্বিল্ড প্রতিযোগিতাত অইল ইণ্ডিয়াক হৰুৱাই ছেমিফাইনেলত মণিপুৰ

ফেডাৰেচন বেংক এ টি পি এ শ্বিল্ড প্রতিযোগিতাৰ আজি অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত মণিপুৰে অইল ইণ্ডিয়াক ৩-২ গ’লত হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰে। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত এই প্রতিযোগিতা যোৰহাট জিলা ক্রীড়া সন্থাই আয়োজন কৰিছে।

June 20, 2025 11:43 AM

views 20

ভাৰত-ইংলেণ্ডৰ মাজৰ তেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফীৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি আৰম্ভ

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফী ৫ খনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি লীডছৰ হেডিংলি ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৩ বজাত আৰম্ভ হ'ব। বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ পাছৰ এই ইংলেণ্ড ভ্রমণেৰে শুভমন গীল নেতৃত্ব...

June 20, 2025 11:39 AM

views 19

ভাৰতৰ দবা খেলুৱৈ দিব্যা দেশমুখক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লণ্ডনত অনুষ্ঠিত বিশ্ব ব্লিজ দবা প্রতিযোগিতাৰ ছেমি ফাইনেলত বিশ্বৰ ১ নম্বৰ স্থানৰ হ'উ য়িফানৰ বিৰুদ্ধে জয়লাভ কৰা প্ৰতিভাৱান খেলুৱৈ দিব্যা দেশমুখক অভিনন্দন জনাইছে। প্রধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে দিব্যাৰ সাফল্যই খেলুৱৈগৰাকীৰ একাগ্ৰতা আৰু নিষ্ঠাক প্ৰতি...

June 19, 2025 7:46 PM

views 40

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ’ব

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ'ব। পূর্বে পাটাউদী ট্রফী নামে জনাজাত এই টেষ্ট শৃংখলা এইবছৰৰ পৰা এণ্ডাৰচন-তেণ্ডুলকাৰ টেষ্ট শৃংখলা নামেৰে পৰিচিত হ'ব। শুভমন গীলৰ নেতৃত্বৰ নতুন ভাৰতীয় দলটোত এইবাৰ বিৰাট কোহলি, ৰোহিত শর্মা, ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ...

June 19, 2025 12:01 PM

views 36

কাইলৈৰ পৰা ভাৰত-ইংলেণ্ডৰ মাজত পাঁচখনীয়া ক্রিকেট টেষ্ট শৃংখলা আৰম্ভ

■ ভাৰত-ইংলেণ্ডৰ মাজত পাঁচখনীয়া ক্রিকেট টেষ্ট শৃংখলা কাইলৈৰ পৰা আৰম্ভ হব। ইতিমধ্যে দুয়োটা দলে এই শৃংখলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ পূৰ্বে বিৰাট কোহলিৰ আমন্ত্ৰণ মর্মে অধিনায়ক শুভমন গীল, সহঃ অধিনায়ক ঋষভ পণ্ট, মহম্মদ চিৰাজকে ধৰি কেইবাগৰাকী ক্রিকেটাৰে কো...

June 18, 2025 1:00 PM

views 16

আজিৰে পৰা চেন্নাইত হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ

হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ আজি চেন্নাইত আৰম্ভ হ'ব। তামিলনাডু হকী গোটে আয়োজন কৰা এই ১০ দিনীয়া প্রতিযোগিতাখনত ৪০ বছৰৰ উৰ্ধৰ পুৰুষ আৰু ৩৫ বছৰৰ উৰ্ধৰ মহিলাই অংশগ্রহণ কৰিছে। এইবাৰৰ প্ৰতিযোগিতাত ইতিমধ্যে বাৰটা পুৰুষৰ দল আৰু আঠটা মহিলা দলে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ'ব। প্ৰথমে গ্রুপ মেচ অনুষ্ঠিত হ'ব আৰু ত...

June 18, 2025 12:57 PM

views 17

এফ আই এইচ হকী প্ৰ’ লীগৰ মেচত আর্জেণ্টিনাৰ হাতত ভাৰতীয় মহিলা দল পৰাস্ত

এফ আই এইচ হকী প্ৰ' লীগৰ এখন মেচত কালি নিশা লণ্ডনৰ লী ভেলী হকী এণ্ড টেনিছ চেণ্টাৰত ভাৰতীয় মহিলা দলটো আর্জেণ্টিনাৰ হাতত ১-৪ গ’লৰ ব্যৱধানত পৰাস্ত হয়। প্রতিযোগিতাৰ ইউৰোপীয় লেগত ১৫ জুনত অষ্ট্ৰেলিয়াৰ হাতত ১-২ গ'লত পৰাস্ত হোৱাৰ পিছত এয়া একেৰাহে ভাৰতৰ দ্বিতীয়টো পৰাজয়। দীপিকাই ভাৰতৰ হৈ হাফ টাইমৰ ঠিক প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।