November 25, 2025 10:23 PM November 25, 2025 10:23 PM
9
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত গুৱাহাটী টেষ্টত ভাৰতীয় দলটো বিপর্যয়ৰ গৰাহত
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত গুৱাহাটী টেষ্টত ভাৰতীয় দলটো বিপর্যয়ৰ গৰাহত পৰিছে । চতুর্থ দিনটোত দক্ষিণ আফ্রিকাই দ্বিতীয় ইনিংছত ৫ উইকেটৰ বিনিময়ত ২৬০ ৰান সংগ্ৰহ কৰি ভাৰতক ৫৪৯ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে। বিপৰীতে ভাৰতে চতুর্থ দিনৰ অন্তত ১৫ অভাৰ ৫টা বল খেলি দুটা উইকেট হেৰুৱাই ২৭ ৰান সংগ্ৰহ কৰ...