খেল

September 14, 2025 12:28 PM

views 37

মহিলাৰ এছিয়া কাপ হকী প্রতিযোগিতাত খিতাপ দখলৰ লক্ষ্যৰে ভাৰত চীনৰ মুখামুখি

চীনৰ হাংজৌত হ'বলগীয়া মহিলাৰ এছিয়া কাপ হকী প্রতিযোগিতাত খিতাপ দখলৰ লক্ষ্যৰে ভাৰত আজি চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময়মতে সন্ধিয়া চাৰে পাঁচ বজাত অনুষ্ঠিত হ'ব। কালি চুপাৰ ফ'ৰ পৰ্য্যায়ত ভাৰত আৰু জাপানৰ মাজৰ খেলখন ড্র' হয়। ভাৰতৰ বিউটি ডুং ডুঙে ভাৰতৰ হৈ স্ক'ৰ সংগ্ৰহ কৰিলেও, চতুথাৰ্ধত জাপ...

September 13, 2025 8:52 PM

views 33

হংকং অ’পেন ছুপাৰ ফাইভ হাণ্ড্ৰেড বেডমিণ্টন প্রতিযোগিতাত লক্ষ্য সেন ফাইনেলত প্ৰৱেশ

হংকং অ'পেন ছুপাৰ ফাইভ হান্ড্রেড বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্যসেন পুৰুষৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। চেমিফাইনেলত তেওঁ টাইৱানৰ চৌ তিয়ানছেনক ২৩-২১, ২৩-২০ গেমত পৰাস্ত কৰে ৷ ফাইনেলত লক্ষ্যই চীনৰ লী ছেইফেঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্ৰান্সৰ ক্ৰিষ্টো পপ'ভক ২১-২১, ১৮-১৯ গেমত পৰাস্ত কৰি লী ছেইফেং ফাই...

September 13, 2025 12:00 PM

views 30

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত দেওবাৰে ভাৰত পাকিস্তানৰ মুখামুখি হ’ব

● এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ এৰ এখন খেলত পাকিস্তানে অমানক ৯৩ ৰানত পৰাস্ত কৰি জয়েৰে নিজৰ অভিযান আৰম্ভ কৰে। পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১৬০ ৰানৰ প্ৰত্যুত্তৰত অমানে ১৬ অ’ভাৰ আৰু চাৰিটা বলত আটাইকেইটা ...

September 12, 2025 12:36 PM

views 23

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত বাংলাদেশৰ হাতত হংকঙ ৭ উইকেটত পৰাস্ত

বাংলাদেশে যোৱা নিশা আবু ধাবিত অনুষ্ঠিত এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত হংকঙক ৭ উইকেটত পৰাস্ত কৰি ইতিহাস ৰছনা কৰে। টি-টুৱেণ্টি প্ৰতিযোগিতাৰ ইতিহাসত হংকঙৰ বিৰুদ্ধে এয়া বাংলাদেশৰ প্ৰথম জয়। দলটোৱে ১৪৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ ৪টা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত ল...

September 11, 2025 3:19 PM

views 33

ডুবাইত ভাৰত-পাকিস্তানৰ এছিয়া কাপ টী-২০ খেলখন বাতিলৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

■ উচ্চতম ন্যায়ালয়ে অহা ১৪ ছেপ্তেম্বৰত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত হ'বলগীয়া এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাৰ খেলখন বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ জে কে মহেশ্বৰী আৰু বিজয় বিষ্ণ’ইক লৈ গঠিত এখন বিচাৰপীঠে আজি এখন জনস্...

September 11, 2025 3:12 PM

views 27

হংকং অ’পেন বেডমিণ্টনত সাত্বিকচাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটী ফাইনেলত প্ৰৱেশ

■ ভাৰতৰ সাত্বিকচাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে হংকং অ'পেন বেডমিণ্টন প্রতিযোগিতাত পুৰুষৰ ডাবল্‌ছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সাত্বিক আৰু চিৰাগৰ যুটীটোৱে আজি প্রি কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ পিৰাছাই চুকফোন আৰু পক্কাপন টিৰাটচাকুলৰ যুটিটোক ১৮-২১, ২১-১৫, ২১-১১ গেমত পৰাস্ত কৰে। ভাৰতীয় য...

September 11, 2025 3:05 PM

views 30

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৩টা পদক নিশ্চিত

■ ভাৰতে ইংলেণ্ডৰ লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তিনিটা পদক নিশ্চিত কৰিছে। ভাৰতৰ জেচমিন লেম্ব’ৰিয়া, নুপুৰ শ্বিঅ'ৰান আৰু পূজা ৰাণীয়ে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৩৪ বছৰীয়া ৰাণীয়ে যোৱানিশা ৮০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ এমিলিয়া কোটেৰস্কাক ৩-২ ফলাফলত প...

September 11, 2025 12:37 PM

views 56

ভাৰতে পুৰুষৰ এছিয়া কাপ টী-২০ ক্রিকেটত জয়েৰে অভিযান আৰম্ভ

■ ভাৰতে পুৰুষৰ এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। গ্রুপ-এত নিজৰ প্ৰথমখন খেলত ভাৰতে যোৱা নিশা সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ- ইউ এ ইৰ বিৰুদ্ধে ৯ উইকেটত অনায়াসে জয়লাভ কৰে। ইউ এ ইৰ দলটোৱে প্ৰথমে বেট ধৰি ভাৰতৰ সন্মুখত ৫৮ ৰানৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে ৪ অ...

September 10, 2025 12:04 PM

views 17

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী খেলত হংকঙক ৯৪ ৰানত পৰাস্ত আফগানিস্তানৰ

আবু ধাবিত অনুষ্ঠিত এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী খেলখনত যোৱা নিশা আফগানিস্তানে হংকঙক ৯৪ ৰানত পৰাস্ত কৰে। গ্ৰুপ-বিৰ এই খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আফগানিস্তানে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ছেদিকুল্লাহ অটলে ৭৩ ৰান কৰে। আজমতুল্লাহ ওমৰজায়ে ২০টা বল...

September 9, 2025 3:14 PM

views 21

সপ্তদশ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী মেচত আফগানিস্তানে হংকঙৰ বিৰুদ্ধে খেলিব

● আবু ধাবিত আজি আৰম্ভ হ'বলগীয়া সপ্তদশ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী মেচত আফগানিস্তানে হংকঙৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত খেলখন আৰম্ভ হ'ব। ২৮ ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই প্রতিযোগিতাত মুঠ আঠটা দলে খিতাপ দখলৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ২০১৬ চনৰ পৰা এদিনীয়া আৰু টি-২০...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।