খেল

September 25, 2025 10:15 PM

views 29

এছিয়া কাপ টি-২০ ক্রিকেটৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল আজি চূড়ান্ত হ’ব

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল আজি চূড়ান্ত হ'ব। প্রতিযোগিতাত আজি নিশা ৮ বজাত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত বাংলাদেশ পাকিস্তানৰ মুখামুখি হ'ব। খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতে যোৱা নিশা ছুপাৰ ফ'ৰ পৰ্যায়ৰ নিজৰ দ্বিত...

September 24, 2025 1:05 PM

views 32

এছিয়া কাপৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ আজিৰ খেলত ভাৰত বাংলাদেশৰ মুখামুখি

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ আজি হ'বলগীয়া খেলত ভাৰত বাংলাদেশৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত ডুবাই ক্রিকেট ষ্টেডিয়ামত খেলোৱা হ'ব। ইপিনে, প্রতিযোগিতাত যোৱানিশা আবু ধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে শ্রীলং...

September 23, 2025 11:21 AM

views 36

এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ ছুপাৰ-ফ’ৰ পৰ্যায়ত আজি পাকিস্তান-শ্ৰীলংকাৰ খেল

এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ ছুপাৰ-ফ'ৰ পৰ্যায়ৰ এখন খেলত আজি পাকিস্তান শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ’বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ভাৰত আৰু বাংলাদেশে ইতিমধ্যে ২ পইণ্টতকৈ লাভ কৰিছে যদিও পাকিস্তান আৰু শ্ৰীলংকাই এতিয়াও ছুপাৰ-ফ’ৰত কো...

September 22, 2025 11:33 AM

views 23

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত পাকিস্তান ৬ উইকেটত পৰাস্ত

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত ভাৰতে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে। ভাৰতে ১৭২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ ৫টা বলত ৪টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। অভিষেক শৰ্মাই ৭৪ আৰু শুভমন গিলে ৪৭...

September 21, 2025 8:10 PM

views 13

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত ভাৰতীয় যুটীৰ পৰাজয়

চীনৰ ছেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতৰ স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটী পৰাস্ত হয়। শীর্ষ বাছনিৰ বিশ্ব চেম্পিয়ন দক্ষিণ কোৰিয়াৰ কিম ৱন হো আৰু চিউ চিউং জেৰ হাতত ভাৰতীয় যুটীটো ২১-১৯, ২১-১৫ ফলাফলত পৰাস্ত হয়। ছেমি ফাইনেলত অষ্টম বা...

September 20, 2025 1:00 PM

views 35

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত ওমান ২১ ৰাণত পৰাজিত

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা আবু ধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ- এৰ অন্তিমখন খেলত ভাৰতে ওমানক ২১ ৰানত পৰাজিত কৰে। ওমানে ১৮৯ ৰানৰ বিজয় লক্ষ্যৰে খেলা আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ১৬৭ ৰান কৰে। হার্ডিক পাণ্ডিয়া, অর্শ্বদ্বীপ সিং, হৰ্ষিত ৰাণা আৰু কুলদীপ যাদ...

September 19, 2025 9:10 PM

views 27

এছিয়া কাপ টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আজি ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ

এছিয়া কাপ টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আজি ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। যোৱা নিশা আবুধাবিত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত শ্রীলংকাই আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰি ছুপাৰ ফ'ৰ পৰ্য...

September 19, 2025 12:36 PM

views 18

শ্ৰীলংকা এছিয়া কাপ টি ২০ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ত প্ৰৱেশ

শ্রীলংকাই যোৱা নিশা আবুধাবিত অনুষ্ঠিত এছিয়া কাপ টি ২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰি ছুপাৰ ফ'ৰ পৰ্যায়ত প্ৰৱেশ কৰে। শ্ৰীলংকাই ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৪ টা বলত চাৰিটা উইকেট হেৰুৱাই ১৭১ ৰান কৰে। শ্ৰীলংকাৰ হৈ কুশল মেণ্ডিজে ৫২ টা বলত ৭৪ ৰান কৰি ...

September 17, 2025 8:42 PM

views 31

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ফাইনেলৰ বাবে নীৰজ চোপ্ৰাৰ যোগ্যতা অৰ্জন

ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। নীৰজে প্ৰথমবাৰতে ৮৪ দশমিক ৮-৫ মিটাৰলৈ জেভলিন দলিয়াই ফাইনেলত প্ৰৱেশ কৰে। টকিঅ'ত অনুষ্ঠিত এই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অলিম্পিক চেম্পিয়ন তথা পাকিস্তানী খেলুৱৈ আছাদ নদীমেও অংশ লয়।

September 17, 2025 7:42 PM

views 20

আই চি চি টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ শীৰ্ষত ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্ত্তী

স্পীনাৰ বৰুণ চক্ৰৱৰ্ত্তী আই চি চি টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত বিশ্বৰ ১ নম্বৰ বলাৰ হিচাপে পৰিগণিত হৈছে। চক্ৰৱৰ্তীয়ে নিউজিলেণ্ডৰ বেগী বলাৰ জেকব ডাফিক চেৰ পেলাই টি-২০ বলাৰৰ ৰেংকিঙত শীর্ষস্থান দখল কৰিছে। ৩৪ বছৰীয়া চক্ৰৱৰ্তী যশপ্রীত বুমৰা আৰু ৰবি বিষ্ণুইৰ পাছত এই কৃতিত্ব অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।