খেল

January 19, 2026 12:11 PM

views 29

ভাৰত ভ্ৰমণলৈ অহা নিউজিলেণ্ড পুৰুষ ক্রিকেট দলৰ ২-১ৰ ব্যৱধানত এদিনীয়া শৃংখলা হস্তগত

ভাৰত ভ্ৰমণলৈ অহা নিউজিলেণ্ড পুৰুষ ক্রিকেট দলে ২-১ৰ ব্যৱধানত এদিনীয়া শৃংখলা হস্তগত কৰিছে। যোৱা নিশা ইন্দোৰত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন এদিনীয়াত আলহী দলটো ৪১ ৰাণত জয়ী হয়। কিৱি বাহিনীয়ে বান্ধি দিয়া ৩৩৮ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ৪৬ অভাৰত মাত্র ২৯৬ ৰাণহে কৰিবলৈ সমর্থ হয়। বিৰাট কোহলীয়ে শতকীয় ইনিংছেৰে শেষ...

January 18, 2026 9:19 PM

views 25

এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত নিউজিলেণ্ডৰ ভাৰতক জয়ৰ বাবে ৩৩৮ ৰানৰ লক্ষ্য নির্ধাৰণ

ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে ৩৩৮ ৰানৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। টছত হাবিৰ প্ৰথমে বেট ধৰা নিউজিলেণ্ডে নির্ধাৰিত অ'ভাৰত ৮ টা উইকেট হেৰুৱাই ৩৩৭ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ডেৰিল মিচেল আৰু প্লেন ফিলিপ্‌প্সছে শতক অর্জ...

January 18, 2026 12:25 PM

views 40

বিজয় মার্চেণ্ট ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ অসম

অসম আজি ৰাজকোটত হ'বলগীয়া ১৬ বছৰ অনুৰ্ধবৰ বিজয় মার্চেণ্ট ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমে কোৱাৰ্টাৰ ফাইনেলত পঞ্জাৱক ৩ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে।

January 17, 2026 12:28 PM

views 23

নামৰূপৰ গান্ধীময়দানত কালিৰেপৰা এম এল এ কাপ ৩ পইণ্ট জিৰ অনুষ্ঠিত

নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপৰ গান্ধীময়দানত কালিৰেপৰা এম এল এ কাপ ৩ পইণ্ট জিৰ অনুষ্ঠিত হৈছে। অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈয়ে এই প্ৰতিযোগিতা উদ্বোধন কৰি কয়, যে উৎসাহ আৰু প্ৰতিযোগিতামূলক মনোভাৱেৰে পৰিপূৰ্ণ এই প্রতিযোগিতাই ক্রীড়া প্ৰেমীসকলক আনন্দিত কৰিবলৈ সক্ষম হয়।

January 16, 2026 8:12 PM

views 28

সন্তোষ ট্ৰফীৰ বাবে অসমৰ ছিনিয়ৰ পুৰুষ ফুটবল দলৰ ২২গৰাকী খেলুৱৈৰ তালিকা প্ৰকাশ

অসম ফুটবল সন্থাই ২০২৫-২৬ বৰ্ষৰ সন্তোষ ট্ৰফীৰ ৭৯ সংখ্যক ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত ভাগ ল'বলগীয়া অসমৰ ছিনিয়ৰ পুৰুষ ফুটবল দলৰ ২২ গৰাকী খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে। প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ খেলসমূহ ঢকুৱাখনা আৰু চিলাপথাৰত ২১ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। ৭ জানুৱাৰীৰ পৰা ধেমাজিত অন...

January 16, 2026 12:48 PM

views 21

মিচেল ষ্টার্কক আই চি চিৰ ২০২৫ চনৰ ডিচেম্বৰৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে নির্বাচিত

অষ্ট্ৰেলিয়াৰ মিচেল ষ্টার্কক আই চি চিৰ ২০২৫ চনৰ ডিচেম্বৰৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে নির্বাচিত কৰা হৈছে। শেহতীয়াকৈ গৃহভূমিত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত এছেজ শৃংখলাত অষ্ট্ৰেলিয়াৰ বলিং আক্রমণক দিয়া সফল নেতৃত্বৰ বাবে ষ্টার্কলৈ এই সন্মান যচা হয়। ২০২৩ চনৰ ডিচেম্বৰত পেট কামিনছৰ পাছত দুবছৰৰ মূৰত অষ্ট্ৰেলিয়াৰ কোনো খে...

January 16, 2026 12:45 PM

views 17

মহিলা প্রিমিয়াৰ লীগ ক্ৰিকেটৰ এখন খেলত ইউপি ৱাৰিয়ৰ্জৰ মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাস্ত

মহিলা প্রিমিয়াৰ লীগ ক্ৰিকেটৰ এখন খেলত যোৱা নিশা ইউপি ৱাৰিয়ৰ্জে মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাজিত কৰিছে। প্রতিযোগিতাত এয়া ইউপি ৱাৰিয়ৰ্জৰ প্ৰথমটো জয়। নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প'র্টছ একাডেমীত অনুষ্ঠিত খেলখনত প্রথমে বেটিং কৰিবলৈ আমন্ত্রণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটত ১৬১ ৰান...

January 16, 2026 12:34 PM

views 32

আই চি চি ১৯ বছৰ অনুর্ধ ক্রিকেট বিশ্বকাপ ২০২৬ৰ উদ্বোধনী খেলত ভাৰতৰ আমেৰিকাক ৬ উইকেটত পৰাস্ত

আই চি চি ১৯ বছৰ অনুর্ধ পুৰুষ ক্রিকেট বিশ্বকাপ ২০২৬ৰ উদ্বোধনী খেলত ভাৰতে আমেৰিকাক ৬ উইকেটত পৰাস্ত কৰিছে। জিম্বাবুৱেৰ বুলাৱায়োৰ কুইন্স স্প'ৰ্টছ ক্লাবত অনুষ্ঠিত খেলখনত প্রথমে বেটিঙৰ বাবে আমন্ত্রণ লাভ কৰা আমেৰিকাই ৩৫ অ'ভাৰ আৰু দুটা বলত মাত্র ১০৭ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হেনিল পেটেলে ৫টা উইকে...

January 15, 2026 7:10 PM

views 33

উন্নত ক্রীড়া প্ৰশিক্ষণৰ উদ্দেশ্যে ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ গুৱাহাটীত অত্যাধুনিক ছেটেলাইট ক্রীড়া কেন্দ্ৰৰ নিৰ্মাণৰ পৰিকল্পনা

ক্রীড়া আৰু যুব কল্যাণ বিভাগে অলিম্পিক খেলুৱৈসকলক প্রশিক্ষণ দিয়া দেশৰ বিখ্যাত সংস্থা ইনস্পায়াৰ ক্ৰীড়া প্রতিষ্ঠানৰ সহযোগত গুৱাহাটীত এটা অত্যাধুনিক ছেটেলাইট ক্রীড়া কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যৰ প্ৰতিভাবান যুৱ খেলুৱৈসকলক উন্নত তথা আধুনিক ক্রীড়া প্রশিক্ষণ প্রদানৰ উদ্দেশ্যে এই পদক্ষেপ লোৱ...

January 15, 2026 10:36 AM

views 23

মহিলা প্রিমিয়াৰ লীগত দেলহী কেপিটেলছে ইউ পি ৱাৰিয়াৰ্জক ৭ উইকেটত পৰাজিত কৰে

মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত যোৱা নিশা দেলহী কেপিটেলছে ইউ পি ৱাৰিয়াৰ্জক ৭ উইকেটত পৰাজিত কৰে। নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰিবলৈ নামি ৱাৰিয়ার্ডে নির্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৫৪ বান সংগ্ৰহ কৰে। অধিনায়ক মেগ লেনিঙে সর্বাধিক ৫৪ আৰু হাবলিন দেউলে ৪৭ ৰান কৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।