May 10, 2024 11:56 AM
22
আই পি এল ক্রিকেটৰ এখন খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ, আজিৰ খেল চেন্নাই ছুপাৰ কিংছ বনাম গুজৰাট টাইটানছ
ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই যোৱানিশা হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে ২৪২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮১ ৰানহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাবৰ হৈ ৰিলি ৰোচৌৱে সৰ্বাধিক ৬১ ৰান কৰ...