May 12, 2024 7:01 PM
14
বৰপেটাৰ কেওটকুছিত ৪০ উৰ্দ্ধৰ লোকৰ কাৰণে মাৰাথন প্রতিযোগিতাৰ আয়োজন
যুৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ লগতে সামাজিক দায়বদ্ধতা আৰু চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৰপেটাৰ কেওটকুছি চেম্পিয়ন ক্লাবৰ উদ্যোগত ৪০ উৰ্দ্ধৰ লোকৰ কাৰণে এখন মাৰাথন প্রতিযোগিতাৰ আয়োজন কৰা হয়। শতাধিক প্রতিযোগীয়ে অংশগ্রহণ কৰা প্ৰতিযোগিতাখনত প্রতিযোগীসকলে সমগ্র কেওটকুছি গাঁও পৰ...