খেল

April 21, 2024 8:56 PM April 21, 2024 8:56 PM

views 15

আই পি এল ক্রিকেটঃ কলকাতা নাইট ৰাইডাৰ্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ১ ৰানত জয়ী

 আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতা ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ১ ৰানত জয়ী হয়।  খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে টচত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। কলকাতা নাইট ৰাইডাৰ্ছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনি...

April 21, 2024 1:14 PM April 21, 2024 1:14 PM

views 12

এছিয় অলিম্পিক কোৱালিফায়াৰ মল্লযুদ্ধ প্রতিযোগিতাৰ ফাইনেলত ৱিনেশ ফোগাট, অংশু মালিক আৰু ৰীতিকা হুডাৰ প্ৰৱেশ

ভাৰতৰ ৱিনেশ ফোগাট, অংশু মালিক আৰু ৰীতিকা হুডাই কিৰ্গীস্তানৰ বিছকেকত অনুষ্ঠিত এছিয় অলিম্পিক কোৱালিফায়াৰ মল্লযুদ্ধ প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰি পেৰিছ অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ফোগাটে কালি ৫০ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত কাজাখস্তানৰ লৌৰা গানিকীজিক ১০-০ ফলাফলত পৰাস্ত কৰে। একেদৰে অংশু...

April 21, 2024 12:56 PM April 21, 2024 12:56 PM

views 11

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু -কলকাতা নাইটৰাইডাৰ্ছ আৰু পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ মুখামুুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। বিয়লি চাৰে ৩ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইটৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে, সন্ধিয়া চাৰে ৭ বজাত চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন খেলত পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ মুখামুুখি হ'ব...

April 20, 2024 12:24 PM April 20, 2024 12:24 PM

views 13

আইপিএলৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৮ উইকেটত পৰাস্ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ, আজিৰ খেল ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম দেলহী কেপিটেলছ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৮ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১৭৭ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত দুটা উইকেট হেৰুৱাই ১৮০ ৰাণ কৰে। লক্ষ্ণৌৰ হৈ কে এল ৰাহুলে ৫৩টা বলত ৮২ ৰাণ কৰে।...

April 19, 2024 5:53 PM April 19, 2024 5:53 PM

views 15

আই পি এলৰ এখন খেলত পাঞ্জাব কিংছক ৯ ৰানত পৰাস্ত মুম্বাই ইণ্ডিয়ানছৰ, আজিৰ খেল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম চেন্নাই ছুপাৰ কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজি লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা চণ্ডিগড়ত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ৯ ৰানত পৰাস্ত কৰে। খেলখ...

April 17, 2024 11:07 AM April 17, 2024 11:07 AM

views 17

আই পি এলত যোৱা নিশা অনুষ্ঠিত খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছক ২ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি কলকাতাই নিৰ্ধাৰিত ২০ অ'ভাৰত ৬টা উইকেট হেৰুৱাই ২২৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ সুনীল নাৰিনে ৫৬টা বলত ১০৯ ৰানৰ বৰঙণি আগবঢ়ায...

April 17, 2024 11:03 AM April 17, 2024 11:03 AM

views 15

টেবুল টেনিছ বিশ্বকাপ প্রতিযোগিতাত মণিকা বাঢ়া আৰু শ্ৰীজা আকুলাৰ জয়েৰে অভিযান আৰম্ভ

ভাৰতৰ মণিকা বাঢ়া আৰু শ্ৰীজা আকুলাই চীনৰ মাকাউত চলি থকা টেবুল টেনিছ বিশ্বকাপ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ গ্ৰুপ পৰ্যায়ত জয়েৰে অভিযান আৰম্ভ কৰিছে। বিশ্বৰ ৩৭ সংখ্যক স্থানৰ খেলুৱৈ মণিকাই ৰোমানিয়াৰ এডিনা ডিকানৌক ৩-১ ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে সতীৰ্থ খেলুৱৈ শ্ৰীজা আকুলাই পোলেণ্ডৰ নাটালিয়া বাজোৰৰ বিৰুদ...

April 16, 2024 6:41 PM April 16, 2024 6:41 PM

views 20

আই পি এল ক্রিকেটত আজি ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

কলকাতা নাইট ৰাইডাৰ্ছ আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে, চানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ ...

April 16, 2024 11:54 AM April 16, 2024 11:54 AM

views 21

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালিৰ খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে চানৰাইজাৰ্ছ হায়দাবাদৰ জয়লাভ

চানৰাইজাৰ্ছ হায়দাবাদে বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত যোৱা নিশা ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক ২৫ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। ২৮৮ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি বেংগালুৰু দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৬২ ৰানহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ ...

April 15, 2024 7:26 PM April 15, 2024 7:26 PM

views 16

কির্গিস্তানত অনুষ্ঠিত ছিনিয়ৰ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা দলৰ দুটাকৈ ৰূপ আৰু  ব্ৰঞ্জৰ পদক লাভ

কির্গিস্তানৰ বিচকেকত অনুষ্ঠিত ছিনিয়ৰ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযুঁজাৰুৰ দলটোৱে দুটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। কালি অনুষ্ঠিত মহিলাৰ ৭২ কেজি শাখাৰ এখন খেলত ভাৰতৰ হৰ্ষিতা চীনৰ কুয়ান জিয়াঙৰ হাতত ২-৫ ফলাফলত পৰাস্ত হোৱাৰ বিপৰীতে অঞ্জু পাংঘাল ৫৩ কেজি শাখাত উত্তৰ কোৰিয়াৰ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।