খেল

April 25, 2024 6:56 PM April 25, 2024 6:56 PM

views 17

ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্য্যায়ৰ ফাইনেলত প্ৰৱেশ

ভাৰতীয় পুৰুষ আৰু মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চাংঘাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্য্যায়ৰ ফাইনেলত প্ৰৱেশ কৰিছে। অভিষেক বার্মা, প্রিয়াংশ আৰু প্ৰথমেশ ফুগেৰ ভাৰতীয় পুৰুষ দলটোৱে কালি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক ২৩৫-২৩৩ ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে জ্যোতি সুৰেখা ৱেন্নম, অদিতি গোপীচান্দ আৰু পৰ্ণী...

April 25, 2024 11:56 AM April 25, 2024 11:56 AM

views 24

আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেলত দেলহি কেপিটেলছৰ হাতত গুজৰাট টাইটানছ পৰাজিত

দেলহি কেপিটেলছে যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত গুজৰাট টাইটানছক ৪ ৰানত পৰাস্ত কৰে। খেলখনত দেলহি কেপিটেলছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি অধিনায়ক ঋষভ পণ্টৰ অপৰাজিত ৮৮ আৰু অক্ষৰ পেটেলৰ ৬৬ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰ...

April 25, 2024 11:51 AM April 25, 2024 11:51 AM

views 19

এছিয়া এথলেটিকছ চেম্পিয়নশ্বিপত পুৰুষৰ জেভলিন থ্র’ত ভাৰতৰ দীপাংশু শর্মাৰ স্বর্ণ পদক লাভ

ভাৰতৰ দীপাংশু শর্মাই কালি ডুবাইত ২০ বছৰ অনুৰ্ধৰ এছিয় এথলেটিকছ চেম্পিয়নশ্বিপৰ উদ্বোধনী দিনটোত পুৰুষৰ জেভলিন থ্র'ত স্বর্ণ পদক লাভ কৰাৰ বিপৰীতে আন তিনিগৰাকী সতীৰ্থ খেলুৱৈয়ে ৰূপৰ পদক লাভ কৰে। পুৰুষৰ জেভলিন থ্ৰ'ত দীপাংশুৱে ৭০ দশমিক ২-৯ মিটাৰ নিক্ষেপ কৰি স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ৰোহন যাদৱে ৭০ দশমিক ...

April 24, 2024 8:44 PM April 24, 2024 8:44 PM

views 9

চাংঘাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ ফাইনেলত ভাৰতৰ পুৰুষ আৰু মহিলা কম্পাউণ্ড আৰ্চাৰী দল

ভাৰতৰ পুৰুষ আৰু মহিলা কম্পাউণ্ড আৰ্চাৰী দল চাংঘাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ ফাইনেলত প্ৰৱেশ কৰিছে। অভিষেক বার্মা, প্রিয়াংশ আৰু প্ৰথমেশ ফুগেৰ ভাৰতীয় পুৰুষ দলটোৱে আজি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক ২৩৫-২৩৩ ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে জ্যোতি সুৰেখা ৱেন্নম, অদিতি গোপীচান্দ আৰু পৰণীত কৌৰক ...

April 24, 2024 8:18 PM April 24, 2024 8:18 PM

views 11

গুৱাহাটীৰ ৪গৰাকী দবা খেলুৱৈৰ ফীডে ৰেটিং লাভ

গুৱাহাটীৰ চাৰিগৰাকী দবা খেলুৱৈ ফীডে ৰেটিং লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী দবা একাডেমীৰ খেলুৱৈ ভৌমিক কিশোৰ দাস, হৃয়ান কৌশিক ঠাকুৰীয়া, তমন্না শৰ্মা আৰু তানিস্ক ঠাকুৰীয়াক ফীডে ৰেটিং প্ৰদান কৰা হৈছে। বিশ্ব দবা মহাসংঘই প্ৰকাশ কৰা এপ্রিল, ২০২৪ৰ ফীডে ৰেটিং তালিকা অনুসৰি ভৌমিক কিশোৰ দাসে এহেজাৰ ৫৫০ ৰেটিং...

April 24, 2024 5:32 PM April 24, 2024 5:32 PM

views 14

আই পি এল ক্রিকেটত আজি গুজৰাট টাইটানছ আৰু দেলহি কেপিটেলছৰ খেল

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইফালে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত প...

April 23, 2024 8:28 PM April 23, 2024 8:28 PM

views 8

আজিৰে পৰা চীনৰ ছাংঘাইত আৰ্ছাৰী বিশ্বকাপ ২০২৪ আৰম্ভ

আৰ্ছাৰী বিশ্বকাপ ২০২৪ আজি চীনৰ ছাংঘাইত আৰম্ভ হ'ব। ৩ বাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা দিপিকা কুমাৰীয়ে এই প্ৰতিযোগিতাত ভাৰতীয় প্ৰত্যাহ্বানৰ গুৰি ধৰিব। ভাৰতে ২৩ৰ পৰা ২৮ এপ্ৰিললৈ হবলগীয়া প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰাৰ বাবে এটা ১৬ জনীয়া দল প্ৰেৰণ কৰিছে।

April 23, 2024 12:23 PM April 23, 2024 12:23 PM

views 21

চীনৰ হংকঙত অনুষ্ঠিত এছিয়ান জুডু চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত ভাৰতৰ তুলিকা মান

চীনৰ হংকঙত অনুষ্ঠিত এছিয়ান জুডু চেম্পিয়নশ্বিপ ২০২৪ৰ ছেমিফাইনেলত কালি ভাৰতৰ তুলিকা মানে স্থান নিশ্চিত কৰিছে। খেলুৱৈগৰাকীয়ে মহিলাৰ ৭৮ কিলোগ্রাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত এছিয়াড চেম্পিয়ন দক্ষিণ কোৰিয়াৰ কিম হায়নক পৰাজিত কৰে।

April 23, 2024 11:45 AM April 23, 2024 11:45 AM

views 9

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ খেল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজি চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ১৮ অভাৰ...

April 22, 2024 11:15 AM April 22, 2024 11:15 AM

views 9

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজিৰ খেল ৰাজস্থান ৰয়েলছ বনাম মুম্বাই ইণ্ডিয়ানছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি জয়পুৰৰ ছৱাই মান সিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব।   প্রতিযোগিতাত যোৱা নিশা চণ্ডীগড়ৰ মহাৰাজা য়াৰাবিন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলত গুজৰাট...