April 29, 2024 6:20 PM April 29, 2024 6:20 PM
20
আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া ৭.৩০ বজাৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দেলহী কেপিটেলছ মুখামুখি
আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া চাৰে ৭ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দেলহী কেপিটেলছ মুখামুখি হ'ব। আনহাতে কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে...