খেল

May 23, 2024 8:32 PM

views 18

গোৱালপাৰাৰ ডি এন সিংহ ষ্টেডিয়ামত অত্যাধুনিক ক্রিকেট পেভেলিয়নৰ আধাৰশিলা স্থাপন

গোৱালপাৰাৰ ডি এন সিংহ ষ্টেডিয়ামত আজি এটা অত্যাধুনিক ক্রিকেট পেভেলিয়নৰ আধাৰশিলা স্থাপন কৰা হয়। অসম ক্রিকেট সন্থাই এই পেভেলিয়ন নিৰ্মাণৰ বাবে ৫০ লাখ টকা ধাৰ্য কৰিছে যদিও ইয়াৰ নিৰ্মাণত ৬০ৰ পৰা ৭০ লাখ টকা ব্যয় হ'ব বুলি ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে আজি আধাৰশিলা স্থাপন কৰি প্ৰকাশ কৰে। ছমাহৰ ভিতৰ...

May 23, 2024 6:47 PM

views 25

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়

ৰাজস্থান ৰয়েলছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক এলিমিনেটৰ খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক চাৰি উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ দলটোৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ৮ উইকেটৰ বিনিময়ত ১৭২ ৰাণ সংগ...

May 23, 2024 6:40 PM

views 18

মালয়েছিয়া বেডমিণ্টন প্রতিযোগিতা কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু আৰু অস্মিতা চলিহা

ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু অস্মিতা চলিহাই মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া বেডমিণ্টন প্রতিযোগিতা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি প্রি-কোৱাৰ্টাৰত অস্মিতাই আমেৰিকাৰ প্ৰতিদ্বন্দ্বীক ২১-১৯, ১৬-২১, ২১-১২ৰ ব্যৱধানত পৰাজিত কৰে। আনহাতে সিন্ধুৱে দক্ষিণ কোৰিয়াৰ প্রতিদ্বন্দ্বীক ...

May 23, 2024 12:46 PM

views 23

এফ আই এইচ প্ৰ’ লীগত ভাৰতৰ মহিলা হকী দল আৰ্জেণ্টিনাৰ হাতত ০-৫ গ’লত পৰাস্ত

২০২৩-২৪ বৰ্ষৰ এফ আই এইচ প্ৰ লীগত ভাৰতৰ মহিলা হকী দলটোৱে নিজৰ প্ৰথমখন খেলত আৰ্জেণ্টিনাৰ হাতত ০-৫ গ'লত পৰাজিত হয়। খেলখনৰ প্ৰথমাৰ্ধত ভাৰতৰ খেলুৱৈসকলে নিয়ন্ত্ৰণ বৰ্তাই ৰাখিবলৈ আপ্রাণ চেষ্টা কৰে। অৱশ্যে কেইবাটাও পেনাল্টি কর্ণাৰ লাভ কৰা আৰ্জেণ্টিনাৰ তীব্ৰ চাপৰ সন্মুখীন হ'বলগীয়া হয় আৰু অৱশেষত ০-৫ গ'লৰ ...

May 23, 2024 1:30 PM

views 38

আই পি এল ক্রিকেটৰ এলিমিনেটৰ খেলখনত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়

ৰাজস্থান ৰয়েলছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখনত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক চাৰি উইকেটত পৰাস্ত কৰে। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৭২ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যু...

May 22, 2024 10:20 AM

views 23

এছিয়ান ৰিলে চেম্পিয়নশ্বিপৰ ৪x৪০০ মিটাৰ ৰিলেত ভাৰতৰ দুটা ৰূপৰ পদক অৰ্জন

ভাৰতীয় পুৰুষ আৰু মহিলা দলে কালি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত এছিয়ান ৰিলে চেম্পিয়নশ্বিপৰ ফ'ৰ ইনটু ফ'ৰ হান্ড্রেড মিটাৰ ৰিলে দলৰ দুটা ৰূপৰ পদক অৰ্জন কৰে। মহম্মদ অনছ চাহিয়া, টি সন্তোষ কুমাৰ, মিজো চাকো কুৰিয়ন আৰু ৰাজীৱ অৰোকিয়াক লৈ গঠিত ভাৰতীয় দলটোৱে পুৰুষ শিতানত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। এ...

May 22, 2024 10:37 AM

views 23

কলকাতা নাইট ৰাইডাৰ্ছ আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত

কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দাবাদক আঠ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে মাত্র ১৬০ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৩ অভাৰ আৰু চাৰিটা বলত দুটা উইকেট...

May 21, 2024 8:28 PM

views 22

কাইলৈৰ পৰা কনকলতা বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতা

অসম ক্রিকেট সন্থাৰ উদ্যোগত কাইলৈৰ পৰা কনকলতা বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজ্যৰ কেইবাটাও দলে অংশ ল'বলগীয়া এই প্ৰতিযোগিতাত দলসমূহক ৭টা ক্লাষ্টাৰত ভাগ কৰি বিভিন্ন স্থানত খেলসমূহ খেলোৱা হ'ব। গ্রুপ-এৰ খেলসমূহৰ বাহিৰে বাকী খেলসমূহ কাইলৈ আৰম্ভ হ'ব। কৰিমগঞ্জ, হোজাই, শিলচৰ আৰু হাইলাকা...

May 21, 2024 7:34 PM

views 26

বিশ্ব পেৰা এথলেটিক প্রতিযোগিতাৰ মহিলাৰ এফ-৫১ শিতানত এক্‌তা ভয়ানৰ সোণৰ পদক অৰ্জন

ভাৰতৰ এক্‌তা ভয়ানে জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিক প্রতিযোগিতাৰ মহিলাৰ এফ-৫১ শিতানত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ২০.১২ মিটাৰৰ বছৰটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে স্বৰ্ণপদক হস্তগত কৰে। ভাৰতৰ আন এগৰাকী খেলুৱৈ কশিশ লাক্রাই ১৪.৫৬ মিটাৰেৰে ৰূপৰ পদক লাভ কৰে। আনহাতে, আলজেৰিয়াৰ নাজেট্‌ বাউ...

May 21, 2024 7:35 PM

views 24

বেলজিয়ামৰ বিৰুদ্ধে ভাৰতীয় হকী দলৰ জয়লাভ

ইউৰোপ ভ্ৰমণলৈ যোৱা ভাৰতীয় হকী দলটোৱে বেলজিয়ামৰ বিৰুদ্ধে জয়লাভেৰে তেওঁলোকৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। ভাৰতীয় দলৰ সহ অধিনায়ক শদানন্দ তিৱাৰীয়ে এটা পেনাল্টি স্ট্রোকক গ'ললৈ পৰিৱৰ্তিত কৰি দলটোক প্ৰথম অগ্রগতি প্ৰদান কৰে। আনহাতে, খেলৰ প্ৰথমাৰ্ধৰ সমাপ্তিৰ পূৰ্বে একেগৰাকী খেলুৱৈয়ে পেনাল্টিৰ জৰিয়তে গ'ল দি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।