খেল

May 25, 2024 5:50 PM

views 25

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত অৱতীৰ্ণ ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু

ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে আজি কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ছেমিফাইনেলত থাইলেণ্ডৰ বুছানন অংবামৰাংফানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সিন্ধুৱে কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুক পৰাস্ত কৰে। আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা ...

May 25, 2024 5:46 PM

views 24

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত ভাৰতৰ সোণৰ পদক

ভাৰতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় দলটোৱে ফাইনেলত তুৰ্কীৰ দলটোক পৰাস্ত কৰে। আনহাতে জ্যোতি সুৰেখা ৱেন্নম আৰু প্ৰিয়াংশে কম্পাউণ্ড মিক্সড্ টীম শাখাত ৰূপৰ পদক ...

May 25, 2024 11:42 AM

views 33

আই পি এল ক্রিকেটত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দাবাদৰ ফাইনেলত প্ৰৱেশ

ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । ৰাজস্থান ৰয়েলছে ১৭৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৯ ৰানহে কৰিবল...

May 24, 2024 8:43 PM

views 13

জ্যোতি সুৰেখা ৱেন্নম আৰু প্রিয়াংশ আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড মিক্সড্ টীম শাখাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নম আৰু প্রিয়াংশে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড মিক্সড্ টীম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় দলটোৱে ছেমি ফাইনেলত আয়োজক দেশখনৰ হান চিউজিয়ন আৰু য়াং জিঅ'নৰ যুটিটোক পৰাস্ত কৰে। জ্যোতি আৰু প্রিয়াংশ ফাইনেলত উপনীত হোৱাৰ লগে লগে এই প্ৰত...

May 24, 2024 8:40 PM

views 38

আই পি এলৰ দ্বিতীয়খন কোৱালিফায়াৰ খেল ৰাজস্থান ৰয়েলছ বনাম  ছানৰাইজাৰ্ছ হায়দাবাদ

চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ  ছানৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব...

May 24, 2024 2:51 PM

views 26

পি ভি সিন্ধু মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়াৰ কোৱালালমপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দুবাৰকৈ অলিম্পিকৰ পদক জয়ী সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুইক ২১-১৩, ১৪-২১, ২১–১২ গেমত পৰাস্ত কৰে। অৱশ্যে মহিলাৰ ছিংগলছৰ আন এখন কোৱাৰ্...

May 24, 2024 12:01 PM

views 17

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু-অস্মিতা চলিহা

ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু অস্মিতা চলিহাই মালয়েছিয়াৰ কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি প্রি-কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ বেইৱেন ঝাঙক ২১-১৯, ১৬-২১, ২১-১২ গেমত পৰাস্ত কৰে। আনহাতে সিন্ধুৱে দক্ষিণ ...

May 24, 2024 11:56 AM

views 29

আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ

ৰাজস্থান ৰয়েলছ আজি চেন্নাইৰ এম এ চিডাম্বৰৰ্ম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে...

May 24, 2024 11:53 AM

views 20

FIH প্র’-লীগ ইউৰোপীয়ান লেগৰ এখন খেলত ভাৰতৰ পুৰুষ হকী দলটো বেলজিয়ামৰ হাতত পৰাস্ত

FIH প্র’-লীগ ২০২৩-২৪ ইউৰোপীয়ান লেগৰ এখন খেলত কালি ভাৰতৰ পুৰুষ হকী দলটো অলিম্পিক চেম্পিয়ন বেলজিয়ামৰ হাতত ১-৪ গ'লৰ ব্যৱধানত পৰাস্ত হয়। হৰমন প্রীত সিং নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইয়াৰ পূৰ্বে পৰহিৰ এখন খেলত আৰ্জেণ্টিনাক পৰাস্ত কৰিছিল। প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ভাৰতে ১০খন খেলৰ পৰা ১৭ পইণ্ট লাভ কৰি ত...

May 23, 2024 8:42 PM

views 34

আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ

ৰাজস্থান ৰয়েলছ কাইলৈ চেন্নাইৰ এম এ চিডাম্বৰৰ্ম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।