খেল

May 11, 2024 5:48 PM May 11, 2024 5:48 PM

views 15

আই পি এলঃ বৰ্ষাপাৰা ষ্টেডিয়ামত ১৫ আৰু ১৯ মে’ত আই পি এলৰ দুখন খেল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ দুখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১৫ আৰু ১৯ মে'ত অনুষ্ঠিত হ'ব। ১৫ মে'ত সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ আৰু ১৯ মে'ত দলটো কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে খেলি থকা ৰাজস্থান ৰয়েলছ দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকু...

May 11, 2024 4:51 PM May 11, 2024 4:51 PM

views 3

দোহা ডায়মণ্ড লীগ ২০২৪, প্রতিযোগিতাত দ্বিতীয় স্থান নিশ্চিত নীৰজ চোপ্ৰাৰ

ভাৰতীয় জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই দোহা ডায়মণ্ড লীগ ২০২৪ প্রতিযোগিতাত দ্বিতীয় স্থান নিশ্চিত কৰিছে। জেভলিনৰ শীৰ্ষ স্থানৰ খেলুৱৈ জাকোব জাদলেজতকৈ মাত্র দুই চেণ্টিমিটাৰ কম জেভলিন দলিয়াই তেওঁ দ্বিতীয় স্থান লাভ কৰে। বতাহৰ পৰিপ্ৰেক্ষিতত নীৰজে একেৰাহে দ্বিতীয়বাৰৰ বাবে দোহাত চূড়ান্ত বিজয়ীৰ খিতাপ দখলত ...

May 11, 2024 4:47 PM May 11, 2024 4:47 PM

views 21

পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াৰ

ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াই পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অলিম্পিকত ভাগ লোৱাৰ বাবে তেওঁ পঞ্চমগৰাকী মহিলা মল্ল যুঁজাৰু হিচাপে পৰিগনিত হৈছে। ইস্তানবুলত কালি বিশ্ব অলিম্পিক যোগ্যতা নির্ণয়কাৰী ৬৮ কিলোগ্রাম শাখাৰ চেমিফাইনেল খেলত দাহিয়াই ৰোমানিয়াৰ আলেকজেণ্ডা আংঘেলক পৰাস্ত কৰে। ...

May 11, 2024 2:54 PM May 11, 2024 2:54 PM

views 3

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৩৫ ৰানত পৰাস্...

May 11, 2024 10:58 AM May 11, 2024 10:58 AM

views 7

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইফালে গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৩৫ ৰানত পৰাস্...

May 11, 2024 10:56 AM May 11, 2024 10:56 AM

views 10

যোৰহাটৰ তিতাবৰত আজিৰ পৰা সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ

যোৰহাট জিলাৰ তিতাবৰত আজিৰ পৰা সপ্তম সংখ্যক সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ প্রতিযোগিতা অনুষ্ঠিত হ'ব। অসম পেনচাক ছিলাট সংস্থাৰ উদ্যোগত হ'বলগীয়া প্ৰতিযোগিতাখনত খেলুৱৈসকলে কেইবাটাও বিভাগত প্রতিদ্বন্দ্বিতা কৰিব। এই প্ৰতিযোগিতাখনৰ পৰাই ১১ জুনৰ পৰা ১৩ জুনলৈ ওড়িশাত হ'বলগীয়া ৰাষ্ট্ৰীয় পেনচাক ছিলাট প...

May 10, 2024 6:30 PM May 10, 2024 6:30 PM

views 3

আই পি এল ক্রিকেটত আজি চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ খেল

গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ, গুজৰাট টাইটানছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই যোৱানিশা হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে...

May 10, 2024 11:56 AM May 10, 2024 11:56 AM

views 5

আই পি এল ক্রিকেটৰ এখন খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ, আজিৰ খেল চেন্নাই ছুপাৰ কিংছ বনাম গুজৰাট টাইটানছ

ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই যোৱানিশা হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে ২৪২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮১ ৰানহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাবৰ হৈ ৰিলি ৰোচৌৱে সৰ্বাধিক ৬১ ৰান কৰ...

May 10, 2024 11:53 AM May 10, 2024 11:53 AM

views 7

বাংলাদেশত অনুষ্ঠিত মহিলাৰ টি২০ ক্রিকেট খেলত বাংলাদেশক ২১ ৰানত পৰাস্ত ভাৰতৰ

বাংলাদেশৰ ছিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ টি২০ ক্রিকেট খেলত কালি ভাৰতে বাংলাদেশক ২১ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৫৬ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ হেমলতাই ২৮টা বলত ৩৭ ৰান কৰে। প্ৰত্যুত্তৰত বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময...

May 10, 2024 11:51 AM May 10, 2024 11:51 AM

views 5

এফ আই এইচ হকী প্ৰ’ লীগত অংশগ্রহণৰ বাবে ২৪জনীয়া ভাৰতীয় পুৰুষ দল ঘোষণা হকী ইণ্ডিয়াৰ

হকী ইণ্ডিয়াই বেলজিয়ামৰ এণ্টৱাৰ্প আৰু লণ্ডনত হ'বলগীয়া এফ আই এইচ হকী প্ৰ' লীগ ২০২৩-২৪ত অংশগ্রহণ কৰিবলগীয়া ২৪ জনীয়া ভাৰতীয় পুৰুষ দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। হৰমনপ্রীত সিঙক দলৰ অধিনায়ক আৰু হার্দিক সিঙক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। প্রতিযোগিতাৰ বেলজিয়াম পৰ্যায় ২২ মে'ৰ পৰা ৩০ মে'লৈ আৰু ইং...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।