খেল

May 28, 2024 4:12 PM

views 15

ফ্ৰেন্স অপেন টেনিছৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভাম্বী অৱতীৰ্ণ হ’ব

ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভাম্বী আজি নিজ নিজ সংগীৰ সৈতে পেৰিছত হ’বলগীয়া ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ’ব। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো প্ৰথম ৰাউণ্ডত ফিনলেণ্ডৰ ইমিল ৰুছুভ’ৰী আৰু হাংগেৰীৰ মাৰ্টন ফুকছ’ভিক্সৰ মুখামুখী...

May 28, 2024 1:26 PM

views 12

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেলত অংশ ল’বলগীয়া ভাৰতীয় জ্যেষ্ঠ মহিলা দলটোৰ সদস্যসকলৰ নাম ঘোষণা

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে কালি উজবেকিস্তানৰ বিৰুদ্ধে দুখন আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেলত অংশ ল'বলগীয়া ভাৰতীয় জ্যেষ্ঠ মহিলা দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। ২৩ জনীয়া দলটোত ৩ গৰাকী গলকিপাৰ, ৮ গৰাকী ডিফেণ্ডাৰ, ৮ গৰাকী মিড ফিল্ডাৰ আৰু ৪ গৰাকী ফৰৱাৰ্ড খেলুৱৈক স্থান দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়...

May 28, 2024 1:23 PM

views 18

ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাত আজি পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ৰোহন বোপন্না আৰু য়ুকি ভান্ত্ৰী অৱতীৰ্ণ

ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভান্ত্ৰী আজি ফ্ৰান্সৰ পেৰিছত হ'বলগীয়া ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো প্ৰথম ৰাউণ্ডত ফিনলেণ্ডৰ ইমিল ৰুছুভ’ৰী আৰু হাংগেৰীৰ মাৰ্টন ফুকছ’ভিক্সৰ মুখামুখী হোৱাৰ ব...

May 28, 2024 1:21 PM

views 25

বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ সন্তুষ্টি প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ সন্তোষ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয়ে কয় যে, মাত্র ৭টা বছৰত ৩৬ সংখ্যক স্থানৰ পৰা ষষ্ঠ স্থানলৈ উন্নীত হ'বলৈ ভাৰতীয় খেলুৱৈসকলে চলিত বৰ্ষৰ প্ৰতিযোগিতাত ১৭টা পদক জয় কৰে। এই উল...

May 27, 2024 8:03 PM

views 32

ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত

অহা ২ জুনত আৰম্ভ হ'বলগীয়া টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে অধিনায়ক ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হৈছে। দলটোত ৰোহিত শৰ্মাৰ উপৰি যশপ্রীত বুমৰাহ, সূৰ্য কুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, শিৱম ডুবে, মহম্মদ ছিৰাজ, অর্শদীপ...

May 27, 2024 6:59 PM

views 21

এফ আই এইচ হকী প্ৰ’ লীগত ইউৰোপীয়ান লীগৰ এখন খেলত ভাৰতৰ হাতত আৰ্জেণ্টিনা পৰাস্ত

বেলজিয়ামৰ এণ্টৱাৰ্পত চলি থকা এফ আই এইচ হকী প্ৰ লীগত ইউৰোপীয়ান লীগৰ চতুৰ্থখন খেলত হৰমনপ্রীত সিঙৰ হেট্ৰিক গ'লৰ সহায়ত ভাৰতে আৰ্জেণ্টিনাক ৫-৪ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ খেলৰ ৭ মিনিটত অৰিজিত সিং হুণ্ডালে প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে ১৮ মিনিটত গুৰবাণ্ট সিঙে দ্বিতীয়টো গ'ল দিয়ে। আনহাতে, হৰমনপ্রীত...

May 27, 2024 6:55 PM

views 28

এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত মহিলাৰ শাখাত ভাৰতৰ দীপা কৰ্মকাৰৰ স্বর্ণ পদক জয়

এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত মহিলাৰ শাখাত স্বর্ণ জয় কৰি দীপা কৰ্মকাৰে প্ৰথমগৰাকী ভাৰতীয় এথলিট হিচাপে কৃতিত্ব অর্জন কৰিছে। উজবেকিস্তানৰ ৰাজধানী চহৰত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ শেষৰ দিনা জিমনাষ্টগৰাকীয়ে ১৩ দশমিক ৫-৬ স্কোৰ অৰ্জন কৰি উত্তৰ কোৰিয়াৰ কিম ছন হায়াং আৰু জো কিয়ং বায়’লক পৰাস্...

May 27, 2024 12:09 PM

views 28

এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত দীপা কর্মকাৰৰ স্বর্ণ জয়

এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত মহিলাৰ শাখাত স্বর্ণ জয় কৰি দীপা কর্মকাৰে প্ৰথমগৰাকী ভাৰতীয় এথলিট হিচাপে কৃতিত্ব অর্জন কৰিছে। উজবেকিস্তানৰ ৰাজধানী চহৰত অনুষ্ঠিত এই প্রতিযোগিতাৰ শেষৰ দিনা জিমনাষ্টগৰাকীয়ে ১৩ দশমিক ৫-৬ স্কোৰ অৰ্জন কৰি উত্তৰ কোৰিয়াৰ কিম ছন হায়াং আৰু জো কিয়ং বায়'লক পৰাস্...

May 27, 2024 12:07 PM

views 35

তৃতীয়বাৰৰ বাবে আই পি এল ক্রিকেটৰ চেম্পিয়নৰ খিতাপ অৰ্জন কলকাতা নাইট ৰাইডাৰছৰ

কলকাতা নাইট ৰাইডাৰ্ছে কালি ছানৰাইৰ্জাছ হায়দৰাবাদক ৮ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আই পি এল ক্রিকেটৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত কলকাতাই ১১৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্র ১০ অভাৰ ৩টা বলতে দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্...

May 26, 2024 7:18 PM

views 32

ভাৰতৰ ছিমৰন শৰ্মাৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন

ভাৰতৰ ছিমৰন শৰ্মাই জাপানৰ ক'বেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলাৰ ২০০ মিটাৰ দৌৰৰ টি-টুৱেলভ শাখাত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে কালি ২৪ দশমিক ৯-৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণপদক হস্তগত কৰাৰ লগতে পেৰালিম্পিকৰ হৈ যোগ্যতা অৰ্জন কৰে। ভাৰতে এইবাৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়ন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।