খেল

June 6, 2024 11:41 AM

views 32

ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাত আজি ৰোহন বোপন্না-মেথিউ এবডেন যুটিৰ ছেমি ফাইনেল মেচ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটিটো আজি ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত একাদশ বাছনিপ্ৰাপ্ত ইটালীৰ ছিমন বলেলি আৰু এনড্ৰিয়া ভাভাছৰিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বোপন্না আৰু এবডেনৰ যুটিটোৱে কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত দশম বাছনিপ্রাপ্ত বেলজিয়ামৰ ছেণ্ডাৰ গিল...

June 6, 2024 11:40 AM

views 35

ইণ্ডোনেছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডত পৰাস্ত পি ভি সিন্ধু

ভাৰতৰ আগশাৰীৰ খেলুৱৈ পি ভি সিন্ধু ইণ্ডোনেছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হৈছে। খেলুৱৈগৰাকী কালি জাকাটাত চীনা টাইপেইৰ প্ৰতিদ্বন্দ্বী ছু ৱেন-ছিৰ বিৰুদ্ধে ১৫-২১, ২১-১৫, ১৪-২১ গেমত পৰাস্ত হয়। অৱশ্যে ভাৰতৰ অশ্বিনী পোনাপ্পা আৰু টানিছা ক্রাষ্টোৰ যুটিটো মহিলাৰ ডাবল...

June 6, 2024 11:37 AM

views 57

২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱালিফায়াৰ খেলত আজি কুৱেইটৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত

ভাৰত আজি কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত হ'বলগীয়া ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱালিফায়াৰ খেলত কুৱেইটৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এইখন তাৰকা খেলুৱৈ সুনীল চেত্ৰীৰ খেলুৱৈ জীৱনৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল হ'ব। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ গ্ৰুপ-এত ৪ খন খেলত ৪ পইণ্টেৰে দ্বিতীয় স্থানত আছে।...

June 5, 2024 12:15 PM

views 31

গ্ৰেণ্ডশ্লাম টেনিছ প্রতিযোগিতা ফ্ৰেন্স অ’পেনৰ পৰা ন’ভাক জ’ক’ভিচৰ নাম প্ৰত্যাহাৰ

ছাৰ্বিয়াৰ ন’ভাক জ’ক’ভিচে চলিত গ্ৰেণ্ডশ্লাম টেনিছ প্রতিযোগিতা ফ্ৰেন্স অ’পেনৰ পৰা মাজভাগতে নাম প্ৰত্যাহাৰ কৰি নিজৰ অভিযান সামৰিছে। পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা জ’ক’ভিচে খেলখনৰ প্ৰাক মুহূৰ্তত সামাজিক মাধ্যমযোগে নাম প্রত্যাহাৰ কৰাৰ বিষয়ে অৱগত কৰে। আঘাতৰ বাবে তেওঁ এই সিদ্ধান্ত লোৱা বুল...

June 5, 2024 12:07 PM

views 41

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি আয়ৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম খেল

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে আজি আয়ৰলেণ্ডৰ বিৰুদ্ধে খেলি নিজৰ অভিযান আৰম্ভ কৰিব। নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা বজাত আৰম্ভ হ'ব ৷ প্ৰতিযোগিতাৰ যোৱা নিশা ডলাছত অনুষ্ঠিত এখন খেলত নেডাৰলেণ্ডছে নেপালক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত ...

June 4, 2024 8:58 PM

views 37

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত উগাণ্ডাক ১২৫ ৰানত পৰাস্ত আফগানিস্তানৰ

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিঞ্জত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰানত পৰাস্ত কৰে। প্ৰভিডেন্সত অনুষ্ঠিত খেলখনত আফগানিস্তানে প্রথমে বেটিং কৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান কৰাৰ প্ৰত্যুত্তৰত উগাণ্ডা ৫৮ ৰানত অল আউট হয়। আফগানিস্তানৰ হৈ ফজলহক ফা...

June 4, 2024 4:50 PM

views 33

উজবেকিস্তানৰ বিৰুদ্ধে ভাৰতৰ মহিলা ফুটবল দলে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ’ব

ভাৰতৰ মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৩০ বজাত টাছখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন বন্ধুত্বপূর্ণ খেলত ০-৩ ফলাফলত পৰাস্ত হৈছিল।

June 4, 2024 12:11 PM

views 28

ভাৰতৰ মহিলা ফুটবল দলৰ আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূৰ্ণ খেল

ভাৰতৰ মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূৰ্ণ খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ৫ বজাত টাছখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্রথমখন বন্ধুত্বপূর্ণ খেলত ০-৩ ফলাফলত পৰাস্ত হৈছিল।

June 4, 2024 11:11 AM

views 44

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ এখন খেলত আফগানিস্তানৰ হাতত উগাণ্ডা শোচনীয়ভাৱে পৰাস্ত

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি গায়ানাত অনুষ্ঠিত প্ৰথমখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰাণত পৰাস্ত কৰে। আফগানিস্তান দলটোৱে নিৰ্ধাৰিত অভাৰত ৫ উইকেট হেৰুৱাই ১৮৩ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত উগাণ্ডাই ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৫৮ ৰাণহে সংগ...

June 4, 2024 11:00 AM

views 29

ফ্ৰেন্স অপেন টেনিছৰ পুৰুষৰ ডাবলছত ৰোহন বোপান্না-মেথিউ এবডেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফ্ৰেন্স অপেন টেনিছত ভাৰতৰ ৰোহন বোপান্না আৰু তেওঁৰ সহযোগী অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্রাপ্ত ভাৰত-অষ্ট্ৰেলিয়াৰ যুটীটোৱে ছুপাৰ টাই ব্ৰেকাৰত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু মেক্সিকোৰ মিগেল এঞ্জেল বেয়েছ ভালোৰ যুটীটোক ৬-৭, ৬-৩ আৰু ৭-৬ ফলাফলত পৰাজি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।