July 14, 2024 1:23 PM
38
অসম পেৰা অলিম্পিক সংস্থাৰ উদ্যোগত পেৰা এছিয়ান গেমছ আৰু পেৰা অলিম্পিকৰ বাবে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰ
অসম পেৰা অলিম্পিক সংস্থাই ২০২৬ চনৰ পেৰা এছিয়ান গেমছ আৰু ২০২৮ চনৰ পেৰা অলিম্পিকলৈ ৰাজ্যৰ খেলুৱৈসকলক সাজু কৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰ আৰম্ভ কৰাৰ বাবে পদক্ষেপ হাতত লৈছে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত অসমৰ পেৰা ক্রীড়াবিদসকলে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। এই অ...