খেল

July 16, 2024 1:32 PM

views 25

কাইলৈ হেমবার্গ অপেন টেনিছত ভাৰতৰ বোহন বোপন্না আৰু এন শ্ৰীৰাম বালাজীৰ যুটী পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ জেকব স্নাইটাৰ আৰু মাৰ্ক বালন’ৰৰ সন্মুখীন হ’ব

ভাৰতৰ বোহন বোপন্না আৰু এন শ্ৰীৰাম বালাজীৰ যুটীটো কাইলৈ হেমবার্গ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম বাউণ্ডত জাৰ্মানীৰ জেকব স্নাইটাৰ আৰু মাৰ্ক বালন'ৰৰ সন্মুখীন হ'ব। ভাৰতীয় যুটীটোৱে পেৰিছ অলিম্পিকৰ পূৰ্বে ক্ৰ'ৱেছিয়াৰ উমাগত আন এখন প্রতিযোগিতাতো অংশগ্ৰহণ কৰিব। পেৰিছ অলিম্পিকৰ পূৰ্বে ক্ৰ'ৱেছিয়...

July 15, 2024 6:58 PM

views 26

কলম্বিয়াক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ কোপা আমেৰিকা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন

আৰ্জেণ্টিনাই মায়ামিৰ হাৰ্ড ৰ'ক ষ্টেডিয়ামত আজি পুৱা কলম্বিয়াক ১-০ৰ ব্যৱধানত পৰাস্ত কৰি কোপা আমেৰিকা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। লটাৰো মার্টিনেজে খেলৰ দ্বিতীয়ার্ধত বিজয়ী গ'লটো দিয়ে। আর্জেণ্টিনাই অভিলেখ সংখ্যক ১৬ বাৰৰ বাবে এই টুর্ণামেণ্টৰ খিতাপ অৰ্জন কৰিছে। টুর্ণামেণ্টত সর্বাধিক গল দি লওটাৰো...

July 15, 2024 12:42 PM

views 26

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন কৰিছে। দবা খেলুৱৈ অভিভাৱক মঞ্চৰ উদ্যোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত খেলখন অনুষ্ঠিত হৈছিল। ধ্রুপদে ৯ ৰাউণ্ডৰ পৰা ৮.৫ পইণ্ট সংগ্ৰহেৰে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব অর্জন কৰে। অন্ধ্ৰপ্ৰদেশৰ কুশল অ আৰু তামিলনাডুৰ অন...

July 15, 2024 10:51 AM

views 13

উইম্বলডন টেনিছ প্রতিযোগিতাত স্পেইনৰ কাৰ্লোৰ্ছ অল্‌কাৰাজৰ পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন

● উইম্বলডন টেনিছ প্রতিযোগিতাত স্পেইনৰ কাৰ্লোৰ্ছ অল্‌কাৰাজে চাৰ্বিয়াৰ ন'ভাক জ'ক'ভিচক ৬-২, ৬-২, ৭-৬ ছেটত পৰাস্ত কৰি পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। উইম্বলডলনৰ ফাইনেলত অকাৰাজ দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ বিপৰীতে জ'ক'ভিচে এই প্ৰতিযোগিতাত ৭ বাৰকৈ বিজয়ীৰ খিতাপ অৰ্জন কৰিছিল। ইপিনে, মিক্সড ডাবলছৰ ফাই...

July 15, 2024 10:48 AM

views 29

পাঁচখনীয়া টি-২০ৰ অন্তিমখন খেলত জিম্বাব’ৱেক ৪২ ৰানত পৰাস্ত ভাৰতৰ

● জিম্বাব'ৱেৰ হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু জিম্বাব'ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰতে কালি জিম্বাব'ৱেক ৪২ ৰানত পৰাস্ত কৰে। খেলখনত টছত জয়লাভ কৰি জিম্বাব' ৱেই প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছিল। ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৬৭ ৰান সংগ...

July 15, 2024 10:45 AM

views 22

ইউৰো কাপ ফুটবলৰ ফাইনেলত স্পেইনৰ ইংলেণ্ডক ২-১ গলৰ ব্যৱধানত পৰাস্ত

■ বাৰ্লিনত অনুষ্ঠিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত স্পেইনে, ইংলেণ্ডক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি চতুর্থ ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। নিকো উইলিয়ামে স্পেইনৰ হৈ প্ৰথমটো গল দিয়ে। ইপিনে, ইংলেণ্ডৰ ক'ল পামৰে খেলৰ ৭৩ মিনিটত এটা গল দিয়ে। ইয়াৰ পাছতেই স্পেইনৰ মিকেল অয়াৰজাবলে খেলৰ...

July 14, 2024 6:51 PM

views 28

স্পেইন আৰু আৰু ইংলেণ্ডৰ মাজত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেল

স্পেইন আৰু আৰু ইংলেণ্ডৰ মাজত বার্লিনত আজি নিশা ১২.৩০ বজাত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। খেলখনত স্পেইন অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে খিতাপ লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে। ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰোকাপৰ ফাইনেল খেলিব। ছেমিফাইনেলত স্পেইনে ২-১ গলত ফ্লান্সক আৰু এ...

July 14, 2024 1:34 PM

views 33

গুৱাহাটীত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ প্ৰথম দিনা কোৱালিফায়িং ৰাউণ্ডৰ খেল

অসম টেনিছ সন্থাৰ উদ্যোগত কালিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হোৱা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ প্ৰথম দিনা কোৱালিফায়িং ৰাউণ্ডৰ খেল অনুষ্ঠিত হয়। ল'ৰা আৰু ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাখনত ছোৱালীৰ ১২ অনুৰ্ধৰ শাখাত কোৱালিফায়িং মেচ অনুষ্ঠিত হ'বলৈ বাকী আছে। কালি প্ৰথম দিনাৰ খ...

July 14, 2024 1:30 PM

views 28

হাৰাৰেত আজি ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু জিম্বাব'ৱেৰ মাজত পাঁচখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেল আজি হাৰাৰে স্পর্টছ ক্লাৱত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে শৃংখলাত ৩-১ ফলাফলেৰে অগ্ৰগতি লাভ কৰিছে। ভাৰতে কালি একেখন ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ চতুৰ্থখন খেলত ঘৰুৱা দল জিম্...

July 14, 2024 1:26 PM

views 28

উইম্বলডন টেনিছ প্রতিযোগিতাত আজি পুৰুষৰ ছিংগলৰ ফাইনেল

সাতবাৰৰ চেম্পিয়ন ন'ভাক জকভিচ আজি উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোৰ্ছ অল্‌কাৰাষ্ট্ৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ'ব। ইপিনে, মিক্সড ডাবলছৰ ফাইনেলত আজি পোলেণ্ডৰ জন জেলেনস্কি আৰু টাইৱানৰ ছুৱেই ছিহৰ যুটীটো মেক্সিকোৰ ছেণ্টিয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।