খেল

September 4, 2024 7:24 PM

views 21

৭ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতা

অহা ৭ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হ'ব। বেডমিণ্টন এছ'চিয়েচন অৱ ইণ্ডিয়াৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখন গুৱাহাটীৰ ৰাধা গোবিন্দ ক্রীড়া প্ৰকল্পৰ কনকলতা ইন্দোৰ ষ্টেডিয়ামত খেলোৱা হ'ব। অসম বেডমিণ্টন সন্থাই প্ৰকাশ কৰা অনু...

September 4, 2024 6:23 PM

views 29

পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা খেলুৱৈক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা বাবে শাৰদ কুমাৰ, মাৰিয়াপ্পান থাংগাৱেলু, অজিত সিং আৰু সুন্দৰ সিঙক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকছৰ পুৰুষৰ হাই জাম্পত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক...

September 4, 2024 12:28 PM

views 19

পেৰিছ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ২০ টালৈ বৃদ্ধি

পেৰিছ পেৰালিম্পিকত ভাৰতে কালি ৫টাকৈ পদক লাভ কৰে। এই পদক জয়েৰে ভাৰতে এতিয়ালৈকে লাভ কৰা মুঠ পদকৰ সংখ্যা ২০টালৈ বৃদ্ধি হ'ল৷ ইয়াৰে ৩টা সোণ, ৮টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকত পদক জয় কৰা ভাৰতীয় খেলুৱৈসকলক অভিন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তা...

September 3, 2024 8:17 PM

views 23

পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রি পজিছন শিতানৰ এছ এইচ ৱান শাখাৰ ফাইনেলত ভাৰতৰ অৱনি লেখা অৱতীৰ্ণ হ’ব

ভাৰতৰ অৱনি লেখাই আজি পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রি পজিছন শিতানৰ এছ এইচ ৱান শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ফাইনেল খেল ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে সাত বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ আজি ষষ্ঠ দিনা বিভিন্ন শাখাত পদকৰ যুঁজত অৱতীৰ্ণ হবলগীয়া অন্য ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত পূজাই পেৰা আৰ্...

September 3, 2024 6:36 PM

views 31

পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্র’ত ভাৰতৰ সুমিত অন্তিলৰ নতুন অভিলেখ স্থাপনেৰে খিতাপ

ভাৰতৰ সুমিত অন্তিলে নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্র'ত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে নিজৰ দ্বিতীয়টো প্ৰচেষ্টাত ৭০.৫৯ মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই কালি এই কৃতিত্ব অর্জন কৰে। একেদৰে নিতেশ কুমাৰে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ SL-3 শিতানত ডেনিয়েল বেটহেলক ২১-১৪, ১৮-...

September 3, 2024 6:26 PM

views 20

ইউ এছ অপেন টেনিছৰ মিক্সড ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ ৰোহন বোপন্না আৰু ইণ্ডোনেছিয়াৰ অল্ডিলা ছুতজিয়াদিৰ যুটী

ভাৰতৰ ৰোহন বোপন্না আৰু ইণ্ডোনেছিয়াৰ অল্ডিলা ছুতজিয়াদিৰ যুটীটোৱে ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। অষ্টম বাচনিপ্রাপ্ত বোপন্না আৰু অল্ডিলাৰ যুটীটোৱে এঘণ্টা ৩৩ মিনিট জোৰা কোৱাৰ্টাৰ ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত মেথিউ এবডেন আৰু বাৰব’ৰা ক্রেজিকোভাক ৭-৬, ২-৬, ১০-৭ ছেটত ...

September 3, 2024 5:46 PM

views 27

সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটী দবা সন্থাৰ খেলুৱৈসকলৰ দর্শনীয় প্রদর্শন

গুৱাহাটীত যোৱা ৩০ আগষ্টৰ পৰা ১ ছেপ্তেম্বৰলৈ অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটী দবা সন্থাৰ খেলুৱৈসকলে দর্শনীয় প্রদর্শন আগবঢ়ায়। ল'ৰা আৰু ছোৱালীৰ শাখাত অভিৰূপ শ‍ইকীয়া আৰু চাৰবী চৌধুৰীয়ে বিজয়ীৰ সন্মান লাভ কৰে। ইপিনে, জুনিয়ৰ ল'ৰাৰ শাখাত প্ৰাণ গোবিন্দ পৰাশৰ...

September 2, 2024 8:00 PM

views 20

পেৰিছ পেৰালিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন

পেৰিছ পেৰালিম্পিকৰ পঞ্চম দিনা আজি ভাৰতৰ পেৰা শ্বাটলাৰ নীতেশ কুমাৰে প্ৰথমটো সোণৰ পদক অৰ্জন কৰি ভাৰতক এই প্রতিযোগিতাত দ্বিতীয়টো সোণৰ পদক অৰ্জনৰ গৌৰৱৰ অধিকাৰী কৰে। খেলুৱৈগৰাকীয়ে গ্রেট ব্ৰিটেইনৰ ডেনিয়েল বিথেলক ২১-১৪, ১৮-২১, ২৩-২১ –ত পৰাজিত কৰি পুৰুষৰ ছিংগলছৰ SL3 শিতানত স্বর্ণপদক জয় কৰে। ইপিনে, ভাৰতৰ...

September 2, 2024 4:00 PM

views 24

ইউ এছ অপেন টেনিছত পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটী পৰাস্ত

ইউ এছ অপেন টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো পৰাস্ত হয়। দ্বিতীয় বাছনিপ্রাপ্ত ভাৰতৰ বোপন্না-এবডেন যুটী ষষ্ঠদশ বাছনিৰ আৰ্জেণ্টিনাৰ মেক্সিম গঞ্জালেজ আৰু এন্ড্ৰেছ মিিটনিৰ হাতত ১-৬, ৫-৭ ছেটত পৰাস্ত হয়। সুমিত নাগল পুৰুষৰ ছিংগলছৰ প্ৰ...

September 2, 2024 8:43 AM

views 33

পেৰিছ পেৰালিম্পিকত নিশাদ কুমাৰে পুৰুষৰ হাই জাম্প T-47 শিতানত ৰূপৰ পদক লাভ

■ পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনটোত নিশাদ কুমাৰে পুৰুষৰ হাই জাম্প T-47 শিতানত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতৰ মুঠ পদকৰ সংখ্যা সাতলৈ বৃদ্ধি পাইছে। ভাৰতে এই পর্যন্ত এটা সোণ, দুটা ৰূপ, আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে৷ মহিলাৰ বেডমিণ্টনত পেৰা শ্বাটলাৰ থুলাচিমাথি মুৰুগেছানে মনীছা ৰমাদাছক পৰাস্ত কৰি মহিলাৰ এক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।