খেল

September 6, 2024 9:11 PM

views 21

যোৰহাটত কাইলৈৰ পৰা ল’ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ল'ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ভিন ভিন ৰাজ্যৰ পৰা কেইবাটাও দল আহি উপস্থিত হৈছে। যোৰহাট ক্রীড়া সন্থাই সকলো দলকে আদৰণি জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ প্ৰতি...

September 6, 2024 8:43 PM

views 15

পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পৰ টি ছিক্সটি ফ’ৰ শিতানত ভাৰতৰ প্রবীণ কুমাৰৰ সোণৰ পদক অৰ্জন

ভাৰতৰ প্রবীণ কুমাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পৰ টি ছিক্সটি ফ'ৰ শিতানত সোণৰ পদক অৰ্জন কৰিছে। প্রবীণে আজি ফাইনেলত ২ দশমিক ০-৮ মিটাৰৰ নতুন অভিলেখেৰে শীৰ্ষ স্থান দখল কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোছিডেন দেৰেকে ৰূপৰ আৰু উজবেকিস্তানৰ গিয়াজোভ টেমুৰবেকে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে বৰ্তমানলৈকে ছটা সোণ,...

September 6, 2024 7:59 PM

views 10

স্পেইনৰ পণ্টেভেড়াত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধৰ বিশ্ব মল্ল যুঁজ প্রতিযোগিতাত ভাৰতৰ জ্যোতি বেৰৱালৰ সোণৰ পদক

স্পেইনৰ পণ্টেভেড়াত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধৰ বিশ্ব মল্ল যুঁজ প্রতিযোগিতাত মহিলাৰ ৭৬ কিলোগ্রাম ওজন ফ্ৰী ষ্টাইল শাখাত ভাৰতৰ জ্যোতি বেৰৱালে সোণৰ পদক অৰ্জন কৰিছে। কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত জ্যোতিয়ে ইউক্রেইনৰ মাৰিয়া অলেভিছক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে মংগোলীয়া, চ...

September 6, 2024 1:40 PM

views 26

গোবিন্দৰাম মৌৰ আৰু বানাৰসী দেৱী সোঁৱৰণী আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল প্রতিযোগিতাত তেজপুৰ দলৰ জয়লাভ

তেজপুৰ দলে অসম ফুটবল সন্থাৰ গোবিন্দৰাম মৌৰ আৰু বানাৰসী দেৱী সোঁৱৰণী আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খিতাপ দখল কৰিছে। ডবকা নেহৰু ময়দানত কালি অনুষ্ঠিত ফাইনেল খেলত তেজপুৰ দলে ডিব্ৰুগড়ক ৪-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ফাইনেল খেলত কালি বঢ়মপুৰ সমষ্টিৰ বিধায়ককে ধৰি ডবকা ক্রীড়া সন্থাৰ...

September 6, 2024 1:38 PM

views 28

সুব্রত কাপ আন্তর্জাতিক ফুটবল প্রতিযোগিতাৰ ল’ৰাৰ ১৭ বছৰ অনুৰ্ধৰ অন্তিম গ্রুপ খেলত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়লাভ

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত সুব্রত কাপ আন্তর্জাতিক ফুটবল প্রতিযোগিতাৰ ল'ৰাৰ ১৭ বছৰ অনুৰ্ধৰ অন্তিম গ্রুপ খেলত জয়লাভ কৰিছে। দলটোৱে উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰাণা প্রতাপ ক্রীড়া মহাবিদ্যালয়ক ৮-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। বিজয়ী দলৰ হৈ বিলিফাং বড়ো আৰু আকাশ লোহাৰে তিনিটাকৈ গ'ল দিয়ে। আনহাতে...

September 6, 2024 1:36 PM

views 22

পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ পেৰা জুডোত কপিল পৰমাৰ ব্ৰঞ্জৰ পদক অর্জন

ভাৰতৰ কপিল পৰমাৰে কালি ব্ৰাজিলৰ এলিয়েলটন ডি অলিভেৰিয়াক ১০-০ ফলাফলত পৰাস্ত কৰি পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ পেৰা জুডোৰ জে ওৱান শিতানৰ ৬০ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰে। পেৰালিম্পিকৰ ইতিহাসত জুডোত ভাৰতৰ এয়া প্ৰথমটো পদক। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধান...

September 5, 2024 8:38 PM

views 25

পেৰিছ পেৰালিম্পিকত অষ্টম দিনত ভাৰতৰ পেৰা এথলিটসকলৰবিভিন্ন শিতানসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে

পেৰিছ পেৰালিম্পিকৰ আজি অষ্টম দিনা ভাৰতৰ পেৰা এথলিটসকলে শ্বুটিং, আৰ্চাৰী, এথলেটিক্‌ছ, পাৱাল লিফটিং আৰু জুড’ৰ বিভিন্ন শিতানসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰ্চাৰ হৰবিন্দ সিং আৰু পূজা কিছুসময়ৰ পাছত ৰিকাৰ্ভ শিতানৰ মিক্সড দলীয় শাখাৰ ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। খেলুৱৈ দুগৰাকীয়ে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফা...

September 5, 2024 12:21 PM

views 20

পেৰিছ পেৰালিম্পিকত সোণৰ পদক জয়েৰে হৰবিন্দ সিঙৰ ইতিহাস ৰচনা

হৰবিন্দ সিঙে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ আৰ্চাৰীৰ ৰিকাৰ্ভ শিতানৰ ব্যক্তিগত শাখাত সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। হৰবিন্দৰে কালি সোণৰ পদক হস্তগত কৰি পেৰালিম্পিক অথবা অলিম্পিকৰ ইতিহাসত এই কৃতিত্ব অর্জন কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। একেদৰে ধৰ্মবীৰে পুৰুষৰ ক্লাৱ থ্ৰ'ৰ এফ 51 শিতানৰ ফাইনেল...

September 4, 2024 7:55 PM

views 33

পেৰিছ পেৰালিম্পিক ২০২৪ৰ পৰা পদক লৈ বেডমিণ্টন দলটো নতুন দিল্লীত উপস্থিত

ভাৰতীয় পেৰা বেডমিণ্টন দলটো আজি পেৰিছ পেৰালিম্পিক ২০২৪ ৰ পৰা পদক লৈ নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্রীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই ভাৰতীয় পেৰা বেডমিণ্টন দলটোক সম্বর্ধনা জনোৱাৰ লগতে তেওঁলোকৰ সফলতাৰ প্ৰশংসা কৰে। ড০ মন্দাভিয়াই কয় যে, ভাৰতে এতিয়ালৈকে ২০ টা পদক লাভ কৰি টকিঅ' পেৰালিম্পিকত ...

September 4, 2024 7:50 PM

views 29

পেৰিছ পেৰালিম্পিকত ভাৰতৰ শ্বটপুট থ্ৰ’ৱাৰ শচীন খিলাৰীৰ ৰূপৰ পদক অৰ্জন

পেৰিছ পেৰালিম্পিকত ভাৰতৰ শ্বটপুট থ্ৰ'ৱাৰ শচীন খিলাৰীয়ে পুৰুষৰ শ্বটপুট এফ -46 ফাইনেলত ১৬ দশমিক ৩-২ মিটাৰ থ্ৰ'ৰে ৰূপৰ পদক লাভ কৰে। শুটিঙত ৰুদ্ৰাংশ খান্দেলৱাল আৰু নিহাল সিং মিক্সড ৫০ মিটাৰ পিষ্টল SH-11 ইভেণ্টত ব্যর্থ হয়। নিহালে ১৯নম্বৰ স্থান দখল কৰাৰ বিপৰীতে ৰুদ্ৰাংশে ২২ নম্বৰ স্থান দখল কৰে। পেৰা টেব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।