ডাউনলোড
মোবাইল এপ

android apple
signal

খেল

June 23, 2024 8:17 PM

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে দেশৰ এথলিটসকললৈ কেন্দ্রীয় ক্রীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াৰ শুভেচ্ছা জ্ঞাপন

কেন্দ্রীয় ক্রীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে দেশৰ এথলিটসকললৈ শুভেচ্ছা ...

June 23, 2024 7:39 PM

ইন্দো-বাংলাদেশ হেণ্ডবল চেম্পিয়নশ্বিপৰ বাবে তিনিচুকীয়াৰ শৰৎ মৰাণৰ ভাৰতীয় দলত স্থান লাভ

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কুলিবিল গাঁৱৰ শৰৎ মৰাণে ইন্দো-বাংলাদেশ হেণ্ডবল চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় জাতীয...

June 23, 2024 7:35 PM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটত আফগানিস্তানৰ বিৰুদ্ধে ২১ ৰাণত পৰাস্ত অষ্ট্ৰেলিয়া

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি পুৱা কিংষ্টনত অনুষ্ঠিত ছুপাৰ এইট পর্যায়ৰ খেলত আফগানিস্তানে অষ...

June 23, 2024 12:12 PM

বেংগালুৰুত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট দলৰ মাজৰ চলিত এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি বিয়ল...

June 23, 2024 12:08 PM

আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ ৫০ ৰানত জয়

ভাৰতে যোৱানিশা এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্র...

June 22, 2024 8:53 PM

তুৰস্কৰ অন্তাল্যাত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীৰ স্বর্ণ পদক লাভ

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীয়ে তুৰস্কৰ অন্তাল্যাত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত কম্পাউ...

June 22, 2024 8:51 PM

স্পেইনৰ টাউষ্টেত অনুষ্ঠিত আই টি এফ ৱ’ৰ্ল্ড ট্যুৰ টেনিছ প্রতিযোগিতাত ভাৰতৰ ৰুতুজা ভোচলে আৰু চীনৰ ফাংগৰাণ টিয়ানৰ খিতাপ অৰ্জন

ভাৰতৰ ৰুতুজা ভোচলে আৰু চীনৰ ফাংগৰাণ টিয়ানৰ যুটিটোৱে স্পেইনৰ টাউষ্টেত অনুষ্ঠিত মহিলাৰ আই টি এফ ৱ’ৰ্ল্ড ট্যুৰ টে...

June 22, 2024 7:08 PM

আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ত আজি ভাৰত-বাংলাদেশৰ মেচ

ভাৰত আজি এণ্টিগুৱাৰ নৰ্থ ছাউণ্ডৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত হ'বলগীয়া আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতি...

June 22, 2024 7:06 PM

আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ৯ উইকেটত পৰাস্ত ৱেষ্ট ইণ্ডিজৰ

আজি পুৱা বাৰবাডোছৰ কেনছিংটন অভেলত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেল...

June 22, 2024 1:37 PM

অংকিতা ৰাইনা ডব্লিউ টি এ ভেনেটো অপেন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত

ভাৰতৰ অংকিতা ৰাইনা ডব্লিউ টি এ ভেনেটো অপেন টেনিছ প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে। অংকিতা কালি ইটালীৰ গেইবাত অনুষ্ঠি...

1 131 132 133 134 135 164