খেল

September 12, 2024 8:07 PM

views 27

পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত কোৰিয়াক ৩-১ গলত পৰাস্ত ভাৰতৰ

ভাৰতে আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ এখন খেলত কোৰিয়াক ৩-১ গলত পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে চতুর্থ বিজয় সাবস্ত কৰে। খেলখনত ভাৰতৰ হৈ অৰিজিত সিং হুন্দল আৰু অধিনায়ক হৰমন প্রীত সিঙে গল দিয়ে। ইয়াং জিহুৱানে কোৰিয়াৰ হৈ একমাত্ৰ গলটো দিয়ে। ভাৰতে ইতিমধ্য...

September 12, 2024 6:06 PM

views 18

বুডাপেষ্টত অনুষ্ঠিত ৪৫ সংখ্যক এফ আই ডি ই ডবা অলিম্পিয়াডৰ প্ৰথম দিনা ভাৰতৰ আধিপত্য বিস্তাৰ

হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত ৪৫ সংখ্যক এফ আই ডি ই ডবা অলিম্পিয়াডৰ প্ৰথম দিনা ভাৰতে আধিপত্য বিস্তাৰ কৰিছে। উদ্বোধনী শাখাৰ প্ৰথম ৰাউণ্ডৰ ভাৰতে মৰক্কোৰ বিৰুদ্ধে ৪-০ ফলাফলত জয়লাভ কৰাৰ বিপৰীতে মহিলাৰ শাখাত ভাৰতে জার্মানীৰ বিৰুদ্ধে ৩ দশমিক ৫ - ০ দশমিক ৫ ফলাফলত বিজয় সাব্যস্ত কৰে। আৰ প্ৰজ্ঞানানন্দই মৰক্ক...

September 12, 2024 1:55 PM

views 15

মণিপুৰৰ টি জি ইংলিছ বিদ্যালয়ৰ ৬৩ সংখ্যক সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত জুনিয়ৰ বয়জৰ খিতাপ দখল

মণিপুৰৰ টি জি ইংলিছ বিদ্যালয়ে ৬৩ সংখ্যক সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ জুনিয়ৰ বয়জৰ খিতাপ দখল কৰিছে। দলটোৱে কালি নতুন দিল্লীত অনুষ্ঠিত ফাইনেলত মেঘালয়ৰ মিংগ্‌কেন খ্ৰীষ্টিয়ান উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ছাডেন ডেথ ট্রাই ব্ৰেকাৰৰ সহায়ত ৪-৩ গলত পৰাস্ত কৰে। খেলখন নিৰ্ধাৰিত সময়ত ১-১ গলত...

September 12, 2024 1:53 PM

views 26

হাংগেৰীৰ বুডাপেষ্টত ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ

হাংগেৰীৰ বুডাপেষ্টত কালি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ হয়। প্রতিযোগিতাৰ মুকলি শাখাত ভাৰতে ৪-০ ফলাফলেৰে মৰক্কোৰ বিৰুদ্ধে আৰু মহিলাৰ শাখাত জামাইকাৰ বিৰুদ্ধে ৩.৫৫ ফলাফলেৰে আধিপত্য বিস্তাৰ কৰিছে। মুকলি শাখাত আৰ প্ৰজ্ঞানানন্দই মৰক্কোৰ তিছিৰ মহম্মদক পৰাস্ত কৰি ভাৰতক অগ্রগতি প্ৰদান কৰে। ইয়াৰ...

September 12, 2024 1:58 PM

views 23

ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ তেলেংগানা ৰাজ্যিক ফুটবল দলক ৪-০ গলত পৰাস্ত

■ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত কালি অসম ৰাজ্যিক ফুটবল দলে তেলেংগানা ৰাজ্যিক ফুটবল দলক ৪-০ গলত পৰাস্ত কৰে। ঘৰুৱা দলটোৱে ক্ৰমাগতভাৱে তিনিখন খেলত জয়ী হৈ ছেমি ফাইনেলত নিজৰ স্থান সজীৱ কৰি ৰাখিছে৷ যোৰহাট জিলা ক্রীড়া সন্থাই অসম ...

September 11, 2024 8:18 PM

views 22

ভাৰত পুৰুষৰ এছিয় চেম্পিয়নছ ট্রফি হকী প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ

ভাৰতে পুৰুষৰ এছিয় চেম্পিয়নছ ট্রফি হকী প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। যোৱাবাৰৰ ছেম্পিয়ন ভাৰতে আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ৮-১ গলৰ ব্যৱধানত পৰাস্ত কৰি একেৰাহে তৃতীয়খন খেলত জয়লাভ কৰে আৰু শীৰ্ষৰ ৪ টা দলৰ ভিতৰত স্থান নিশ্চিত কৰে। আজিৰ খেলখনত ভাৰতৰ হৈ ৰাজকু...

September 11, 2024 2:18 PM

views 23

হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত আজি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ

হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত আজি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ হৈছে। ১২ দিনীয়াকৈ হ'বলগীয়া প্রতিযোগিতাখনত ১৮০০ৰো অধিক খেলুৱৈয়ে অংশগ্রহণ কৰিব। মুকলি শাখাত ১৯৩টা ৰাষ্ট্ৰীয় দলে পঞ্জীয়ন কৰাৰ লগতে মহিলা শাখাত ১৮১টা দলে প্রতিদ্বন্দ্বিতা কৰিব। আমেৰিকাৰ পিছতে দ্বিতীয় স্থানৰ দল হিচাপে ভাৰতে ...

September 11, 2024 1:37 PM

views 27

চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছীয় চেম্পিয়নশ্বিপ হকী প্রতিযোগিতাত ভাৰত তৃতীয়খন খেলত মালয়েছিয়াৰ সন্মুখীন হ’ব

যোৱাবাৰৰ চেম্পিয়ন ভাৰত আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছীয় চেম্পিয়নশ্বিপ হকী প্রতিযোগিতাৰ নিজৰ তৃতীয়খন খেলত মালয়েছিয়াৰ সন্মুখীন হ'ব। চাৰিবাৰকৈ খিতাপ দখল কৰা ভাৰতে ইতিপূর্বে আয়োজক দেশ চীনক ৩-০ আৰু জাপানক ৫-১ গ'লত পৰাস্ত কৰিছে। হৰমনপ্রীত সিং নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্রতি ৬ পইণ্টেৰে পইণ...

September 10, 2024 9:00 PM

views 26

ভাৰত-বাংলাদেশৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ৰাজদ্বীপ ওজাক নিৰীক্ষক হিচাপে নিযুক্তি

অসম ক্রিকেট সংস্থাৰ উপ-সভাপতি ৰাজদ্বীপ ওজাক ভাৰত আৰু বাংলাদেশৰ মাজত হ'বলগীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত এজন নিৰীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ১৯ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ খেলখন অনুষ্ঠিত হ'ব।

September 10, 2024 8:59 PM

views 28

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্রিয়া হাজৰিকাৰ খিতাপ অৰ্জন

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাৰ মহিলা আৰু জুনিয়ৰ ছোৱালীৰ শাখাত অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্রিয়া হাজৰিকাই খিতাপ অৰ্জন কৰিছে। গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাখনৰ মহিলাৰ শাখাৰ ফাইনেলত ময়ূৰীয়ে ছুজেন বুঢ়াগোহাঁইক হৰুৱাই স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।