খেল

September 16, 2024 7:46 PM

views 23

এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলৰ ফাইনেলত প্ৰৱেশ

চীনৰ হুলুনবুইৰত চলি থকা ২০২৪ বৰ্ষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে-দক্ষিণ কোৰিয়াক ৪-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে, আনখন ছেমিফাইনেলত আজি আয়োজক দল চীনে-পাকিস্তানক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে ফাইনেলত অৱত...

September 16, 2024 11:40 AM

views 22

চীনৰ হুলুনবুইৰত অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফীৰ হকীৰ ছেমিফাইনেলত আজি ভাৰত-দক্ষিণ কোৰিয়া

চীনৰ হুলুনবুইৰত অনুষ্ঠিত হৈ থকা ২০২৪ বৰ্ষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ হকীৰ ছেমি ফাইনেলত আজি ভাৰতে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। খেলখন আবেলি চাৰে তিনি বজাত আৰম্ভ হ'ব। উল্লেখ যোগ্য যে ভাৰতে এতিয়ালৈকে এই প্ৰতিযোগিতাৰ এখন খেলতো পৰাজিত নোহোৱাকৈ খেলি আছে। প্রতিযোগিতাৰ পূৰ্বৰ খেল সমূহত ভাৰতে চীনক ৩-০, জা...

September 16, 2024 11:37 AM

views 6

বুডাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াডৰ মুকলি শাখাত আজাৰবাইজানক ৩-১ত পৰাস্ত ভাৰতৰ

বুডাপেষ্টত অনুষ্ঠিত হৈ থকা ৪৫ সংখ্যক দবা অলিম্পিয়াডৰ মুকলি শাখাত ভাৰতে আজাৰবাইজানক ৩-১ ফলাফলত পৰাস্ত কৰে। আনহাতে মহিলা শাখাৰ পঞ্চম ৰাউণ্ডত ভাৰতীয় দলটোৱে কাজাখস্তানক পৰাস্ত কৰে। মুকলি শাখাত ভাৰতৰ গুকেশে আজাৰবাইজানৰ প্ৰতিদ্বন্দ্বী আয়দিন চুলেমানলীৰ বিৰুদ্ধে সহজ জয় সাব্যস্ত কৰে। অৰ্জুন এৰিগাইচিয়ে আ...

September 15, 2024 8:27 PM

views 17

বেডমিণ্টন তাৰকা অনমোল খাবেইৰ  বেলজিয়াম ইণ্টাৰনেচনেল ২০২৪ প্রতিযোগিতাৰ মহিলাৰ একক শাখাত জয়লাভ

দেশৰ উদীয়মান বেডমিণ্টন তাৰকা অনমোল খাবেইয়ে আজি লিউভেনত অনুষ্ঠিত বেলজিয়াম ইণ্টাৰনেচনেল ২০২৪ প্রতিযোগিতাৰ মহিলাৰ একক শাখাত জয়লাভ কৰি প্ৰথমটো ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰিবলৈ সমৰ্থ হয়। ১৭ বছৰীয়া খেলুৱৈগৰাকীয়ে ডেনমাৰ্কৰ প্ৰতিদ্বন্দ্বীক ২৪–২২, ১২-২১ আৰু ২১-১০ পইণ্টত পৰাস্ত কৰে।

September 15, 2024 6:58 PM

views 19

বুডাপেষ্টৰ ২০২৪ বৰ্ষৰ দবা অলিম্পিয়াডত ভাৰতীয় দলৰ বিজয়ধাৰা অক্ষুণ্ণ

বুডাপেষ্টত অনুষ্ঠিত ২০২৪ বৰ্ষৰ দবা অলিম্পিয়াডত কালি চতুৰ্থ ৰাউণ্ডৰ মুকলি আৰু মহিলা দুয়োটা শাখাতে ভাৰতীয় দলটোৱে ৩.৫ আৰু ০.৫ ফলাফলত বিজয় সাব্যস্ত কৰে। মুকলি শাখাত ভাৰতীয় দলটোৱে ছাৰবিয়াক পৰাস্ত কৰাৰ বিপৰীতে ভাৰতীয় মহিলা দলে ফ্ৰান্সৰ বিৰুদ্ধে জয়লাভ কৰে। খেলখনৰ আজি পঞ্চম ৰাউণ্ডত মহিলা দলটো কাজাখস...

September 14, 2024 3:05 PM

views 24

পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতে চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ১৫ মিনিটত আৰম্ভ হৈছে।

September 14, 2024 11:24 AM

views 14

ডায়মণ্ড লীগৰ ফাইনেলত আজি নীৰজ চোপ্ৰাই পুৰুষ জেভলীন থ্র’ শিতানত অৱতীৰ্ণ হ’ব

■ অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰা ভাৰতৰ নীৰজ চোপ্ৰাই আজি নিশা বেলজিয়ামৰ ৰাজধানী ব্ৰুছেলছত অনুষ্ঠিত চলিত বৰ্ষৰ ডায়মণ্ড লীগ ফাইনেল প্রতিযোগিতাৰ পুৰুষ জেভলীন থ্র' শিতানত অৱতীৰ্ণ হ'ব। এই শিতানৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১.৫২ মিনিটত আৰম্ভ হ'ব। নীৰজ চোপ্ৰাই ইয়াৰ পূৰ্বে ২০২২ চনত এই প্ৰতিযো...

September 13, 2024 9:20 PM

views 20

ভিয়েটনাম অ’পেন বেডমিণ্টনৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ ভাৰতৰ তনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ যুটি

ভাৰতৰ তনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ যুটিটো ভিয়েটনাম অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ক্ৰাষ্টো আৰু কপিলাৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰে সতীশ কুমাৰ কৰুণাকৰণ আৰু আদ্যা ৱৰিয়থৰ যুটীটোক ১৪-২১, ২১-১০, ২১-১৪ গেমত পৰস্ত কৰে। ইপিনে, এম থাৰুনে জাপানৰ প্ৰতিদ্বন্দ...

September 13, 2024 12:22 PM

views 33

ছাউথ এছিয়া এথলেটিকছ প্রতিযোগিতাত ভাৰতৰ ৯টা সোণৰ পদক অৰ্জন

চেন্নাইত অনুষ্ঠিত ছাউথ এছিয়া এথলেটিকছ প্রতিযোগিতাৰ কালি দ্বিতীয় দিনা ভাৰতে ৯টা সোণৰ পদক অৰ্জন কৰে। অনিশাই মহিলাৰ দিছকাছ থ্রোত দেশৰ হৈ প্ৰথমটো সোণৰ পদক দখল কৰে। অনিশা‍ই ৪৯. ৯-১ মিটাৰলৈ দিছকাছ থ্ৰো কৰি নতুন অভিলেখ গঢ়ে। খেলুৱৈগৰাকীয়ে ২০১৮ চনত এ বাজুৱাৰ ৪৮.৬-০ মিটাৰৰ অভিলেখ ভংগ কৰে। অমানত কাম্বোজে ৰ...

September 13, 2024 12:18 PM

views 22

ডায়মণ্ড লীগ ফাইনেলত নীৰজ চোপ্ৰা আৰু অবিনাশ চাবলেৰ দেশক প্ৰতিনিধিত্ব

পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজয়ী জেভলিন খেলুৱৈ নীৰজ চোপ্ৰা আৰু ষ্টিপলছেজ দৌৰবিদ অবিনাশ চাবলে আজি বেলজিয়ামৰ ব্ৰুছেলছত আৰম্ভ হ'বলগীয়া ডায়মণ্ড লীগ ফাইনেলত দেশক প্ৰতিনিধিত্ব কৰিব। আজি প্রথম দিনা অবিনাশ চাবলে প্রতিযোগিতাত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ'ব। দ্বিতীয় দিনা নীৰজ চোপ্ৰাই জেভলিন থ্রোৰ ফাইনেলত প্ৰতি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।