খেল

October 9, 2024 6:16 PM

views 30

সন্ধিয়া ৭.৩০ বজাত মহিলাৰ আই চি চি টি-২০ বিশ্বকাপত ভাৰত শ্রীলংকাৰ সন্মুখীন হ’ব

ভাৰত আজি ডুবাইত হ'বলগীয়া মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ নিজৰ তৃতীয়খন খেলত শ্রীলংকাৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। একেটা স্থানত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত স্কটলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি চাৰে ...

October 8, 2024 12:10 PM

views 20

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ মুখামুখি

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ শ্বাৰজাহ ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ এ-ৰ এখন খেলত অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব। দুয়োটা দলে প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত জয়লাভ কৰিছে আৰু সেয়েহে তেওঁলোকে এই জয়ৰ ...

October 8, 2024 12:08 PM

views 34

ফিনলেণ্ডৰ ভাণ্টাত আজিৰে পৰা চলিত বৰ্ষৰ আর্কটিক অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ

ফিনলেণ্ডৰ ভাণ্টাত আজিৰে পৰা চলিত বৰ্ষৰ আর্কটিক অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ হ'ব। অহা ১৩ অক্টোবৰত ৬ দিনীয়া এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। পেৰিছ অলিম্পিকৰ পাছত ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু লক্ষ্য সেন প্ৰথমবাৰৰ পুনৰ প্ৰতিযোগিতাত নামিব। তদুপৰি অনুপ শ্ৰীধৰ আৰু কোৰিয়াৰ লী ছিউন ইলৰ অধীনত নতুন...

October 8, 2024 12:05 PM

views 22

টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কাইলৈ ভাৰত বাংলাদেশৰ মুখামুখি

ভাৰতীয় পুৰুষ ক্রিকেট দলটো চলিত টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কাইলৈ বাংলাদেশৰ মুখামুখি হ'ব। খেলখন নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটো ইতিমধ্যে তিনিখন খেলৰ শৃংখলাত ১-০ ফলাফলেৰে আগবাঢ়ি আছে। দেওবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খে...

October 7, 2024 9:06 PM

views 12

ভুৱনেশ্বৰত অনুষ্ঠিত পূব মণ্ডল ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাৰ প্ৰথম‌ দিনা অসমৰ ৮টা পদক অৰ্জন

ওড়িশাৰ ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত পূব মণ্ডল জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত অসম দলে প্ৰথম দিনটোত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। আজি অসমে ২টা সোণ, ১টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক সহিতে সৰ্বমুঠ ৮টা পদক অৰ্জন কৰে। ছোৱালীৰ ২০ বছৰ অনূৰ্ধ্ব শাখাৰ ৫০০০ মিটাৰ দৌৰত ছাংমিৰ টেৰণপি আৰু ছোৱালীৰ ১৫০০...

October 7, 2024 9:03 PM

views 11

শ্ৰীলংকাৰ ক্ৰিকেট দলৰ মুখ্য প্রশিক্ষক হিচাপে ছনথ জয়সূৰ্যক বাছনি

শ্ৰীলংকাৰ ক্ৰিকেট দলৰ মুখ্য প্রশিক্ষক হিচাপে ছনথ জয়সূৰ্যক বাছনি কৰা হৈছে। বোর্ডে সংবাদদাতাসকলক জনোৱা মতে, ভাৰত, ইংলেণ্ড আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া ভ্ৰমণত শ্ৰীলংকাৰ ক্ৰিকেট দলটোৱে দেখুওৱা ভাল ফলাফলৰ বাবে কাৰ্যবাহী কমিটীয়ে তেখেতক নির্বাচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জয়সূৰ্যই ইতিমধ্যেই যোৱা জ...

October 7, 2024 2:57 PM

views 31

মহিলা টি-টুৱেণ্টি বিশ্বকাপত সন্ধিয়া গ্ৰুপ-বিৰ এখন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলা টি-টুৱেণ্টি বিশ্বকাপ প্রতিযোগিতাত আজি সন্ধিয়া শ্বাৰজাহত অনুষ্ঠিত হ'বলগীয়া গ্ৰুপ-বিৰ এখন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। কালি ডুবাইত অনুষ্ঠিত এখন খেলত পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰি ভাৰতে ছেমি ফাইনেল খেলাৰ আশা...

October 7, 2024 2:53 PM

views 23

ভাৰতৰ বিলিয়াৰ্ডছ খেলুৱৈ পংকজ আদৱানীৰ ছংঘে ছিংগাপুৰ অ’পেন প্রতিযোগিতাত খিতাপ দখল

ভাৰতৰ বিলিয়াৰ্ডছ খেলুৱৈ পংকজ আদৱানীয়ে ছংঘে ছিংগাপুৰ অ'পেন প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। কালি অনুষ্ঠিত ফাইনেলত পংকজে ছিংগাপুৰৰ জাডেন অঙক ৫-১ ফলাফলত পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। পংকজে অহা মাহত ডোহাত অনুষ্ঠিত হ'বলগীয়া বিশ্ব বিলিয়ার্ডছ প্ৰতিযোগিতাত দেশক প্রতিনিধিত্ব কৰিব।

October 7, 2024 11:19 AM

views 28

তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত বাংলাদেশক ৭ উইকেটত পৰাস্ত ভাৰতৰ

■ গোৱালিয়ৰত কালি নিশা অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰে। ১২৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ১১ অভাৰ ৫টা বলত খেলখনত জয় লাভ কৰে। ভাৰতৰ হৈ সঞ্জু ছেমছন আৰু সূৰ্য কুমাৰ য়াদৱে ২৯ ৰানকৈ সংগ্ৰহ কৰাৰ বিপৰীতে হার্দিক পাণ্ডিয়াই ১৬টা বলত ৩৯ ৰান সং...

October 6, 2024 8:10 PM

views 20

মালয়েছিয়াত অনুষ্ঠিত জোহৰ কাপৰ দ্বাদশ সংস্কৰণৰ বাবে ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলৰ নাম ঘোষণা

মালয়েছিয়াত অনুষ্ঠিত হবলগীয়া জোহৰ কাপৰ দ্বাদশ সংস্কৰণৰ বাবে ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলটো আজি ঘোষণা কৰা হয়। আমিৰ আলিক দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ৰোহিত ভাইছক উপ অধিনায়ক ঘোষণা কৰা হয়। উল্লেখযোগ্য যে ভাৰতীয় দলটোৱে ১৯ অক্টোবৰত জাপানৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হৈ প্ৰতিযোগিতাখনত যাত্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।