খেল

October 17, 2024 11:08 AM

views 23

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু চীনৰ হান য়ুৰ সন্মুখীন

অলিম্পিক পদক বিজেতা পি ভি সিন্ধু আজি ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ডেৰ বজাত আৰম্ভ হ'ব।

October 16, 2024 8:27 PM

views 24

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন টেষ্টৰ প্ৰথম দিনৰ খেল বৰষুণৰ বাবে বাতিল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন টেষ্টৰ প্ৰথম দিনৰ খেল আজি বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। খেলখন কাইলৈ নিৰ্ধাৰিত সময়তকৈ পূৰ্বে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভাৰত সম্প্ৰতি আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ...

October 16, 2024 8:12 PM

views 14

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ বাবে অসম পেৰালিম্পিক সন্থাৰ অসমৰ ৯ জনীয়া দলটোৰ নাম ঘোষণা

গোৱাৰ পানাজীত অহা ১৯ৰ পৰা ২২ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম পেৰালিম্পিক সন্থাই অসমৰ ৯ জনীয়া দলটো ঘোষণা কৰিছে। গুৱাহাটীত অনুষ্ঠিত হোৱা চতুৰ্থ সদৌ অসম পেৰা ক্ৰীড়া প্রতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিতেই অসম দলটো নিৰ্বাচন কৰা হৈছে বুলি সন্থাৰ তৰফৰ...

October 16, 2024 6:18 PM

views 16

ভাৰতৰ বিজয় সুন্দৰ প্ৰশান্ত আৰু জীৱন নেডুনচেঝিয়ানে ষ্টকহম অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ বিজয় সুন্দৰ প্ৰশান্ত আৰু জীৱন নেডুনচেঝিয়ানে ষ্টকহম অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটোৱে কালি সন্ধিয়া অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত ছুইডেনৰ ফিলিপ বাৰ্গেৱি আৰু এৰিক গ্রেভেলিয়াছক ৫-৭, ৬-২ আৰু ১০-৫ৰ ব্যৱধানত পৰাভ...

October 16, 2024 11:51 AM

views 11

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীৰ অংশ লোৱাৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ শিক্ষানুষ্ঠানলৈ নিৰ্দেশনা জাৰি

অসম চৰকাৰে আয়োজন কৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰাকৈ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ সকলো শিক্ষানুষ্ঠানলৈ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি dsywassam.com/khel2.0 লিংকৰ জৰিয়তে বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীসকলক খেল মহাৰণ যোগদান ...

October 15, 2024 5:43 PM

views 24

ৰাষ্ট্ৰীয় ডবা প্রতিযোগিতাত অনামিত্ৰা গোৱালাৰ ব্ৰঞ্জৰ পদক লাভ

বিহাৰৰ পাৰ্টনাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ডবা প্রতিযোগিতাৰ ১৪ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত গোলাঘাটৰ অনামিত্ৰা গোৱালাই ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জিলাখনৰ বনগাঁৱৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰীগৰাকীৰ সাফল্যত স্বাভাৱিকতে অঞ্চলবাসীয়ে আনন্দ প্রকাশ কৰিছে। সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি ভ...

October 15, 2024 11:05 AM

views 18

মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেলত নিউজিলেণ্ড

নিউজিলেণ্ডে মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্ৰুপ-এৰ পৰা দ্বিতীয়টো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱানিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাকিস্তানক ৫৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ দ...

October 14, 2024 12:54 PM

views 22

আজিৰে পৰা হকী ইণ্ডিয়া ছিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতা আৰম্ভ

হকী ইণ্ডিয়া ছিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত আজি আৰম্ভ হ'ব। ২১ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত মুঠ ১২টা দলে অংশগ্রহণ কৰিব। দলকেইটাক চাৰিটা গোটত বিভক্ত কৰা হৈছে। লীগ পৰ্যায়ত প্ৰতিটো দলে নিজ গোটৰ সকলো দলৰ সৈতে অৱতীৰ্ণ হ'ব।

October 14, 2024 11:49 AM

views 22

মহিলাৰ টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতক পৰাজিত কৰি অষ্ট্ৰেলিয়া ছেমি ফাইনেলত প্ৰৱেশ

মহিলাৰ টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ শ্বাৰজাহত অনুষ্ঠিত গ্রুপ-এৰ এখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৯ ৰানত পৰাজিত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। গ্রুপ পৰ্যায়ত কালি একেৰাহে চতুৰ্থখন খেলত জয়ী হৈ অষ্ট্ৰেলিয়াই এই প্রতিযোগিতাৰ আটাইকেইখন খেলতে জয়লাভ কৰাৰ অভিলেখ অক্ষুন্ন ৰাখে। আনহাতে, গ্রুপ ...

October 13, 2024 6:03 PM

views 8

আই ডব্লিউ এল এফ জুনিয়ৰ যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ সোণ আৰু ৰূপৰ পদক লাভ

● অসমৰ দীতিমণি সোণোৱাল আৰু সুদিত্য বৰুৱাই হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। আজি নিশা সামৰণি পৰিবলগীয়া এই প্ৰতিযোগিতাত অসমে এতিয়ালৈ ৫টা সোণ, ৫টা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ১৪টা পদক লাভ কৰিছে। পুৰুষৰ ৮৯ কিলোগ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।