খেল

October 19, 2024 7:04 PM

views 9

মেক্সিকোত আজিৰে পৰা আৰ্চাৰী বিশ্বকাপ ফাইনেল-২০২৪

আৰ্চাৰী বিশ্বকাপ ফাইনেল-২০২৪ আজিৰে পৰা মেক্সিকোত আৰম্ভ হ'ব। এছিয়ান গেমছত সোণৰ পদক বিজেতা ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম, অলিম্পিক খেলুৱৈ দীপিকা কুমাৰী আৰু ধীৰজ বম্মাদেৱাৰা, প্ৰিয়ান্স আৰু প্ৰথমেশ ফুগেই এই প্রতিযোগিতাত অংশগ্ৰহণ কৰে। পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শাখাৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি আজি নিশা ...

October 18, 2024 9:05 PM

views 32

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰতৰ দ্বিতীয় ইনিংছত ৩ উইকেটত ২৩১ ৰান সংগ্ৰহ

ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনৰ খেলৰ সামৰণি পৰলৈকে দ্বিতীয় ইনিংছত ৩ উইকেটৰ বিনিময়ত ২৩১ ৰান সংগ্ৰহ কৰে ৷ ভাৰত নিউজিলেণ্ডৰ প্ৰথম ইনিংছতকৈ ১২৫ ৰানত পিছপৰি আছে। ভাৰতৰ হৈ দ্বিতীয় ইনিংছত কোহলি আৰু ছ...

October 18, 2024 8:15 PM

views 13

নিউজিলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ভাৰতৰ মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰ

নিউজিলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া শৃংখলাৰ বাবে হৰমনপ্রীত কৌৰক ভাৰত মহিলা ক্রিকেট দলৰ অধিনায়কৰ দায়িত্ব অৰ্পন কৰা হৈছে। আনহাতে চলিত মাহৰ ২৪ তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া শৃংখলাৰ বাবে চাৰিগৰাকী বিশেষ খেলুৱৈক বাছনি কৰা হৈছে। টি-২০ বিশ্বকাপৰ পৰা ভাৰতীয় দলটো আগতীয়াকৈ বাহিৰ হোৱাৰ পাছতে মহিলা ক্রিকেট...

October 18, 2024 11:57 AM

views 16

নেপালত অনুষ্ঠিত মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাত পাকিস্তানক ৫-২ গ’লত পৰাস্ত ভাৰতৰ

ভাৰতে কালি নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাৰ গ্ৰুপ-এৰ এখন খেলত পাকিস্তানক ৫-২ গ’লত পৰাস্ত কৰে। এইখন ভাৰতীয় দলৰ অধীনয়ক লোইটোংবাম আছালাতা দেৱীৰ ১০০সংখ্যক খেল আছিল। খেলখনত ষ্ট্ৰাইকাৰ নগাংগোম বালা দেৱীয়ে নিজৰ খেলুৱৈ জীৱনৰ ৫০ সংখ্যক গ’লটো দিয়ে। দেৱী এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰ...

October 18, 2024 11:52 AM

views 15

ৰাষ্ট্ৰীয় ফেন্সিং প্রতিযোগিতালৈ তামুলপুৰৰ খেল’ ইণ্ডিয়া ফেন্সিং কেন্দ্ৰৰ ৬গৰাকী খেলুৱৈক বাছনি

তামুলপুৰৰ খেল' ইণ্ডিয়া ফেন্সিং কেন্দ্ৰৰ ছগৰাকী খেলুৱৈ ১৪ বছৰ অনূৰ্ধ্বৰ ৬৮ সংখ্যক ৰাষ্ট্ৰীয় ফেন্সিং প্রতিযোগিতালৈ বাছনি লাভ কৰিছে। বাছনি লাভ কৰা খেলুৱৈসকলৰ ভিতৰত স্বৰাংমা বড়ো, মাধুৰী দাস, অখিল বড়ো, ধ্ৰুৱজ্যোতি বড়ো, গৌৰৱ মহন্ত আৰু ৰণজিৎ‍ বড়ো আছে। এই খেলুৱৈসকলে ১২ৰ পৰা ১৬ নৱেম্বৰলৈ জম্মুত হ'বলগীয...

October 18, 2024 11:51 AM

views 15

আই চি চি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

আই চি চি মহিলা টি-২০ বিশ্বকাপত কালি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রথমখন ছেমিফাইনেল খেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি দক্ষিণ আফ্রিকাই ফাইনেলত স্থান নিশ্চিত কৰিছে। গুৰুত্বপূৰ্ণ খেলখনত দক্ষিণ আফ্রিকাই প্ৰথমে বেটিং কৰিবলৈ অষ্ট্ৰেলিয়াক আমন্ত্ৰণ জনায়। নিৰ্ধাৰিত ২০ ...

October 17, 2024 8:22 PM

views 31

তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ প্ৰথম ইনিংছত ৩ টা উইকেট হেৰুৱাই ১৮০ ৰান সংগ্ৰহ

নিউজিলেণ্ডে ভাৰতৰ বিৰুদ্ধে বাংগালুৰুৰ এম ছিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত শক্তিশালী স্থিতিত উপনীত হৈছে। ভাৰতে ৪৬ ৰানতে প্রথম ইনিংছ সামৰাৰ পাছত আলহী দল নিউজিলেণ্ডে আজি দ্বিতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত ৩ টা উইকেট হেৰুৱাই ১৮০ ৰান সংগ্ৰহ কৰে। ন...

October 17, 2024 11:46 AM

views 17

মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ

ভাৰত আজি নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় দলৰ অধিনায়ক আশালতা দেৱীয়ে আজি দেশৰ হৈ তেওঁৰ খেলুৱৈ জীৱনৰ এশসংখ্যক খেলত ভাগ ল'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৫ বাজি ১৫ মিনিটত আৰম্ভ হ'ব।

October 17, 2024 11:16 AM

views 15

বৰষুণৰ বাবে বাতিল ভাৰত আৰু নিউজিলেণ্ড টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথম দিনৰ খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ খেল কালি বৰষুণৰ বাবে বাতিল হোৱা পাছত আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ হ'ব। বাংগালুৰুৰ এম ছিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখন আজি নিৰ্ধাৰিত সময়ৰ পূৰ্বে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভাৰত সম্প্ৰতি আই চি চি বিশ্ব টেষ্ট চেম্প...

October 17, 2024 11:13 AM

views 15

ভাৰতীয় খো খো ফেডাৰেচনৰ অহা বছৰ নতুন দিল্লীত হ’বলগীয়া খো খো বিশ্বকাপৰ প্ৰথম সংস্কৰণৰ প্ৰতীকচিহ্ন আৰু টেগলাইন মুকলি

ভাৰতীয় খো খো ফেডাৰেচন, কে কে এফ আই-য়ে অহা বছৰ নতুন দিল্লীত হ'বলগীয়া খো খো বিশ্বকাপৰ প্ৰথম সংস্কৰণৰ প্ৰতীকচিহ্ন আৰু টেগলাইন মুকলি কৰিছে। ইন্দিৰা গান্ধী ষ্টেডিয়ামত অহা ১৩ৰ পৰা ১৯ জানুৱাৰীলৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।