খেল

October 29, 2024 12:16 PM

views 23

মহিলাৰ এছিয় চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ বাবে ১৮ জনীয়া ভাৰতীয় দলৰ সদস্যৰ নাম ঘোষণা

হকী ইণ্ডিয়াই চলিত বৰ্ষৰ মহিলাৰ এছিয় চেম্পিয়নছ ট্ৰফী প্রতিযোগিতাৰ বাবে ১৮ জনীয়া ভাৰতীয় দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অহা মাহৰ ১১ৰ পৰা ২০ তাৰিখলৈ এই প্রতিযোগিতা অনুষ্ঠিত হ'ব। হকী ইণ্ডিয়াৰ ঘোষণা অনুসৰি মিড ফিল্ডাৰ ছালিমা টেটেই বিগত বৰ্ষৰ বিজয়ী ভাৰতীয় দলটোক নেতৃত্ব...

October 29, 2024 12:15 PM

views 18

ভাৰতীয় জ্যেষ্ঠ ক্রিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ভি ভি এছ লক্ষ্মন দলৰ সৈতে দক্ষিণ আফ্রিকালৈ যাব

প্রাক্তন খেলুৱৈ ভি ভি এছ লক্ষ্মন ভাৰতীয় জ্যেষ্ঠ ক্রিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দলৰ সৈতে সমাগত দক্ষিণ আফ্রিকা ভ্ৰমণলৈ যাব। দলৰ বৰ্তমানৰ প্ৰশিক্ষক গৌতম গম্ভীৰ ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ক্রিকেট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ'ব। সূৰ্য কুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৮ৰ পৰা ১৫ নৱেম্বৰলৈ দক্...

October 28, 2024 11:38 AM

views 13

আহমেদাবাদত অনুষ্ঠিত মহিলা ক্ৰিকেটৰ দ্বিতীয়খন খেলত ভাৰতক ৭৬ ৰানত পৰাস্ত নিউজিলেণ্ডৰ

মহিলা ক্ৰিকেটত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আহমেদাবাদত অনুষ্ঠিত দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় খেলত নিউজিলেণ্ডে ভাৰতক ৭৬ ৰানত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি নিউজিলেণ্ডে নির্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৫৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ৪৭ অভাৰ এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৮৩ ৰানহে ...

October 27, 2024 8:28 PM

views 11

জাপান পেৰা বেডমিণ্টন ইণ্টাৰনেশ্যনেলত শ্বাটলাৰ সুকান্ত কদমৰ  পুৰুষৰ একক শাখাত সোণৰ পদক অৰ্জন

জাপান পেৰা বেডমিণ্টন ইণ্টাৰনেচনেল ২০২৪ত ভাৰতৰ তাৰকা শ্বাটলাৰ সুকান্ত কদমে পুৰুষৰ একক শাখাত স্বৰ্ণপদক আৰু পুৰুষৰ দ্বৈত শাখাত তেওঁৰ সংগী দীনেশ ৰাজাইৰ সৈতে ৰূপৰ পদক লাভ কৰে। একক শাখাৰ ফাইনেলত সতীৰ্থ ভাৰতীয় শ্বাটলাৰ তৰুণৰ মুখামুখি হৈ সুকান্তই ২১-১২, ২১-১০ ব্যৱধানত নিজৰ আধিপত্য বিস্তাৰ কৰে। দ্বৈত শাখাত ...

October 26, 2024 9:09 PM

views 13

চতুর্দশ মনমোহন দাস আৰু আৰ আৰ আহমেদ সোঁৱৰণি ফুটবল প্রতিযোগিতাত কৃষকজ্যোতি সংঘৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ

গোৱালপাৰা জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ৰূপজ্যোতি সংঘৰ সহযোগত আয়োজিত চতুর্দশ মনমোহন দাস আৰু আৰ আৰ আহমেদ সোঁৱৰণি ফুটবল প্রতিযোগিতাত কৃষকজ্যোতি সংঘই চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। আজি অনুষ্ঠিত ফাইনেলত দলটোৱে আগিয়া ফুটবল দলক ৫-১ গলত পৰাজিত কৰে।

October 26, 2024 6:40 PM

views 30

দৰং জিলাৰ দুনীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দুনী মুকলি দ্রুত দবা প্ৰতিযোগিতা অনুষ্ঠিত

দৰং জিলাৰ দুনীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দুনী মুকলি দ্রুত দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দুনী দবা একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। সুদক্ষ দবা খেলুৱৈ তথা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক বিপুল শর্মাই প্রতিযোগিতাখন আজি ...

October 26, 2024 1:27 PM

views 20

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাত আজি নর্থ-ইষ্ট ইউনাইটেড এফ চি আৰু জামছেদপুৰ এফ চিৰ খেল

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ এখন খেলত আজি নর্থ-ইষ্ট ইউনাইটেড এফ চি-জামছেদপুৰ এফ চিৰ মুখামুখি হ'ব। গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখন সন্ধিয়া ৫ বজাত আৰম্ভ হ'ব। ইপিনে কালি কোচ্ছিত অনুষ্ঠিত এখন খেলত বেংগালুৰু অফ চি দলে কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে ৩-১ গলৰ ...

October 25, 2024 11:20 AM

views 27

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ হাতত নিউজিলেণ্ড পৰাস্ত

ভাৰতীয় মহিলা ক্রিকেট দলে কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত নিউজিলেণ্ডক ৫৯ ৰানত পৰাস্ত কৰে। নিউজিলেণ্ড ২২৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪০ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ ৰাধা যাদৱে ত...

October 24, 2024 8:47 PM

views 10

ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় টেষ্ট মেচত নিউজিলেণ্ডৰ ২৫৯ ৰানত প্ৰথম ইনিংছ সমাপ্ত, ভাৰতৰ ১৬ ৰান সংগ্ৰহ

পুনেত অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ আজি প্রথম দিনা নিউজিলেণ্ডে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২৫৯ ৰান সংগ্ৰহ কৰে । ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে ৭টা উইকেট আৰু ৰবিচন্দ্রন অশ্বিনে তিনিটা উইকেট দখল কৰে। টছত জিকি প্রথমে বেটিং কৰা নিউজিলেণ্ডৰ হৈ ডে...

October 24, 2024 6:58 PM

views 7

আলবানিয়াত অনুষ্ঠিত মল্লযুঁজৰ ২৩ বছৰ অনূৰ্ধ্ৱৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ বিশ্বজিৎ‍ ৰামচন্দ্ৰৰ ব্ৰঞ্জৰ পদক লাভ

আলবানিয়াৰ টিৰানাত অনুষ্ঠিত মল্লযুঁজৰ ২৩ বছৰ অনূৰ্ধ্ৱৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ বিশ্বজিৎ‍ ৰামচন্দ্ৰই আজি ব্ৰঞ্জৰ পদক লাভ কৰিছে। ৫৫ কিলোগ্ৰাম গ্ৰেক' ৰোমান শাখাত ভাৰতৰ বিশ্বজিতে আদম ওলবাছেভক ১৪-১০ ফলাফলত পৰাস্ত কৰে। প্রতিযোগিতাত ভাৰতৰ এইটো প্ৰথম পদক । ইয়াৰ পূৰ্বে ভাৰতৰ অঞ্জলিয়ে মহিলাৰ ৫৯ কিলোগ্রা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।