খেল

November 3, 2024 7:37 PM

views 25

ভাৰত-নিউজিলেণ্ড টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত নিউজিলেণ্ডৰ ২৫ ৰানত জয়লাভ

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ড টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত নিউজিলেণ্ডে ২৫ ৰানত জয়লাভ কৰিছে। আজি তৃতীয় দিনা জয়ৰ বাবে আলহী দলটোৱে নিৰ্ধাৰণ কৰি দিয়া ১৪৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ১২১ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ঋষভ পণ্টে সৰ্বাধিক ৬৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ...

November 3, 2024 12:29 PM

views 26

খেল মহাৰণৰ দ্বিতীয় পর্যায়ে যোৱা বৰ্ষৰ নাম পঞ্জীয়নৰ অভিলেখ ভংগ কৰি এক মাইলৰ খুটি স্থাপন কৰিছে

খেল মহাৰণৰ দ্বিতীয় পর্যায়ে যোৱা বৰ্ষৰ নাম পঞ্জীয়নৰ অভিলেখ ভংগ কৰি এক মাইলৰ খুটি স্থাপন কৰিছে। খেল মহাৰণৰ জৰিয়তে ক্রমান্বয়ে মানুহৰ মাজত গঢ় লৈ উঠা ক্রীড়া মানসিকতাই ৰাজ্যত ক্রীড়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমত এটা পোষ্টত কয় যে, যোৱাবাৰ এই ক...

November 3, 2024 11:57 AM

views 15

ভাৰতৰ অতনু দাসৰ ছুইজাৰলেণ্ডৰ লুছানেত অনুষ্ঠিত ছুইছ অপেন ইণ্ডোৰ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ

ভাৰতৰ অতনু দাসে ছুইজাৰলেণ্ডৰ লুছানেত অনুষ্ঠিত ছুইছ অপেন ইণ্ডোৰ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। অতনু দাসে কালি ছুইজাৰলেণ্ডৰ থমাছ ৰুফৰক ৬-৪ ফলাফলত পৰাস্ত কৰি প্ৰতিযোগিতাৰ পুৰুষৰ ৰিকাৰ্ভ শিতানত ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইয়াৰ পূৰ্বে অতনু দাসে ছেমিফাইনেলত ফ্ৰান্সৰ ৰোমেন ফিচেটৰ হাতত ৪-৬ ফলাফলত ...

November 3, 2024 11:54 AM

views 27

হাইলো অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত ভাৰতৰ মালবিকা বঙ্গোড়েৰ প্ৰৱেশ

ভাৰতৰ মালবিকা বঙ্গোড়ে হাইলো অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। মালবিকাই কালি ছেমিফাইনেলত ডেনমার্কৰ জুলী ডাবল জেকবছেনক ২৩-২১, ২১-১৮ গেমত পৰাস্ত কৰে। মালবিকা আজি ফাইনেলত ডেনমাৰ্কৰ অন্য এগৰাকী খেলুৱৈ সপ্তম বাছনিপ্রাপ্ত মিয়া ছিফেল্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ২০২২ বৰ্ষত ছৈয়...

November 2, 2024 7:42 PM

views 22

৩ খনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিম খন খেলৰ দ্বিতীয় দিনত ভাৰতৰ আটাইকেইটা উইকেট হেৰুৱাই ২৬৩ ৰান সংগ্ৰহ

ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে মুম্বাইৰ ৱাংখেড়ে স্টেডিয়ামত অনুষ্ঠিত ৩ খনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিম খন খেলৰ আজি দ্বিতীয় দিনা আটাইকেইটা উইকেট হেৰুৱাই ২৬৩ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ ২৮ ৰানৰ অগ্ৰগতি অতিক্ৰম কৰি আলহী দলটোৱে দ্বিতীয় ইনিংছত ১৭১ ৰান সংগ্ৰহ কৰি ১৪৩ ৰানৰ অগ্ৰগতি লাভ ...

November 2, 2024 5:34 PM

views 18

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত চলি থকা ১৯ বছৰৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত ভাৰতৰ কৃশা বার্মাৰ স্বর্ণ পদক অৰ্জন

ভাৰতৰ কৃশা বার্মাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত চলি থকা ১৯ বছৰৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত কালি এটা স্বর্ণ পদক অৰ্জন কৰিছে। আনহাতে ভাৰতৰ আন ৫গৰাকী বক্সাৰ নিজৰ নিজৰ শাখাৰ ফাইনেলত পৰাস্ত হৈ স্বর্ণ পদকৰ পৰা বঞ্চিত হ'ল। কৃশাই ফাইনেলত জাৰ্মানীৰ লেৰিকা চাইমনক ৫-০ত পৰাস্ত কৰে। ভাৰতৰ চঞ্চল চৌধাৰীয়...

November 2, 2024 12:35 PM

views 23

মালৱিকা বানছড় আৰু আয়ুষ ছেট্টী হাইলো অপেন বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ মালৱিকা বানছড় আৰু আয়ুষ ছেট্টীয়ে জাৰ্মানীৰ ছাৰব্ৰুকেইনত অনুষ্ঠিত হাইলো অপেন বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে, মহিলাৰ একক শাখাত ষষ্ঠ বাছনিৰ মালৱিকা বানছ'ড়ে ভিয়েটনামৰ চতুৰ্থ বাছনিৰ গুৱেইন থুই লিনহেক পৰাস্ত কৰে। ছেমি ফাইনেলত আজি আজি তেওঁ ডেনমাৰ্কৰ জুলি ডাবল জেকবসেনৰ মুখামুখি...

November 1, 2024 7:51 PM

views 25

অসম ভাৰোত্তোলন সন্থাৰ নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ

অসম ভাৰোত্তোলন সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে শিৱসাগৰ জিলাৰ ভাৰোত্তোলন সন্থাৰ সহযোগত অহা ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰত নামতিত নতুন প্রতিভা বাছনি শিবিৰ অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ শ্ৰীৰাম স্পোর্টছ একাডেমীয়ে সহযোগিতা কৰিবলগী...

November 1, 2024 12:40 PM

views 17

আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে ৰাজস্থান ৰয়েলছত ৰিয়ান পৰাগ

আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে ৰাজস্থান ৰয়েলছে অসমৰ ৰিয়ান পৰাগসহ ছজন খেলুৱৈক ৰাখিছে। বিগত আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰাৰ সুবাদত ভাৰতৰ টি-টুৱেণ্টি আৰু এদিনীয়া দলত স্থান লাভ কৰা ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে ১৪ কোটি টকাত পুনৰ চুক্তিবদ্ধ কৰে। ইপিনে চেন্নাই ছুপাৰ কিংছে ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক ...

November 1, 2024 12:35 PM

views 27

মালৱিকা বল’ড়, আয়ুষ ছেট্টী, সতীশ কুমাৰ কৰুণাকৰণ আৰু ৰক্ষিতাশ্ৰী হাইলো অপেন বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ মালৱিকা বল'ড়, আয়ুষ ছেট্টী, সতীশ কুমাৰ কৰুণাকৰণ আৰু ৰক্ষিতাশ্ৰীয়ে জাৰ্মানীৰ ছাৰব্ৰুকেনত অনুষ্ঠিত হাইলো অপেন বেডমিণ্টন প্রতিযোগিতাৰ নিজ নিজ শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মালৱিকা বন্স'ড়ে কালি মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ইৰিণা এমেলি এণ্ডাৰছনক ২১-১৩, ২১-১৬ গেমত পৰাস্ত কৰি কোৱা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।