খেল

November 7, 2024 8:35 PM

views 34

অষ্ট্ৰেলিয়া এ দলে মেলৱৰ্ন ক্রিকেট গ্রাউণ্ডত দ্বিতীয়খন অনানুষ্ঠানিক টেষ্ট মেচত প্রথম ইনিংছত ২ টা উইকেট হেৰুৱাই ৫৩ ৰান সংগ্ৰহ

অষ্ট্ৰেলিয়া এ দলে মেলৱৰ্ন ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত দ্বিতীয়খন অনানুষ্ঠানিক টেষ্ট মেচৰ আজি প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে প্রথম ইনিংছত দুটা উইকেট হেৰুৱাই ৫৩ ৰান সংগ্ৰহ কৰে। ঘৰুৱা দল অষ্ট্ৰেলিয়া ভাৰতৰ প্রথম ইনিংছতকৈ ১০৮ ৰান পিছ পৰি আছে। ইয়াৰ পূৰ্বে ভাৰতীয় এ দলে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৬...

November 7, 2024 1:34 PM

views 10

দিৱিজ চৰণ আৰু ডেনিয়েল কুকিৰমেনৰ যুটীটো এইচ পি পি অপেন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ দিৱিজ চৰণ আৰু ইজৰাইলৰ ডেনিয়েল কুকিৰমেনৰ যুটীটোৱে ফিনলেণ্ডৰ হেলেচিংকিত অনুষ্ঠিত এইচ পি পি অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। চৰণ আৰু কুকিৰমেনৰ যুটিটোৱে যোৱা নিশা প্রি-কোৱাৰ্টাৰ ফাইনেলত চেক গণৰাজ্যৰ মেটেজ ৱোছেল আৰু ডেনমাৰ্কৰ জোহান্স ইংগিল্ডিছনক ৭-৬, ৭-৫ পোনপটী...

November 7, 2024 1:46 PM

views 24

অহা ২৪ আৰু ২৫ নৱেম্বৰত আই পি এলৰ ২০২৫ বৰ্ষৰ নীলাম প্ৰক্ৰিয়া

ইণ্ডিয়ান প্রীমিয়াৰ লীগ, আই পি এল ক্রিকেট প্রতিযোগিতাৰ ২০২৫ বৰ্ষৰ সংস্কৰণৰ বাবে অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌডি আৰবত নীলাম প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে কালি এই কথা সদৰি কৰে। এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ নীলাম বিদেশত অনুষ্ঠিত হ'ব। ২০২৪ বৰ্ষৰ আই পি ...

November 6, 2024 8:07 PM

views 20

২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰবত আই পি এলৰ নীলাম

ইণ্ডিয়ান প্রীমিয়াৰ লীগ, আই পি এল ক্রিকেট প্রতিযোগিতাৰ ২০২৫ বৰ্ষৰ সংস্কৰণৰ বাবে অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰবত নীলাম প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে কালি এই কথা সদৰি কৰে। এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ নীলাম বিদেশত অনুষ্ঠিত হ'ব। ২০২৪ বছৰৰ আই পি এ...

November 6, 2024 1:09 PM

views 7

আই পি এল, ২০২৫ বৰ্ষৰ সংস্কৰণৰ বাবে অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌডি আৰবত নীলাম প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব

ইণ্ডিয়ান প্রীমিয়াৰ লীগ, আই পি এল ক্রিকেট প্রতিযোগিতাৰ ২০২৫ বৰ্ষৰ সংস্কৰণৰ বাবে অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌডি আৰবত নীলাম প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে কালি এই কথা সদৰি কৰে। এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ নীলাম বিদেশত অনুষ্ঠিত হ'ব। ২০২৪ বছৰৰ আই পি এ...

November 5, 2024 8:48 PM

views 17

ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলত অসমৰ চাৰি গৰাকী খেলুৱৈৰ স্থান লাভ

কাইলৈৰ পৰা মলদ্বীপত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক ছেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোত অসমৰ চাৰি গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। সবিতা বনিয়া, প্রকাশ প্রধান, সুভদ্বীপ বৈদ্য আৰু পৱিত্ৰ নাথে এই দলত স্থান পাইছে। উল্লেখযোগ্য যে, এই প্রতিযোগিতাখন অহা ১১ নৱেম্বৰত সামৰণি পৰ...

November 4, 2024 7:35 PM

views 22

অহা ৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিলনাডুৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেল

অসম ক্রিকেট সন্থাই অহা ৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিলনাডুৰ বিৰুদ্ধে হ'বলগীয়া ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেলৰ বাবে অসমৰ খেলুৱৈৰ লগতে সহায়ক ষ্টাফৰ নাম প্ৰকাশ কৰিছে। ডেভিড দাসক অধিনায়ক আৰু মুক্তাৰ হুছেইনক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। দলটোত দৰ্শন ৰাজবংশী, মৃন্ময় দত্ত, ভাৰ্গৱ দত্ত, ...

November 4, 2024 6:20 PM

views 28

ভাৰতীয় উইকেটকীপাৰ ৰিদ্ধিমান সাহাই ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা

ভাৰতীয় উইকেটকীপাৰ ৰিদ্ধিমান সাহাই ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি কয় যে চলিত ৰঞ্জী ট্ৰফী শৃংখলাই তেওঁৰ অন্তিমখন খেল হ'ব। ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটাৰ পাছত পশ্চিমবংগৰ ৪০ বছৰীয়া উইকেটকীপাৰগৰাকীয়ে ৪০খন টেষ্ট আৰু ৯খন এদিনীয়া মেচত অংশগ্ৰহণ কৰে। খেলুৱৈগৰাকীয়ে সামাজিক মাধ্যমৰ এটা প...

November 4, 2024 12:42 PM

views 20

বিশ্ব বক্সিং প্রতিযোগিতাত ভাৰতৰ ৪ টা সোণৰ পদকসহ মুঠ ১৭টা পদক লাভ

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক'ল'ৰাডত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত ৪টা সোণৰ পদকসহ মুঠ ১৭টা পদক লাভ কৰিছে। পুৰুষ আৰু মহিলা উভয় শাখাত অনুষ্ঠিত এই প্রতিযোগিতাত ভাৰতৰ মুঠ ১৯ গৰাকী বক্সাৰে ভাগ লৈছে। ভাৰতৰ হৈ হেমন্ত ছংৱানে পুৰুষৰ শাখাত সোণৰ পদক লাভ কৰাৰ লগতে কৃষ্ণা বার্মা, পাৰ্থৰী গ্ৰ...

November 4, 2024 12:40 PM

views 36

চেন্নাইত আজিৰে পৰা চতুৰ্দশ পুৰুষৰ হকী ইণ্ডিয়া ছিনিয়ৰ চেম্পিয়নশ্বিপ

চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণন হকী ষ্টেডিয়ামত আজি চতুৰ্দশ পুৰুষৰ হকী ইণ্ডিয়া ছিনিয়ৰ চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। ১৬ নৱেম্বৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত ৩১টা দলে ভাগ ল'ব। এই দলসমূহক ৮টা পুলত ভাগ কৰা হ'ব। লীগ পৰ্যায়ত দলসমূহে নিজৰ পুলৰ প্ৰতিযোগীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিটো পুলত শীৰ্ষস্থান লাভ কৰা দলকেই...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।