খেল

December 10, 2025 12:05 PM

views 23

জম্মু আৰু কাশ্মীৰত ১৭ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত মল্লযুদ্ধ প্ৰতিযোগিতা

জম্মু আৰু কাশ্মীৰত ১৭ ডিচেম্বৰত জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত মল্লযুদ্ধ প্ৰতিযোগিতা আন্তঃৰাষ্ট্ৰীয় দংগল আৰু ৰুষ্টম-ই-জম্মু কাশ্মীৰ খিতাপ ২০২৫ৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদাতাই জনাইছে যে, ভাৰত, ইৰাণ আৰু কেইবাখনো দেশৰ পেছাদাৰী মল্লযুঁজাৰুসকলক একত্ৰিত কৰা এই চেম্পিয়নশ্বিপত কে...

December 8, 2025 11:58 AM

views 29

ভাৰত-ভূটান মৈত্ৰী সংস্থা বিফাৰ ফুটবল প্রতিযোগিতাত ভূটানৰ থিম্ফু চিটী এফ চিৰ জয়লাভ

ভাৰত-ভূটানৰ সৌহাদ্যপূর্ণ সম্পর্ক অটুত ৰখাৰ লগতে দুয়োখন দেশৰ বন্ধুত্ব আৰু অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে ভূটানৰ চামদ্রুপ ঝংখাৰত কালি অনুষ্ঠিত ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলখনত ভূটানৰ থিম্ফু চিটী এফ চি বিজয়ী হয়। ভাৰত-ভূটান মৈত্রী সংস্থা- বিফাৰ উদ্যোগত আৰু ভাৰতীয় উচ্চায়ুক্তৰ সহযোগত যোৱা ২২ নৱেম্বৰৰ পৰা অনু...

December 7, 2025 8:32 PM

views 23

গুৱাহাটী মাষ্টাৰ্ছ ২০২৫ বেডমিণ্টন প্রতিযোগিতাত সংস্কাৰ সৰস্বতৰ পুৰুষৰ ছিংগল শাখাত খিতাপ অৰ্জন

গুৱাহাটী মাষ্টাৰ্ছ ২০২৫ বেডমিণ্টন প্রতিযোগিতাত আজি সংস্কাৰ সৰস্বতে পুৰুষৰ ছিংগল শাখাত খিতাপ অৰ্জন কৰিছে। সৰস্বতে ফাইনেল খেলত প্রতিদ্বন্দ্বী মিথুন মঞ্জুনাথক ২১ ১১, ১৭-২১, ২১-১৩ গেমত পৰাস্ত কৰি খিতাপ অর্জন কৰে। আনহাতে পুৰুষৰ দ্বৈত শাখাৰ ফাইনেলত ভাৰতৰ প্ৰথৱী কৃষ্ণমূৰ্তি বয় আৰু কে ছাই প্রতীক মালয়েছিয়াৰ ...

December 7, 2025 7:58 PM

views 28

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শীঘ্রেই আহমেদাবাদে গোলকীয় ক্রীড়াক্ষেত্রত শীর্ষ স্তৰ স্পৰ্শ কৰিব বুলি আশা প্রকাশ কৰিছে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শীঘ্রেই আহমেদাবাদে গোলকীয় ক্রীড়াক্ষেত্রত শীর্ষ স্তৰ স্পৰ্শ কৰিব বুলি আশা প্রকাশ কৰিছে। শ্রীশ্বাহে লগতে ২০৩৬ চনত ভাৰতে অলিম্পিক আয়োজনৰ সুবিধা লাভ কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ কয়, যে বিগত কিছু বর্ষত আহমেদাবাদত বিশ্বমানৰ ক্রীড়া আন্তঃগাঁথনি উপলব্ধ হৈছে। চহৰখনত ক্রীড়াক্...

December 7, 2025 12:41 PM

views 23

তিনিচুকীয়া জিলাৰ ডুমডুমাত ১৭ বছৰ অনুৰ্ধৰ চাহ জনজাতি আৰু আদিৱাসী ফুটবল প্রতিযোগিতা

১৭ বছৰ অনুৰ্ধৰ চাহ জনজাতি আৰু আদিৱাসী ফুটবল প্রতিযোগিতালানি আজিৰে পৰা আৰম্ভ হ'ব। অহা ৭ জানুৱাৰীলৈকে চলিবলগীয়া মাহজোৰা প্ৰতিযোগিতাখনৰ আজি বিয়লি তিনিচুকীয়া জিলাৰ ডুমডুমাত হ'বলগীয়া আৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। প্ৰতিযোগিতাত ৰাজ্যৰ ২৯ খন জিলাৰ...

December 7, 2025 12:14 PM

views 24

দক্ষিণ আফ্রিকাক ৯ উইকেটত পৰাস্ত কৰি ভাৰতৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলা দখল

ভাৰতে যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত যশস্বী জয়ছোৱালৰ শতক আৰু ৰোহিত শর্মা তথা বিৰাট কোহলীৰ অর্ধশতকৰ সহায়ত দক্ষিণ আফ্রিকাক অনায়াসে ৯ উইকেটত পৰাস্ত কৰে। ভাৰতে এই জয়ৰ সুবাদত ২১ ফলাফলেৰে শৃংখলা হস্তগত কৰে। ভাৰতে ২৭১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৩৯ অভাৰ...

December 6, 2025 6:09 PM

views 34

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে ২৭১ ৰাণৰ লক্ষ্য

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি বিশাখাপট্টনমত অনুষ্ঠিত অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে ২৭১ ৰাণৰ লক্ষ্য বান্ধি দিছে। দক্ষিণ আফ্রিকাই ৪৭ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৭০ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কুইণ্টন ডিককে ১০৬ আৰু টে...

December 6, 2025 4:04 PM

views 24

ভাৰত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

● ভাৰতে পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱা নিশা চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ হকী ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক পেনাল্টি শ্যুট আউটৰ সহায়ত ৪-৩ গ'লত পৰাস্ত কৰে। খেলখন নিৰ্ধাৰিত সময়ত ২-২ গ'লত অমিমাংসীত হৈ ৰোৱাত পেনাল্টি শ্যুট আউটৰ সহায় ল'বল...

December 6, 2025 12:21 PM

views 20

কোকৰাঝাৰত ২৫ সংখ্যক বড়োলেণ্ড ছহিদ গ’ল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ

কোকৰাঝাৰ জিলা ক্রীড়া সন্থাৰ খেল পথাৰত কালি সন্ধিয়া ২৫ সংখ্যক বড়োলেণ্ড ছহিদ গ'ল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ হয়। বি টি চিৰ কাৰ্যবাহী সদস্য দেবহাছাৎ বসুমতাৰীয়ে প্রতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কালিৰ উদ্বোধনী খেলত বিজনীৰ ফেৰেংগা ফুটবল ক্লাৱে কচুগাঁৱৰ বৰদ্বি চিখলা স্পর্টছ ক্লাবক ৩-০ গ'লৰ ব্য...

December 5, 2025 8:11 PM

views 22

কাইলৈ বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন দিনৰ ১ বাজি ৩০ মিনিটত আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে শৃংখলাটোত ১-১ৰ সমতা স্থাপন কৰিছে। দুয়োটা দলে কাইলৈ শৃংখলাটো দখলৰ বাবে আপ্রাণ চেষ্টা চলাব।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।