খেল

November 25, 2024 11:59 AM

views 9

বিশ্ব ব’লছ চেম্পিয়নছ অৱ চেম্পিয়নছ প্রতিযোগিতাত নয়নমণি শ‍ইকীয়া আৰু পুতুল সোণোৱালে ভাৰতক প্রতিনিধিত্ব কৰিব

ৰাজ্যৰ দুগৰাকী প্ৰতিভাৱান খেলুৱৈ নয়নমণি শ‍ইকীয়া আৰু পুতুল সোণোৱালে আজিৰেপৰা নিউজিলেণ্ডৰ অ’কলেণ্ডত হ'বলগীয়া বিশ্ব ব'লছ চেম্পিয়নছ অৱ চেম্পিয়নছ প্রতিযোগিতাত দেশক প্রতিনিধিত্ব কৰিব। এই প্রতিযোগিতাত কেৱল ৰাষ্ট্ৰীয় চেম্পিয়নসকলকহে নিজ নিজ দেশক প্রতিনিধিত্ব কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। ৰাজ্যৰ লনবল সং...

November 25, 2024 11:43 AM

views 12

ইণ্ডিয়ান প্রিমিয়াৰ লীগত ঋষভ পণ্ট আৰু শ্ৰেয়াছ আয়াৰ সবাতোকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত

ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়াত কালি ঋষভ পণ্ট আৰু শ্ৰেয়াছ আয়াৰ আই পি এলৰ ইতিহাসত ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ছৌদি আৰৱৰ জেড্ডাহৰ আবাদী আল জোহৰ এৰিনাত অনুষ্ঠিত নিলামৰ প্ৰথম দিনটোত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে উইকেটকীপাৰ তথা বেটাৰ ঋষভ পণ্টক ২৭ কোটি টকাৰে ক্ৰয় কৰি অভিলেখ...

November 25, 2024 11:42 AM

views 9

ভাৰতীয় ছুপাৰ লীগ ফুটবলত চেন্নাই এফ চিক ৩-০ গ’লত পৰাস্ত কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ

ভাৰতীয় ছুপাৰ লীগ ফুটবলত কেৰালা ব্লাষ্টাৰ্ছ এফ চিয়ে কালি কোচিৰ জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত চেন্নাই এফ চি দলক ৩-০ গ'লত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে কেৰালা ব্লাষ্টাৰ্ছৰ ৩খন খেলত হোৱা পৰাজয়ৰ ধাৰাবাহিকতাৰ অন্ত পৰে। দলটোৰ হৈ জেছাজ জিমেনেজে ৫৬ মিনিটত প্ৰথমটো গ'ল কৰে। প্রতিযোগিতাত আজি হায়দ...

November 25, 2024 11:41 AM

views 11

উত্তৰ প্ৰদেশত অনুষ্ঠিত প্র’ কাবাদী প্রতিযোগিতাত বেংগল ৱাৰিয়ৰ্জক ৫১-৩৪ পইণ্টত পৰাস্ত পুনেৰী পল্টনৰ

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পার্থিক স্প’র্টছ কমপ্লেক্সত অনুষ্ঠিত প্র’ কাবাদী প্রতিযোগিতাত পুনেৰী পল্টনে বেংগল ৱাৰিয়ৰ্জক ৫১-৩৪ পইণ্টত পৰাস্ত কৰে। এই জয়ৰ সুবাদত পুনেৰী পল্টন প্রতিযোগিতাৰ তৃতীয় স্থানলৈ উন্নীত হয়। আনহাতে, প্রতিযোগিতাৰ আন এখন খেলত ইউ পি যুদ্ধাই পাটনা পাইৰেটছক ৪৪-৪২ ...

November 24, 2024 7:36 PM

views 19

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাৰ প্ৰথম টেষ্টত ভাৰতৰ জয়ৰ সম্ভাৱনা সজীৱ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থত অনুষ্ঠিত শৃংখলাৰ প্ৰথম টেষ্টত ভাৰতৰ জয়ৰ সম্ভাৱনা সজীৱ হৈ উঠিছে। খেলখনত আজি তৃতীয় দিনা অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত জয়ৰ বাবে ৫৩৪ ৰাণৰ লক্ষ্যৰে খেলি দিনান্তত তিনিটা উইকেটৰ বিনিময়ত ১২ ৰাণ সংগ্রহ কৰিছে। সম্পূৰ্ণ দুটা দিনৰ খেল বাকী থকা অৱস্থাত ঘৰুৱা দলটোক জয়ৰ বাবে এতিয...

November 24, 2024 7:22 PM

views 24

চৌদি আৰৱৰ জেদ্দাত দুদিনীয়াকৈ অনুষ্ঠিত আই পি এলৰ খেলুৱৈ নিলাম আৰম্ভ

চৌদি আৰৱৰ জেদ্দাত দুদিনীয়াকৈ অনুষ্ঠিত আই পি এলৰ খেলুৱৈ নিলামৰ আজি প্ৰথম দিনা ভাৰতৰ উইকেটৰক্ষক বেটাৰ ঋষভ পণ্ট সবাতোকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয়। লক্ষ্ণৌ ছুপাৰ জায়েণ্টে তাৰকা ক্ৰিকেটাৰজনক অভিলেখ ২৭ কোটি টকাত ক্ৰয় কৰে। ইয়াৰ পাছতে ভাৰতৰ আন এজন তাৰকা বেটাৰ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক দৰ লাভ কৰে। পঞ...

November 24, 2024 7:19 PM

views 13

গুৱাহাটীত প্ৰথমবাৰৰ বাবে  ২৭ – ২৯ নৱেম্বৰত উত্তৰ-পূব পেৰা গেমছ

গুৱাহাটীত প্ৰথমবাৰৰ বাবে অহা ২৭ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ উত্তৰ-পূব পেৰা গেমছ অনুষ্ঠিত হ'ব। এই ক্রীড়া সমাৰোহত উত্তৰ-পূবৰ দিব্যাংগ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। এই সমাৰোহত পেৰা এথলেটিকছ, পেৰা ছুইমিং, পেৰা বেডমিণ্টন আৰু পেৰা টেবুল টেনিছ অনুষ্ঠিত হ'ব। পেৰা এথলেটিকছত ১০০ মিটাৰ, ১৫০০ মিটাৰ দৌৰৰ লগতে শটপুট, ড...

November 23, 2024 8:39 PM

views 9

ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত ২১৮ ৰানৰ অগ্ৰগতি ভাৰতৰ

ভাৰতে আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থত অনুষ্ঠিত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত এটাও উইকেট নেহেৰুৱাকৈ ১৭২ ৰান সংগ্ৰহ কৰে। দিনান্তত যশস্বী জয়ছোৱালে ৯০ আৰু কে এল ৰাহুলে ৬২ ৰান কৰি আউট নোহোৱাকৈ থাকে । ভাৰত অষ্ট্ৰেলিয়াতকৈ সা...

November 23, 2024 6:04 PM

views 12

বিশ্ব সামৰিক মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতৰ ঋতিকা হুদাৰ সোণৰ পদক

আর্মেনিয়াৰ য়েৰেভেনত অনুষ্ঠিত বিশ্ব সামৰিক মল্লযুঁজ প্ৰতিযোগিতাৰ মহিলাৰ ৭৬ কিলোগ্রাম শাখাত ভাৰতৰ ঋতিকা হুদাই কালি সোণৰ পদক লাভ কৰে। এই পদক লাভ কৰা তেওঁ হৈছে ভাৰতৰ দ্বিতীয়গৰাকী মহিলা খেলুৱৈ। প্ৰতিযোগিতাৰ মহিলাৰ ৬৮ কিলোগ্রাম শাখাত ভাৰতৰ প্ৰিয়ংকাই ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে ভাৰতৰ জ্যোতি ছিহাগে বৃহস...

November 22, 2024 8:28 PM

views 23

আই পি এল ক্রিকেট প্রতিযোগিতাৰ পৰৱৰ্ত্তী তিনিটা সংস্কৰণৰ সূচী ঘোষণা বি চি চি আয়ৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে আই পি এল ক্রিকেট প্রতিযোগিতাৰ পৰৱৰ্ত্তী তিনিটা সংস্কৰণৰ সূচী ঘোষণা কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আই পি এলৰ ২০২৫ বৰ্ষৰ সংস্কৰণ ১৪ মাৰ্চৰ পৰা ২৫ মে'লৈ, ২০২৬ বৰ্ষৰ সংস্কৰণ ১৫ মাৰ্চৰ পৰা ৩১ মে'লৈ আৰু ২০২৭ বৰ্ষৰ সংস্কৰণ ১৪ মাৰ্চৰ পৰা ৩০ মে'লৈ অনুষ্ঠিত হ'...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।