November 30, 2024 8:56 PM
16
চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনত ভাৰতীয় যুটি ট্ৰেছা জলী আৰু গায়ত্ৰী গোপিছান্দ পুলেলা মহিলা ডাবল্ছৰ ফাইনেলত প্ৰৱেশ
চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় যুটি ট্ৰেছা জলী আৰু গায়ত্ৰী গোপিছান্দ পুলেলাই থাইলেণ্ডৰ বেনয়াপা আইমষ্টাৰ্ড আৰু নুন্তাকাৰ্ন আইমষ্টাৰ্ডক ১৮-২১, ২১–১৮, ২১–১০ ছেটত পৰাস্ত কৰি মহিলা ডাবল্ছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৱে উন্নতি হোদাক ২১-১২, ২১-...