খেল

January 24, 2026 9:20 PM

views 43

কাইলৈ গুৱাহাটীত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। যোৱা নিশা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাটোৰ দ্বিতীয়খন খেলত ভাৰতে নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। ইয়াৰ জৰিয়তে ভাৰতে শৃংখলাত ২-০ৰ অগ্ৰগতি লাভ ক...

January 24, 2026 8:25 PM

views 40

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-বিৰ তিনিওখন খেলে অমীংমাসিত হৈ ৰয়

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-বিৰ তিনিওখন খেলে অমীংমাসিত হৈ ৰয়। চিলাপথাৰত আজি পুৱা কেৰালা আৰু ৰে'লৱেৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত দুয়োটা দলে ১-১ গ’লত সমতা স্থাপন কৰে। ইয়াৰ পাছত ছাৰ্ভিচেছ আৰু ওড়িশাৰ মাজৰ খেলখন গ’ল শূন্যভাৱে ড্ৰ' হয়। ঢকুৱাখনাত অনুষ্ঠিত পাঞ...

January 24, 2026 12:21 PM

views 45

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ ৭ উইকেটত জয়লাভ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ যোৱা নিশা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টডিয়ামত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে নিউজিলেণ্ডক ৭উইকেটত পৰাস্ত কৰি শৃংখলাত ২-০ৰ অগ্রগতি লাভ কৰিছে। ২০৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাবতে ১৫ অভাৰ আৰু দুটা বলতে ৩টা উইকেট হ...

January 23, 2026 7:00 PM

views 25

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ আজি তৃতীয় দিনা কেইবাখনো খেল অনুষ্ঠিত

৭৯ সংখ্যক সন্তোষ টুফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ আজি তৃতীয় দিনা কেইবাখনো খেল অনুষ্ঠিত হয়। ঢকুৱাখনাৰ বিষ্ণুৰাম মেধি খেলপথাৰত অনুষ্ঠিত অসম আৰু নাগালেণ্ডৰ মাজৰ খেলখন ৩-৩ গ'লত ড্র' হয়। গ্রুপ-এৰ খেলখনত অসম দলে প্রথম অৱস্থাত নাগালেণ্ডক চাপত ৰাখে যদিও পাছত নাগালেণ্ডে সুন্দৰ প্ৰদৰ্শনেৰে সমতা স্থাপন কৰিবলৈ...

January 23, 2026 6:28 PM

views 25

ৰায়পুৰত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰায়পুৰত শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰত নাগপুৰত অনুষ্ঠিত প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত সম্প্রতি ১-০৩ আগবাঢ়ি আছে।

January 22, 2026 7:53 PM

views 24

৭৯ সংখ্যক সন্তোষ টুফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি পাঞ্জাৱৰ বিৰুদ্ধে কেৰালাৰ আৰু ওড়িশাৰ বিৰুদ্ধে মেঘালয়ৰ জয়লাভ

৭৯ সংখ্যক সন্তোষ ট্রফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি চিলাপথাৰত অনুষ্ঠিত দুখন খেলৰ এখনত কেৰালা দলে পাঞ্জাৱক ৩-১ গ'লৰ ব্যৱধানত আৰু আনখনত মেঘালয়ে ওড়িশাক ১-০ গ'লত পৰাস্ত কৰে। পাঞ্জাৱ আৰু কেৰালাৰ মাজৰ খেলখনত কেৰালাই প্ৰথমার্ধৰ পৰাই আধিপত্য বিস্তাৰ কৰে আৰু যতীন্দৰ সিং ৰাণাই হেডেৰে দিয়া গ'লৰ সহায়ত ১ গ'ল...

January 22, 2026 11:27 AM

views 29

মহিলা প্রিমিয়াৰ লীগত গুজৰাট জায়েন্টছ ইউ পি ৱাৰিয়ৰ্জৰ মুখামুখি হ’ব

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগীতাত আজি বদোদৰাৰ বিচিএ ষ্টেডিয়াম কোটাম্বিত এখন লীগ মেচত গুজৰাট জায়েন্টছ ইউ পি ৱাৰিয়ৰ্জৰ মুখামুখি হ'ব। সন্ধিয়া ৭.৩০ বজাৰ পৰা খেলখন আৰম্ভ হোৱাৰ কথা। এইবাৰৰ মহিলা প্রিমিয়াৰ লীগ দুখন চহৰৰ ফৰ্মেটত অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতাখনৰ নৱী মুম্বাই লীগ সম্পূৰ্ণ হোৱাৰ প...

January 22, 2026 11:30 AM

views 29

ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টনত ভাৰতীয় খেলুৱৈসকলে ১৬ নং ৰাউণ্ডত অংশগ্ৰহণ কৰিব

ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টন প্রতিযোগীতাত আজি ভাৰতীয় খেলুৱৈসকলে ১৬ নং ৰাউণ্ডত অংশগ্ৰহণ কৰিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনে হংকঙৰ জেছন গুনাৱানৰ বিৰুদ্ধে খেলিব। আনহাতে কিদাম্বী শ্রীকান্তে চীনৰ টাইপেইৰ চৌ টিয়েন-চেনৰ বিৰুদ্ধে খেলিব। মহিলাৰ একক শাখাত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি.ভি. সিন্ধুৱে ডেনমাৰ্...

January 22, 2026 11:24 AM

views 30

পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত

নাগপুৰৰ বিদর্ভা ক্রিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া শৃংখলাত ভাৰতে ১-০ত অগ্রগতি লাভ কৰে। খেলখনত নিউজিলেণ্ডে নির্ধাৰিত বিশ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৯০ ৰান সংগ্ৰহ কৰ...

January 22, 2026 11:22 AM

views 30

সন্তোষ ট্রফী ২০২৫-২৬ সংস্কৰণৰ ফাইনেল ৰাউণ্ডত পশ্চিমবংগই ৪-০গলত নাগালেণ্ডক পৰাজিত

অসমৰ ঢকুৱাখনা আৰু চিলাপথাৰত অনুষ্ঠিত সন্তোষ ট্রফী ২০২৫-২৬ সংস্কৰণৰ ফাইনেল ৰাউণ্ডৰ এখন মেচত কালি পশ্চিমবংগই ৪-০গলত নাগালেণ্ডক পৰাজিত কৰে। এই জয়ৰ জড়িয়তে পশ্চিম বংগই গ্রুপ এত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ঢকুৱাখনাত অনুষ্ঠিত গ্রুপ এ পৰ্যায়ৰ এখন খেলত উত্তৰাখণ্ডৰ বিৰুদ্ধে ৩-২ গ'লত ৰাজস্থানে জয়লাভ ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।