আঞ্চলিক সংবাদ

June 17, 2024 12:41 PM

views 27

ৰাজ্যৰ সাতখন জিলাৰ ৯৩ খন গাঁও বানৰ কবলত

কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই পর্যন্ত সাতখন জিলাৰ ৯৩ খন গাঁও বানৰ কবলত পৰিছে। বানৰ কবলত পৰা জিলা কেইখন হৈছে— বাক্সা, বৰপেটা, বঙাইগাঁও, ধেমাজি, গোৱালপাৰা, কৰিমগঞ্জ আৰু দক্ষিণ শালমাৰা। জিলাকে...

June 17, 2024 12:37 PM

views 24

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ ৰূপনগৰত নির্মীয়মান কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়টোৰ কাম-কাজৰ পৰিদৰ্শন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ ৰূপনগৰত নির্মীয়মান অৱস্থাত থকা কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়টোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণকাৰ্যৰ খতিয়ান লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কার্যালয়টো চলিত বছৰৰ শেষৰ ফালে মুকলি কৰা হব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে, চলিত বছৰৰ শেষৰ পৰা ৰ...

June 17, 2024 12:35 PM

views 21

কিউবাত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে নিযুক্ত অসমৰ হাফলঙৰ আমস্ট্রং চাংছন

অসমৰ হাফলঙৰ আমস্ট্রং চাংছন কিউবাত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে নিযুক্ত লাভ কৰিছে। ১৯৯৭ বেটছৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া অসমৰ টি আমস্ট্রং চাংছনক বিদেশ মন্ত্র্যলয়ে কিউবাৰ ৰাষ্ট্রদূত নিযুক্তি দিছে। ইয়াৰ পূৰ্বে চাংছন ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ত যুটীয়া সচিব পদত কৰ্মৰত আছিল। উল্লেখযোগ্য যে দেশৰ অন্যতম দক্ষ ...

June 17, 2024 12:27 PM

views 17

কেন্দ্রীয় কয়লা আৰু খনি, ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ দেওবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ

কেন্দ্রীয় কয়লা আৰু খনি, ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে দেওবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ৰাজ্যৰ সমৃদ্ধিশালী খনিজাত সম্পদৰ উপযুক্ত ব্যৱহাৰ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰীৰ বৈঠকত ৰাজ্যত অব্যহাৰিত হৈ থকা খনিজাত সম্পদৰ ব্যৱহাৰ বাবে এখন উচ্...

June 16, 2024 8:15 PM

views 21

বোকাখাটত ৫০০ গৰাকী দিব্যাংগ লোক আৰু শিশুৰ মাজত মন্ত্ৰী অতুল বৰাৰ বিভিন্ন সামগ্ৰী বিতৰণ

ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত ৫০০ গৰাকী দিব্যাংগ লোক আৰু শিশুৰ মাজত শ্রবন যন্ত্ৰ, হুইল ছেয়াৰ, হাতেৰে চলোৱা চাইকেল আৰু বেটাৰী চালিত চাইকেল বিতৰণ কৰে। গোলাঘাট জিলাৰ শিশু সংহত উন্নয়ন প্ৰকল্পৰ সৌজন্যত আৰু বোকাখাট মহকুমা প্রশাসনৰ সহযোগত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ ...

June 16, 2024 8:10 PM

views 10

কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম-কাজ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ ৰূপনগৰত নিৰ্মীয়মান অৱস্থাত থকা কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়টোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণকাৰ্যৰ খতিয়ান লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কাৰ্যালয়টো চলিত বছৰৰ শেষৰ ফালে মুকলি কৰা হব বুলি আশা প্ৰকাশ কৰে। তেঁও কয় যে, চলিত বছৰৰ শেষৰ পৰা ৰূ...

June 16, 2024 8:07 PM

views 30

অসম সচিবালয়ত সৌৰশক্তি প্রকল্প মুকলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম সচিবালয়ত আজি সৌৰশক্তি প্রকল্প মুকলি কৰে। এই প্ৰকল্পৰ জৰিয়তে মাহে গড়ে তিনি লাখ ইউনিট বিদ্যুৎ উৎপাদন কৰি প্ৰচলিত শক্তিৰ উৎসৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে। ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্প মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই প্ৰকল্পৰ জৰিয...

June 16, 2024 1:29 PM

views 25

গুণগত মানৰ বীজ উৎপাদন আৰু উপলব্ধতা বৃদ্ধি বিষয়ক অসম কৃষি বিশ্ববিদ্যালয়ত আলোচনাচক্র

গুণগত মানৰ বীজ উৎপাদন আৰু উপলব্ধতা বৃদ্ধিৰ জৰিয়তে ৰাজ্যৰ কৃষিক্ষেত্ৰ আগবঢ়াই নিয়াৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে কালি এখন আলোচনাচক্র অনুষ্ঠিত কৰে। বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এই আলোচনাত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ বীজ বিক্রেতা সংস্থাৰ প্ৰতিনিধি আৰু বীজ উৎপাদকে অংশ লয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০...

June 16, 2024 1:24 PM

views 21

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ গহপুৰৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত প্ৰভাৱিত অঞ্চলবাসীৰ সৈতে মত বিনিময়

সাম্প্ৰতিক বান-খহনীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি গহপুৰৰ লোহিতমুখ অঞ্চলৰ কৰৈআতি ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লোৱাৰ লগতে খহনীয়াত প্ৰভাৱিত অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে কৰৈআতিত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়ি অহা এটা সুঁতিয়ে সৃষ্টি কৰা খহনীয়াৰ ফল...

June 16, 2024 1:21 PM

views 20

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত বান পৰিস্থিতি জটিল

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত থকা বান পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত হোৱা মুষলধাৰ বৰষুণৰ ফলত কামিয়া, ৰাইনদী আৰু কানিনদীৰ জলপৃষ্ঠ ওফন্দি পৰাত নিলখ আৰু মৰিধল পঞ্চায়ত অন্তর্গত প্রায় ৩০ খন গাঁও বানৰ কবলত পৰিছে। ইপিনে চুবুৰীয়া ৰাজ্য মেঘা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।