May 23, 2024 1:13 PM May 23, 2024 1:13 PM
10
গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান
খাদ্য সুৰক্ষা বিভাগে কালি গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান চলায়। জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়াৰ নেতৃত্বত এটা দলে কৃত্ৰিমভাৱে পকোৱা আম বিচাৰি ফাঁচী বজাৰৰ প্ৰায় প্ৰতিখন ফলৰ দোকানত অভিযান চলায়। এই অভিযানত কাৰ্বাইড ব্যৱহাৰ কৰা প্ৰায় এক কুইণ্টল আম দলটোৱে নষ্ট কৰে। তদুপৰি...