আঞ্চলিক সংবাদ

May 27, 2024 6:27 PM May 27, 2024 6:27 PM

views 12

নিৰ্বাচনৰ সময়ত জম্মু কাশ্মীৰত সুৰাজাতীয় সামগ্ৰীকে ধৰি ৯৫ কোটিৰ অধিক নগদ টকা জব্দ

নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে জম্মু কাশ্মীৰত নিৰ্বাচনী কৰ্তৃপক্ষই সুৰাজাতীয় সামগ্ৰীকে ধৰি এতিয়ালৈকে ৯৫ কোটি টকাৰো অধিক নগদ টকা জব্দ কৰিছে। জম্মু-কাশ্মীৰত যোৱা শনিবাৰে অনন্তনাগ ৰাজৌৰী লোকসভা সমষ্টিৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছতে নির্বাচন প্রক্রিয়া অন্ত পৰে। নিৰ্বাচনী বিভাগে প্ৰকাশ কৰা তথ্য অন...

May 27, 2024 12:20 PM May 27, 2024 12:20 PM

views 8

আজি আৰু কাইলৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা

ৰেমল ঘূৰ্ণীবতাহৰ প্ৰভাৱ অসমৰ কিছু অংশত পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহ সম্পূৰ্ণৰূপে সাজু হৈ থকাৰ লগতে নিয়ন্ত্রণ কক্ষসমূহো কাৰ্যক্ষম কৰি তোলা হৈছে। ভাৰতীয় বতৰ...

May 27, 2024 12:15 PM May 27, 2024 12:15 PM

views 21

পঞ্জাৱৰ ফৰিদকোট লোকসভা সমষ্টিত মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা

মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই কালি পঞ্জাৱৰ ফৰিদকোট লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা জনপ্রিয় কণ্ঠশিল্পী হংসৰাজ হংসৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লয় । সভাত দিয়া ভাষণত ডº শৰ্মাই পঞ্জাৱৰ শাসনাধিস্থিত ভগৱত মান চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, বৰ্তমানৰ পঞ্জাৱ চৰকাৰে মুঠ জিডিপিৰ ৪৭ শতাংশই ...

May 27, 2024 12:13 PM May 27, 2024 12:13 PM

views 6

আজিৰে পৰা কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী ধাৰ্য

ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী ধাৰ্য কৰা হৈছে। সেই অনুসৰি যোৰহাট, কামৰূপ মহানগৰ, চিৰাং আৰু শোণিতপুৰ জিলাৰ সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত পুৱা চাৰে সাত বজাৰ পৰা দুপৰীয়া ১২ বজালৈ, উ...

May 27, 2024 12:12 PM May 27, 2024 12:12 PM

views 11

যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৫৬ খন নতুন ফুট অ’ভাৰব্রীজ নির্মাণ কৰাৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱে ইয়াৰ সংমণ্ডলৰ ভিতৰত থকা এলেকাসমূহত যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে শীঘ্ৰে কেতবোৰ ষ্টেচনৰ ৫৬ খন নতুন ফুট অ'ভাৰব্রীজ নির্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে যাত্ৰীসকলে যাতে সুৰক্ষিতভাৱে এটা প্লেটফৰ্মৰ পৰা আনটো প্লেটফৰ্মলৈ অহা-যোৱা কৰিব পাৰে তাৰ বাবে উত্তৰ-পূব সীমান্ত ৰ...

May 27, 2024 12:11 PM May 27, 2024 12:11 PM

views 15

অহা ২ জুনৰ পৰা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ কাৰ্যসূচী

অহা ১ জুনৰ পৰা বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা কেঁচাপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ শ শ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বটলিফ ফেক্টৰীসমূহে এই সিদ্ধান্ত প্রত্যাহাৰ নকৰিলে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অহা ২ জুনৰ পৰা প্ৰতিবাদ কাৰ্যসূচী ৰূ...

May 27, 2024 12:04 PM May 27, 2024 12:04 PM

views 15

কাইলৈৰ পৰা কোকৰাঝাৰকে ধৰি ৫ খন জিলাত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খেলুৱৈ বাচনি শিবিৰ

ভাৰতীয় সেনাৰ উদ্যোগত আৰু বি টি আৰ চৰকাৰৰ সহযোগত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অহা ২৬ জুলাইৰ পৰা ৩১ আগষ্টলৈ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ'ব। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনত অংশ ল'ব পৰাকৈ প্ৰতিভাৱান খেলুৱৈ বাচনি কৰাৰ উদ্দেশ্যে কালি বড়োলেণ্ড এফ চিয়ে কোকৰাঝাৰ জিলা ক্রীড়া...

May 27, 2024 12:02 PM May 27, 2024 12:02 PM

views 11

অহা ১ আৰু ২ জুনত ঢকুৱাখনাত তৃতীয় শ্ৰেণীৰ ভলীবল ৰেফাৰী পৰীক্ষা

অসম ভলীবল সন্থাৰ তত্বাৱধানত আৰু ঢকুৱাখনা জিলা ক্রীড়া সন্থাৰ উদ্যোগত অহা ১ আৰু ২ জুনত ঢকুৱাখনাত তৃতীয় শ্ৰেণীৰ ভলীবল ৰেফাৰী পৰীক্ষা অনুষ্ঠিত হ'ব। এই প্ৰক্ৰিয়াৰ প্ৰথম দিনা ৰেফাৰী ছেমিনাব আৰু দ্বিতীয় দিনা ৰেফাৰী পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা সকলে পৰীক্ষাৰ নীতি-নিয়ম আৰু অৰ্হতা সন্...

May 26, 2024 8:56 PM May 26, 2024 8:56 PM

views 17

যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত গ্রীষ্মকালীন ৰোগ প্ৰতিৰোধ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা

যোৰহাট চিকিৎসা মহাবিদ্যালয় সভাকক্ষত যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত গ্রীষ্মকালীন ৰোগ প্ৰতিৰোধ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। জিলাখনত গ্ৰীষ্মকালীন ৰোগ তথা মহ, মাখি আদিৰ দ্বাৰা সংক্রমিত হ'ব পৰা বিভিন্ন ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে ...

May 26, 2024 8:52 PM May 26, 2024 8:52 PM

views 11

গ্ৰীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনি

ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনিৰ নিৰ্দেশ জাৰি কৰা হৈছে। যোৰহাট জিলাত উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিদ্যালয় পাঠদানৰ সময়-সূচী সন্দৰ্ভত কিছু নির্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো চৰকাৰী,...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।