May 30, 2024 8:06 PM May 30, 2024 8:06 PM
9
কামৰূপ জিলাৰ মির্জাত খাদ্যত বিষক্রিয়া হৈ ২৮জন লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি
কামৰূপ জিলাৰ মির্জাত খাদ্যত বিষক্রিয়া হৈ অসুস্থ হৈ পৰা শিশুসহ ২৮জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ১২জন লোকক জৰুৰীকালীনভাৱে চিকিৎসা সেবা আগবঢ়াবলগীয়া হৈছে। বাকীসকলৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি হাস্পতাল কর্তৃপক্ষই প্রকাশ কৰিছে। জানিব পৰা মতে যোৱা ২৮ মে'ত মির...