আঞ্চলিক সংবাদ

June 28, 2024 6:28 PM

views 18

মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে নডেল শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী

মৰিগাঁও জিলা সমগ্ৰ শিক্ষা অভিযান আঁচনিৰ অধীনত আজিৰে পৰা মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে নডেল শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলাখনৰ ৮জন প্ৰশিক্ষকে তিনি শতাধিক প্রাথমিক শিক্ষকক ছাত্ৰ-ছাত্ৰীৰ তিনি-খলপীয়া পাঠদান সম্পৰ্কত এই প্ৰশিক্ষণ প্ৰদান কৰিছে। উদ্বোধনী অনু...

June 28, 2024 6:19 PM

views 23

নৰ্থ-ইষ্টার্ন ডেভলপমেণ্ট কৰ্পৰেচনৰ সৈতে প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ বৈঠক

তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নৰ্থ-ইষ্টার্ন ডেভলপমেণ্ট কৰ্পৰেচনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বি টি আৰ প্ৰধানগৰাকীৰ লগতে তামুলপুৰৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, স্থানীয় বিধায়ক জলেন দৈমাৰী, কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদ তথা জিলা ...

June 28, 2024 7:46 PM

views 30

১১১ কোটি টকা ব্যয় সাপেক্ষ ৰবীন্দ্ৰ ভৱনৰ অভিলাসী পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰ সাজুঃ মুখ্যমন্ত্রী

ৰাজ্যৰ কলা আৰু সাংস্কৃতিক চৰ্চাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আন্তঃগাঁথনি উন্নীতকৰণ আৰু পৰিৱৰ্তনশীল সময়ৰ প্ৰয়োজনীয়তা অনুসৰি ১১১ কোটি টকা ব্যয় সাপেক্ষ অভিলাসী পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে।

June 28, 2024 6:12 PM

views 40

কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা ক'ৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্রীয়ে জনায় যে, নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই ...

June 28, 2024 6:10 PM

views 26

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্রয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যম...

June 28, 2024 6:04 PM

views 24

মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম-অৰুণাচলৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক

অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আৰু ৰাজ্যৰ আবকাৰী মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি দুয়োখন ৰাজ্যৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটী অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত আবকাৰী ৰাজহ বৃদ্ধিৰ বাবে দুয়োখন ৰাজ্যই পূর্ণ সহযোগিতাৰে কাম কৰি যোৱাৰ লগতে...

June 28, 2024 12:39 PM

views 15

তেজপুৰত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস পালন

তেজপুৰত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস পালন কৰা হয়। এই উপলক্ষে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰমাণ স্পষ্টঃ প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক। আন্ত...

June 28, 2024 12:38 PM

views 23

বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা কোষৰ ‘Youth for Rural Re-construction’ শীর্ষক ৭ দিনীয়া সজাগতামূলক কাৰ্যসূচী

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ দওধাৰা, কামাৰ্দৈছা আৰু ৰান্ধনিপাৰা গাঁৱত বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা কোষৰ পৰা ‘Youth for Rural Re-construction' শীর্ষক ৭ দিনীয়া সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলাখনৰ ভূটান সীমান্তত সংলগ্ন হৈ থকা এই গাঁও তিনিখনত গাঁও অঞ্চলৰ পৰ্যটন...

June 28, 2024 12:35 PM

views 29

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ যদিও সম্প্ৰতি বিভিন্ন অঞ্চল বানৰ কবলত আছে

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে যদিও এতিয়াও ৭ খন জিলাৰ ৪১৯খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এইবাৰৰ বানত ১ লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা ১২৩ টা আশ্রয় শিবিৰত প্ৰায় ১৬ হাজাৰ লোকে আশ্ৰয় লৈ আছে। ইপিনে, বৰাক উপত্যকাত কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰ...

June 28, 2024 12:33 PM

views 27

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্ৰয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।