June 2, 2024 8:13 PM June 2, 2024 8:13 PM
18
বীৰুবালা ৰাভাৰ মৃত্যু দিন ১৩ মে’ক ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে ঘোষণা
কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী পদক্ষেপেৰে ৰাষ্ট্ৰজুৰি পৰিচিতি গঢ়ি তোলা বীৰুবালা ৰাভাৰ স্মৃতিত আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ, নিখিল ৰাভা ছাত্ৰ সন্থা ইত্যাদিৰ উদ্যোগত গোৱালপাৰা জিলাৰ ঠাকুৰভিলা ৰাজহুৱা খেলপথাৰত আয়োজিত বিস্তৃত কাৰ্যসূচীত পৰম্পৰাগত...