June 9, 2024 12:25 PM June 9, 2024 12:25 PM
13
উত্তৰ-পূৰ্বাঞ্চলকে ধৰি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত অহা ৫ দিনলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত অহা ৫ দিনলৈ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকণিৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা আৰু লাক্ষাদ্বীপতো ...