June 11, 2024 9:11 PM June 11, 2024 9:11 PM
8
বিভিন্ন অপৰাধমূলক ঘটনাৰ ভুক্তভোগীক ক্ষতিপূৰণ সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ে বিভিন্ন অপৰাধমূলক ঘটনাৰ বলি হোৱা ভুক্তভোগীক ক্ষতিপূৰণ প্ৰদান কৰা বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই নির্দেশ প্রদান কৰে। ন্যায়ালয়ৰ নিৰ্দেশ অ...