June 12, 2024 1:09 PM June 12, 2024 1:09 PM
14
গুৱাহাটীত ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু হন্স ফাউণ্ডেশ্যনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ
অসমৰ চাহবাগিচাসমূহৰ লোকসকলৰ স্বাস্থ্য সেৱা সহজলভ্য কৰি তোলাৰ লক্ষ্যৰে কালি গুৱাহাটীত ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু হন্স ফাউণ্ডেশ্যনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে হন্স ভ্রাম্যমাণ চিকিৎসা ইউনিট প্রকল্পই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ চাহ বাগিচাৰ শ্ৰমিক আৰু তেওঁলোকৰ পৰ...