June 16, 2024 1:17 PM June 16, 2024 1:17 PM
5
বাৰিষাৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষা, খাদ্য যোগান আদি বিষয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা
বাৰিষাৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষা, খাদ্য যোগান তথা বানৰ সুযোগ লৈ চোৰাং চিকাৰীয়ে যাতে গঁড় হত্যা কৰিব নোৱাৰে সেই বিষয়সমূহ পর্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কাজিৰঙাত এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতিৰ সৈতে ব...