আঞ্চলিক সংবাদ

November 14, 2025 12:07 PM November 14, 2025 12:07 PM

views 7

শিশু দিৱস উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

আজি শিশু দিৱস। দেশৰ প্ৰথমগৰাকী প্রধানমন্ত্রী পণ্ডিত জৱহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্ম বার্ষিকীত গভীৰ শ্রদ্ধা জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো শিশু দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে ৰাজ্যবা...

November 14, 2025 12:06 PM November 14, 2025 12:06 PM

views 17

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সর্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে...

November 14, 2025 12:04 PM November 14, 2025 12:04 PM

views 16

ধেমাজিত আজি মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্রদান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ অকাজানত অনুষ্ঠিত হ'বলগীয়া জন সমাবেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্রদান কৰিব। ইতিমধ্যে ধেমাজিত মুখ্যমন্ত্ৰীৰ আগমনৰ কাৰণে সভাস্থলীত সকলোবোৰ যাৱতীয় প্রস্তুতি সম্পন্ন কৰা হৈছে। এই আঁচনিৰ অধীনত কালি বিশ্বন...

November 14, 2025 12:02 PM November 14, 2025 12:02 PM

views 29

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে নেলী কাণ্ডৰ প্রতিবেদন সদনত দাখিলৰ বাবে ৰাজ্যিক মন্ত্রীসভাৰ সিদ্ধান্ত গ্ৰহণ

অহা ২৫ নৱেম্বৰত আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে নেলী কাণ্ডৰ প্রতিবেদন সদনত দাখিলৰ বাবে ৰাজ্যিক মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। দিছপুৰৰ লোকসেৱা ভবনত কালি অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে। তেওঁ কয়, যে ১৯...

November 13, 2025 8:13 PM November 13, 2025 8:13 PM

views 17

সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটীৰ সমীপৱৰ্ত্তী সোণাপুৰত নিৰ্মীয়মান দেশৰ চতুৰ্থখন অত্যাধুনিক বিজ্ঞান নগৰী প্ৰকল্প শীঘ্ৰেই সম্পূর্ণ হৈ উঠিব। আজি বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই প্রকল্পস্থলীত বিজ্ঞান সংগ্রাহালয় আৰু বিজ্ঞান দর্শনশালাৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়। তেওঁ বিজ্ঞান নগৰী প্ৰকল্প, ৰাষ্ট্ৰীয় ...

November 13, 2025 8:08 PM November 13, 2025 8:08 PM

views 9

মৰিগাঁৱত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ আঁচনিসমূহ পৰিদৰ্শন

মৰিগাঁও জিলা কৃষি বিভাগৰ দ্বাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ আঁচনিসমূহ ৰূপায়ণ সন্দৰ্ভত পর্যালোচনাৰ বাবে আজি অসম কৃষি সঞ্চালকালয়ৰ এটা জিলা পৰ্যায়ৰ দলে আজি মৰিগাঁও জিলা পৰিদৰ্শন কৰে। নিৰীক্ষণকাৰী দলটোৰ নডেল বিষয়া দুগৰাকীয়ে জিলা কৃষি বিষয়াৰ উপস্থিতিত এটা মত বিনিময় অনুষ্ঠানত মিলিত হয়। কৃষি ...

November 13, 2025 8:04 PM November 13, 2025 8:04 PM

views 24

দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ১৫জনক আটক

দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ৰাজ্যত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে যোৱা নিশা এই ঘটনা সংক্রান্তত ৯জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইয়াৰ পূৰ্বে আপত্তিজনক মন্তব্য পোষ্ট কৰাৰ অভিযোগত ছজন লোকক গ্ৰেপ্তাৰ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত ব...

November 13, 2025 7:59 PM November 13, 2025 7:59 PM

views 18

শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদৰ বৈঠক

অসম গণ পৰিষদ দলে আজি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদৰ নেতৃত্বৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মূলতঃ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত অসম গণ পৰিষদৰ হৈ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্রদীপ হাজৰিকা, ভ...

November 13, 2025 7:41 PM November 13, 2025 7:41 PM

views 20

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত গাহৰি পালক সকলক ক্ষতিপূৰণ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৪ কোটি টকাৰ অনুদান বিচাৰিছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সৰ্...

November 13, 2025 7:38 PM November 13, 2025 7:38 PM

views 13

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ভাষ্য প্ৰদান

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি সৌমিত্র শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ ওচৰত বিধায়ক অখিল গগৈ আৰু আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই শপতনামাৰ জৰিয়তে ভাষ্য প্ৰদান কৰে। আয়োগক তথ্য দাখিলৰ পাছত বিধায়ক অখিল গগৈয়ে আয়োগৰ ওচৰত যাৱতীয় তথ্য দাখিল কৰা বুলি সংবাদ মাধ্যমৰ ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।